Barta Live 24

  • Home
  • Barta Live 24

Barta Live 24 Join us and discover the world at your fingertips...

We report news the way It is : Unfiltered and unbiased
It's time for you to explore your neighborhood with authentic news.We report to you with hard-hitting journalism and trustworthy news.

27/01/2024
04/12/2022

মঙলদৈ বিদ্যুৎ কাৰ্যালয়ৰ সমীপত অগ্নিকাণ্ড

দৰং জিলাৰ ৰঙামাতি ৰ নিৱাসী , যুৱ সমাজ কৰ্মী সৰ্বানন্দ বৰাৰ পৰলোকগামী । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিজ গৃহত শেষ নিস্বাস ত...
15/11/2022

দৰং জিলাৰ ৰঙামাতি ৰ নিৱাসী , যুৱ সমাজ কৰ্মী সৰ্বানন্দ বৰাৰ পৰলোকগামী । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিজ গৃহত শেষ নিস্বাস ত্যাগ কৰে সমাকজকৰ্মী জনে

30/10/2022

ৰাজনৈতিক মতাদৰ্শ পৃথক হ'ব পাৰে! কিন্তু এই ভিডিঅ'টো চাই আপুনি বহু কথাই ভাবিবলৈ বাধ্য হ'ব। অখিল গগৈয়ে ব্যৱস্থা কৰি দিয়া এম্বুলেঞ্চত ৰোগাক্ৰান্ত পুত্ৰক গুৱাহাটীলৈ আনিলে মহিলাই। এতিয়া শিৱসাগৰলৈ যাবলৈ ধনৰ অভাৱ। GMCHতেই থকা অখিল গগৈক কান্দি কান্দি পুনৰ সহায় বিচাৰিলে মহিলাগৰাকীয়ে। তাৰ পাছৰখিনিয়ে মন চুই যাব আপোনাৰ।

07/10/2022

মথনী উৎসবত দেবানন্দত আহি আছে থিয়েটাৰ সূৰ্য।

01/10/2022

📌সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আৰক্ষী দিৱস পালন।

01/10/2022

📌বিধ্বস্ত পথ।ভোট বৰ্জনৰ হুংকাৰ লাহোৱালৰ মদাৰখাটবাসী একাংশ ৰাইজৰ।

01/10/2022

📌কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ মাজত হব লগা খেলৰ বিশেষ নিয়মাবলী ॥

📌অসম ক্ৰিকেট সহ্নাই দিলে বিশেষ নিৰ্দেশনা ॥

📌কাইলৈ খেলৰ বাবে লগত কি কি নিব পাৰিব? কি কি নিব নোৱাৰিব? ACA দিলে নিৰ্দেশনা ॥

01/10/2022

📌সাম্প্ৰদায়িক শক্তিৰ লগত নাথাকে কংগ্ৰেছ

30/09/2022

📌দৰঙ জিলাৰ দলগাও প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ওন্দোলাঝাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মেনাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হয় "TLM MELA"

29/09/2022

📌ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাওঁ দুৰ্ঘটনাত

29/09/2022

📌ভাৰতীয় নবজাগৰনৰ শ্ৰষ্টা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ তম জন্মজয়ন্তী উপলক্ষে মঙ্গলদৈত মহিলা সৱলীকৰণৰ সজাগতা সভা আৰু সমদল

29/09/2022

📌এই বাৰ দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নামিল চুলাই মদ বন্ধৰ অভিযানত

28/09/2022

📌ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং
📌আকৌ গান চুৰিৰ অভিযোগ সংগীত পৰিচালক অজয় ফুকনৰ বিৰুদ্ধে

ভাইৰেল এটা বিশেষ কল ৰেকৰ্ডিং

28/09/2022

📌আলফালৈ গ'লে আকৌ ঘূৰি আহিব লাগে লগতে আলফাত গৈ লাভ নাই বুলি এই মন্তব্য
কৰে নগাঁৱত জুবিন গাৰ্গে

28/09/2022

📌সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দূৰ্গা পূজাৰ উখলমাখল পৰিবেশৰ মাজতে ডিব্ৰুগড়ৰ বকুল পূজা স্থলীৰ সমিপত সৃস্থি হ'ল এক উত্তপ্ত পৰিস্থিতি

28/09/2022

📌কেঁচা চাহপাতৰ মূল্য হ্ৰাস : টিংখাঙত হাজাৰ - হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ

Address


Alerts

Be the first to know and let us send you an email when Barta Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barta Live 24:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share