News First অসম

News First অসম সত্যনিষ্ঠ আৰু মনঃপূত সংবাদ কঢ়িওৱাৰ প?

👉 আপোনাৰ প্ৰতিক্ৰিয়া ?
13/05/2022

👉 আপোনাৰ প্ৰতিক্ৰিয়া ?

প্ৰধানমন্ত্ৰীৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন , নিজ দলৰে সাংসদ তথা জ্যেষ্ঠ নেতাৰ ।
13/05/2022

প্ৰধানমন্ত্ৰীৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন , নিজ দলৰে সাংসদ তথা জ্যেষ্ঠ নেতাৰ ।

19/09/2021

দুবাৰকৈ পেনাল্টি গ'ল দিয়াৰ সুযোগ পায়ো ব্যৰ্থ হল কুৰ্মী। অদুৰ ভৱিষ্যৎয়ে ৰাজনীতিৰ পথাৰতো এনেকুৱা পৰিস্থিতিৰ মুখামুখি হব নেকি ৰূপজ্যোতি কুৰ্মী

15/09/2021

"জিলাই জিলাই হওঁক টেট পৰীক্ষাৰ কেন্দ্ৰ" - দাবী জনালে ৰাইজৰ দলে

15/09/2021

উপনিৰ্বাচন সম্পৰ্কে মুখ খুলিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে

15/09/2021

প্ৰধানমন্ত্ৰীৰ ২০ দিনীয়া জন্মদিন সম্পৰ্কে সামাজিক মাধ্যমৰ জনপ্ৰিয় ভৃগু কলিতাৰ বহু চৰ্চিত মন্তব্য ।

04/12/2020

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ l

04/12/2020

বিটিচি পৰিষদীয় নিৰ্বাচনত কাহানিও নেদেখা কাৰ্য হয় বিটিএডিত।
সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজহুৱা মুণ্ডন।
অসমীয়া ভাষাক নিঃশেষ কৰাৰ অভিযোগ কৰি বিৰোধিতাৰে সাংসদ নৱ শৰণীয়াৰ ৰাজহুৱা মুণ্ডন

04/12/2020

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ প্ৰতিবাদ

04/12/2020

নলবাৰী জিলাৰ ভৈয়ৰাঘোল গাঁওৰ এটি পথৰ দুৰ্দশা। এজন যুৱকৰ এটি ভাইৰেল ভিদিও ।

04/12/2020

বিটিচি পৰিষদীয় ২০ নং মথনগুৰি সমষ্টি ত বদৰ উদ্দিন ‌আজমল‌ আৰু ৰিপুণ বৰাৰ বিশাল নিৰ্বাচনী সভা

04/12/2020

সন্মুখত বিটিচি নিৰ্বাচন। উদ্ধাৰ গুলী সহ পিস্তল-বন্দুক l

02/12/2020

জাতি মাটি গঢ়া চৰকাৰৰ দিনত বিনা পইচাত বিঘা বিঘা ভূমি গটাইচে বহিৰাগত বনিয়াক l

02/12/2020

দুলীয়াজানত তেল পৰিৱাহী পাইপ ফাটি জ্বলিল দহ বিঘাৰো অধিক ধাননি পথাৰ l

02/12/2020

বাক্সাৰ শালবাৰীত আলফা স্বাধীন ৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়া

02/12/2020

বিটিচিত চলিচে দল বাগৰা ৰাজনীতি ।

02/12/2020

*বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত FLYING SQUADৰ সফল অভিযান*

02/12/2020

নখুটীত বনকৰ্মীক আক্ৰমন বন মাফিয়াৰ

01/12/2020

বিটিচি উন্নয়নৰ স্বাৰ্থত বিজেপি দলক আকোঁৱালি লোৱাৰ বাবে বাট চাই আছে বিটিচি বাসী।
ৰাইজে সৱকা সাথ সৱকা বিকাশৰ স্বাৰ্থত বিজেপি দলকহে ভোট দিব ৰাইজে।হাগ্ৰামাৰ কাম নাই।এই বিস্ফোৰক মন্তব্য বিজেপি বিধায়ক আঙুৰলতাৰ

01/12/2020

বিটিচি নিৰ্বাচনৰ পূৰ্ৱে তৎপৰ প্ৰশাসন ।
অসম পুলিচৰ DGP ৰ বিটিচি পৰিদৰ্শন
নিৰ্ভয়ে ভোট দিবলৈ আহিবলৈ অনুৰোধ ৰাইজক ।

28/11/2020

কলাপতাকাৰ সন্মুখীন অগপ নেতৃবৰ্গ l

27/11/2020

তুংগত বিটিচি নিৰ্বাচনী প্ৰচাৰ।মন্ত্ৰী চন্দন ব্ৰহ্মৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।সমালোচনাৰ পৰা সাৰি নগল বিশ্বজিৎ দৈমাৰী

27/11/2020

শিৱসাগৰৰ ন পুখুৰীত বৰশী বাই অৱসৰ বিনোদনত জুবিন গাৰ্গ

27/11/2020

ব্যতিক্ৰমি ৰূপত বিধায়ক পদ্ম হাজৰিকা l

26/11/2020

দুলীয়াজানৰ বৈদ্যুতিক সংমণ্ডলৰ মহাপ্ৰবন্ধকৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি l

26/11/2020

ড্ৰাগচ বেহাৰ নিতৌ খৱৰ লক্ষীমপুৰত l

26/11/2020

পঞ্চভূতত বিলীন হৈ গল আজি নৱগ্ৰহ শ্মশানত ১৫ বছৰ শাসণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ l

24/11/2020

কেমেৰাৰ সন্মুখত বাঘে খেদি খেদি চিকাৰ কৰিলে মানুহ l

অসমৰ ৰাজনীতিত এটি যুগৰ অৱসানপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ দেৱৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোকৰ ছাঁ
23/11/2020

অসমৰ ৰাজনীতিত এটি যুগৰ অৱসান
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ দেৱৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোকৰ ছাঁ

23/11/2020

অসমৰ ৰাজনীতিত এটি যুগৰ অৱসান
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ দেৱৰ মৃত্যুত সমগ্ৰ অসম জুৰি শোকৰ ছাঁ

Address

Nalbari
781306

Alerts

Be the first to know and let us send you an email when News First অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News First অসম:

Videos

Share



You may also like