The CrossCurrent

The CrossCurrent The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
(13)

23/03/2024
22/03/2024

নাম থাককেই বা নাথাকক। নিৰ্বাচনত উঠিবই এগৰাকী বিজেপি সাংসদ। মনোনয়নো সংগ্ৰহ কৰিলে সাংসদগৰাকীয়ে। কোন এই গৰাকী সাংসদ? জানিবলৈ চাওক আমাৰ প্ৰতিবেদন।

22/03/2024

মেডিয়াৰ গৰাকী নহয়, নহয় সম্পাদকো। কিন্তু হেডলাইন সলাই দিয়ে মোডীয়ে! কেনেকৈ? জানিবলৈ চাওক আমাৰ প্ৰতিবেদন৷

22/03/2024

ইডিৰ দ্বাৰা অভিযুক্ত পি সাৰথ কেনেকৈ হ’ল চৰকাৰৰ সাক্ষী? ইডিৰ দ্বাৰা অভিযুক্তৰ পৰা বিজেপিয়ে কিয় লয় চান্দা?

22/03/2024

মাৰ্চ মাহঁতেই থৰক-বৰক হ'ল বিজেপিৰ ভেঁটি। ইলেক্টৰেল বণ্ডৰ ভূতে খেদিছে বিজেপিক। ২১ মাৰ্চ,২০২৪...দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ। ২১ মাৰ্চ,২০২৪... ইলেক্টৰেল বণ্ডৰ ইউনিক ক'ডৰ তথ্য নিৰ্বাচন আয়োগক দাখিল। ১২ মাৰ্চ, ২০২৪...দেশজুৰি বলবৎ কা'ৰ বিধি। ১২ মাৰ্চ,২০২৪... ইলেক্টৰেল বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক দাখিল।

22/03/2024

ফেচীবাদ আহিছে, আপুনি গাম পাইছেনে? স্পষ্ট হৈছে ফেচীবাদৰ প্ৰতিটো লক্ষণ। কি হ’ব পাৰে ফেচীবাদৰ পৰিণতি?

22/03/2024

আম্বানীৰ চিৰিয়াখানত বন্দী অসমৰ হাতী। আম্বানীৰ চিৰিয়াখানাত অসমৰ দুস্প্ৰাপ্য বন্যপ্ৰাণী। এবছৰত জামনগৰলৈ অসমৰ ৬৪ টা বিৰল প্ৰাণী। আম্বানীৰ সাম্ৰাজ্যলৈ অসমৰ পৰা সৰবৰাহ ট্ৰাকে ট্ৰাকে হাতী।

22/03/2024

কোনে জয়ী হ'ব শোণিতপুৰত? শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত বনাম কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু। শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ মনোনয়ন দাখিল।

22/03/2024
22/03/2024

জাৰ্চী নম্বৰ 7 । নীলাৰ পাছত হালধীয়া জাৰ্চীতো খেলপথাৰত দেখিবলৈ নাপাব অনুৰাগীয়ে! ২০২৪ৰ IPL-এ অন্তিমখন IPL মহেন্দ্ৰ সিং ধোনীৰ! প্ৰথমখন মেচতেই অৱসৰ ল’ব নেকি ধোনীয়ে?

Address

RukminiGaon
Guwahati
7810006

Alerts

Be the first to know and let us send you an email when The CrossCurrent posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The CrossCurrent:

Videos

Share

THE STATEMENT

THE STATEMENT is a Guwahati based Assamese News Portal. We try to deliver authentic and database journalism.We hereby would like to declare this Web Portal as People's News Portal wherein authentic database reports are welcomed anytime.

Nearby media companies


Other News & Media Websites in Guwahati

Show All