সত্য প্ৰচাৰ

  • Home
  • সত্য প্ৰচাৰ

সত্য প্ৰচাৰ সত্য সংবাদৰ বাবে আমাৰ সৈতে থাকক...

◼️ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ হত্যাকাণ্ডৰ লগত জৰিত পলাতক হৈ থকা আন চাৰিজন অভিযুক্তক আটক । ◼️পশ্চিমবংগৰ পৰা আটক কৰা হৈছে বিজে...
31/12/2024

◼️ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ হত্যাকাণ্ডৰ লগত জৰিত পলাতক হৈ থকা আন চাৰিজন অভিযুক্তক আটক ।
◼️পশ্চিমবংগৰ পৰা আটক কৰা হৈছে বিজেপি নেতা মনি কাকতি, অনুষ্ময় কলিতা, বিকি লহকৰ আৰু নিতু কলিতাক
◼️কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত আটক কৰা হৈছে অভিযুক্তকেইইজনক

 -প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান। -দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। -মৃত্যুৰ সময়ত তেখ...
26/12/2024


-প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান। -দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। -মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ।

08/12/2024

📌গো-মাংস নিষিদ্ধ হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে গো-বিক্ৰেতাসকল!
📌গো-মাংস নিষিদ্ধ কৰণৰ পিছতে হ্ৰাস পাইছে পশুধনৰ বজাৰত গ্ৰাহকৰ সংখ্যা
দৈনিক সত্যৰ উপৰত প্ৰতিষ্ঠিত বিভিন্ন বা-বাতৰিৰ বাবে Follow কৰি থ‌ওক আমাৰ Whatsapp Channel
𝐅𝐨𝐥𝐥𝐨𝐰 সত্য প্ৰচাৰ 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩: https://whatsapp.com/channel/0029VaMKolG9MF8tic4Ds940

08/12/2024

ৰাজ্যত গো-মাংস নিষিদ্ধ কৰাৰ পিছতে চিন্তিত হৈ পৰিছে এইসকল গো-পালক
বিক্ৰী বন্ধ হৈ পৰিছে এইসকল গো-পালকৰ
𝐅𝐨𝐥𝐥𝐨𝐰 সত্য প্ৰচাৰ 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩: https://whatsapp.com/channel/0029VaMKolG9MF8tic4Ds940

11/09/2024

কেৱল মুছলমান বা মীয়াই ধ*ৰ্ষ*ণ কৰে নেকি?
যোৱা এমাহৰ ভিতৰত হোৱা কেইটামান ধ*ৰ্ষ*ণৰ ঘটনা আগবঢ়ালো। এই ঘটনাসমূহত জড়িত নহয় কোনো মুছলমান বা মীয়া লোক। তথাপিও যেতিয়াই কৰবাত কোনো ঘটনাত মীয়া বা মুছলমান লোক জড়িত হৈ পৰে তেতিয়াই সমগ্ৰ জাতিটোক খেদিবলৈ ওলাই আহে এচামে। কিন্তু যেতিয়া ধ*ৰ্ষ*ণ কাৰী নিজ ধৰ্মৰে হয় তেতিয়া সিহত ক’ত লুকায়।

নিজ বোৱাৰীৰ সতীত্ব হৰণ কৰি আটক শহুৰেক যাদৱ বৰা

https://www.facebook.com/story.php?story_fbid=946877214124273&id=100076076315111&mibextid=WC7FNe

লম্পটৰূপী পূজাৰীৰ কামনাৰ বলি ১০ বছৰীয়া নাবালিকা। গৃহস্থৰ ঘৰত পূজা কৰিবলৈ আহি নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে পূজাৰীয়ে।

https://www.facebook.com/share/v/2TcxWn6KjisWPnMh/?mibextid=WC7FNe

৫৫ আৰু ৭৫ বছৰীয়া সুশীল নাথ আৰু চিত্ৰ ৰায়ে কিশোৰীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড । এইবাৰ গোৱালপাৰাত পোহৰলৈ আহিছে আন দুই জঘন্য ঘটনা ।

https://www.facebook.com/share/v/RKviRyTbEjijWguz/?mibextid=WC7FNe

দোকানলৈ মাতি নি ছাত্ৰীৰে কু-কৰ্মৰ চেষ্টা দ্বীপ বৰ্মনৰ । ঘটনাকে কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।
https://www.facebook.com/share/v/ZTrkYsB5fMDMmF2N/?mibextid=WC7FNe

অংক ছাৰে ছাত্ৰীৰে কৰিলে কু-কৰ্ম । এগৰাকী-দুগৰাকী নহয় বহু ছাত্ৰীৰে কু-কাণ্ড কৰাৰ অভিযোগ শিক্ষক নৰহৰি পাঠকৰ বিৰুদ্ধে ।

https://www.facebook.com/share/v/LTeep9Kf3wa5Up44/?mibextid=WC7FNe

ছাত্ৰীৰ সৈতে ৰীল বনোৱাৰ চখ। ছাত্ৰীয়ে ৰীল বনাই থাকোতে কাণত কামুৰি বিপদত প্ৰধান শিক্ষক যোগেন ৰাজবংশী। আৰু তাৰ পাছৰ দৃশ্য এয়া...

https://m.facebook.com/story.php?story_fbid=543645034696783&id=100071538720572&mibextid=WC7FNe

পথাৰৰ মাজত ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড শিক্ষক উপেন দাসৰ। মটৰ চাইকেলেৰে পদূলিৰ পৰাই উঠাই লৈ গৈছিল কিশোৰীগৰাকীক! স্থানীয়ই কি দেখিছিল?

https://m.facebook.com/story.php?story_fbid=574870368534037&id=100080332366048&mibextid=WC7FNe

পিছফালৰ পৰা যুৱতীৰ গোপন অংগত দিলে হাত। ধৰ্ষণৰ কৰিলে অপচেষ্টা। হৰি নাম লোৱাৰ বয়সত যুৱতীৰ দেহৰ জুতি লোৱাৰ মন ৬০ বছৰীয়া দিলীপ কলিতাৰ।

https://www.facebook.com/share/v/yP2zTqaDXGgVo7WU/?mibextid=xfxF2i

বিস্কুট দি ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ডৰ অপচেষ্টা। জোনাইৰ এখন বিদ্যালয়ত জঘন্য ঘটনা। বিদ্যালয়ৰ উপাধ্যক্ষৰ স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অভিযুক্তৰ নাম ভান্নেলুৰুৱা পাৰ্টে

https://www.facebook.com/share/v/m4RR6SMB1PLhCPVx/?mibextid=jmPrMh

নাবালিকাৰ সৈতে কু-কৰ্ম কৰি আৰক্ষীৰ জালত লম্পট নিৰ্মল পাল । মন্দিৰৰ নিৰ্জন চৌহদত ফুচুলাই নি লম্পট নিৰ্মল পালে কু-কাণ্ড কৰাৰ অভিযোগ

https://www.facebook.com/share/v/insuo6EwXBHWz8bP/?mibextid=oFDknk

মঙলদৈৰ সমীপৱৰ্তী ৰঙামাটিৰ দীননাথ চহৰীয়া হাইস্কুলত লজ্জাজনক কাণ্ড, টিউচন কৰাৰ চলেৰে কৰিলে অপকৰ্মৰ চেষ্টা কৰাৰ অভিযোগ বিজ্ঞান শিক্ষক হৰিহৰ শৰ্মাৰ বিৰুদ্ধে...

https://m.facebook.com/story.php?story_fbid=960529436087255&id=100063906223289&mibextid=WC7FNe

অসমত যোৱা কেইদিনত ধ*ৰ্ষণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে। ধিং ৰ ঘটনাত জড়িত কেইজন মুছলিম, তেজপুৰৰ জনো মুছলিম হয়। আনহাতে হোজা...
24/08/2024

অসমত যোৱা কেইদিনত ধ*ৰ্ষণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে।
ধিং ৰ ঘটনাত জড়িত কেইজন মুছলিম, তেজপুৰৰ জনো মুছলিম হয়।
আনহাতে হোজাই আৰু তিনিচুকীয়াৰ ঘটনাত জড়িত কেইজন অ-মুছলিম হয়।
ধিং আৰু তেজপুৰৰ ঘটনাত জড়িত দুজনৰ ইতিমধ্যে ৰাতি তদন্তৰ বাবে নিয়া অৱস্থাত পলায়নৰ চেষ্টা কৰাত তেজপুৰৰ জনক এনকাউন্টাৰ কৰে আৰক্ষীয়ে আৰু ধিং ৰ জন পানীত পৰি মৃত্যু হয়।
সংবাদ মাধ্যম আৰু একাংশ দল সংগঠন ব্যস্ত হৈ পৰিছে ধিং ৰ ঘটনাক লৈ, কিন্ত হোজাই আৰু তিনিচুকীয়াৰ ঘটানাক লৈ সৰৱ হোৱা দেখা নগ’ল!
সেয়ে প্ৰশ্ন হয় অসমত অপৰাধীৰ ধৰ্ম চাই বিচাৰ কৰা হয় নেকি???

মহানগৰ আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া। ফটাশিল আমবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক ৰিংকু কলিতা। নিজকে জালুকবাৰীৰ ACP বুলি পৰিচয় ...
17/08/2024

মহানগৰ আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া। ফটাশিল আমবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক ৰিংকু কলিতা। নিজকে জালুকবাৰীৰ ACP বুলি পৰিচয় দি ৰিংকু কলিতাই আৰক্ষীৰ পোছাকত মহানগৰীত ভিন্ন স্থানত ঘূৰি ফুৰিছিল।

 ◼️জনতাৰ মূৰত ৰাম টাঙোন! ◼️গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালা কৰ্তৃপক্ষই প্ৰকাশ কৰিলে বিভিন্ন স্বাস্থ্য পৰীক্ষা...
02/08/2024


◼️জনতাৰ মূৰত ৰাম টাঙোন!
◼️গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালা কৰ্তৃপক্ষই প্ৰকাশ কৰিলে বিভিন্ন স্বাস্থ্য পৰীক্ষাৰ নতুন নিৰিখ।
◼️কোনো কোনো স্বাস্থ্য পৰীক্ষাৰ মাছুল বৃদ্ধি পালে ২০০%তকৈও অধিক।
-উদাহৰণ স্বৰূপে পূৰ্বতে কেলচিয়াম পৰীক্ষাৰ মাছুল আছিল ৪০ টকা এতিয়া হ'লগৈ ১৫০ টকা, পূৰ্বতে LFT অৰ্থাৎ Liver Function Test ৰ পূৰ্বৰ নিৰিখ আছিল ৪১০টকা এতিয়া হ'ব ৯০০ টকা ।

◾️প্ৰথমখন আন্তৰাষ্ট্ৰীয় খেলত ব্যৰ্থ অসম সন্তান ৰিয়ান পৰাগ। ◾️জিম্বাবৱেৰ বিৰুদ্ধে  ৩ টা বলত মাত্ৰ ২ ৰান কৰি আউট ৰিয়ান পৰা...
06/07/2024

◾️প্ৰথমখন আন্তৰাষ্ট্ৰীয় খেলত ব্যৰ্থ অসম সন্তান ৰিয়ান পৰাগ।
◾️জিম্বাবৱেৰ বিৰুদ্ধে ৩ টা বলত মাত্ৰ ২ ৰান কৰি আউট ৰিয়ান পৰাগ।
◾️কাইলৈ পুনৰ জিম্বাবৱেৰ বিৰুদ্ধে খেলিব ভাৰতে

◾️ভাৰত-জিম্বাব'ৱে টি-২০ শৃংখলা◾️অসম সন্তান ৰিয়ান পৰাগক দেখা গ'ল বেটিং অনুশীলন কৰা◾️জিম্বাব'ৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুশীলন...
04/07/2024

◾️ভাৰত-জিম্বাব'ৱে টি-২০ শৃংখলা
◾️অসম সন্তান ৰিয়ান পৰাগক দেখা গ'ল বেটিং অনুশীলন কৰা
◾️জিম্বাব'ৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ

07/06/2024
◼️ নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাৱতক পূৰ্ণহতীয়া চৰ CISF ৰ মহিলা জোৱানৰ◼️কৃষকক খালিস্তানী বুলি আখ্যা‌ দিছিল কংগণা ৰানাৱাটে...
06/06/2024

◼️ নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাৱতক পূৰ্ণহতীয়া চৰ CISF ৰ মহিলা জোৱানৰ
◼️কৃষকক খালিস্তানী বুলি আখ্যা‌ দিছিল কংগণা ৰানাৱাটে, ম‌ই নিজে কৃষকৰ কন্যা,খং উঠিছিল দুখো লাগিছিল বুলি কংগণা ৰানাৱাটক প্ৰহাৰ কৰা মহিলা জোৱান গৰাকীৰ স্বীকাৰোক্তি
CISF‌ ৰ মহিলা জোৱান গৰাকীৰ এই কাৰ্য্যক কি বুলি ক'ব। জনাওক আপোনাৰ মতামত

"পীযূষ হাজৰিকাক ৰাজনীতি ত্যাগ কৰিব নালাগে, তেওঁ ৰাইজৰ কাম কৰি যাওক"- এই আহ্বান সাংসদ গৌৰৱ গগৈৰ
06/06/2024

"পীযূষ হাজৰিকাক ৰাজনীতি ত্যাগ কৰিব নালাগে, তেওঁ ৰাইজৰ কাম কৰি যাওক"- এই আহ্বান সাংসদ গৌৰৱ গগৈৰ

Address


Website

https://t.me/SatyaProsar, https://whatsapp.com/channel/0029VaMKolG9MF8tic4Ds940

Alerts

Be the first to know and let us send you an email when সত্য প্ৰচাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to সত্য প্ৰচাৰ:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share