Axom News Digital

Axom News Digital Our page is more than just a news portal, it's a platform for dialogue, discussion, and discovery.

16/10/2023

বাইকৰ ইঞ্জিনেৰে চাৰিচকীয়া সাজি চৰ্চাত বৰজাৰৰ মিতুল হ'ক।
এটা ব্যক্তিগত গেৰেজত কাম কৰা মিতুলৰ এনে কৰ্মই পুলকিত কৰিছে সকলোকে।

16/10/2023

নলবাৰীৰ নিজ পকোৱাত বোমা ফেক্টৰীত অগ্নিকাণ্ড।
ফিফটি ফিফটি আটচবাজী ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়।
15/10/2023

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়।

পেলেষ্টাইনক সমৰ্থন ৰাছিয়াৰ।অব্যাহত দুই দেশ ইজৰাইল পেলেষ্টাইনৰ মহাযুদ্ধ।
14/10/2023

পেলেষ্টাইনক সমৰ্থন ৰাছিয়াৰ।
অব্যাহত দুই দেশ ইজৰাইল পেলেষ্টাইনৰ মহাযুদ্ধ।

আজি ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচ।
14/10/2023

আজি ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচ।

............শুভ মহালয়া.........
14/10/2023

............শুভ মহালয়া.........

10/10/2023

AXOM NEWS DIGITAL

শীৰ্ঘ্ৰে আপোনালোকৰ মাজত।

Address

Nalbari
781335

Alerts

Be the first to know and let us send you an email when Axom News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News Digital:

Videos

Share

Nearby media companies