Tridip Kalita Nalbari

Tridip Kalita Nalbari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tridip Kalita Nalbari, Media/News Company, Nalbari.

28/07/2023

▶️ দুৰ্নীতিৰে, উৎকোচ লৈ গঢ়িছিল সম্পত্তিৰ পাহাৰ
▶️ ধূলা কাণ্ডৰ OC উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ
▶️ SCERTৰ কেলেংকাৰিৰ চাৰ্জশ্বীট দাখিল
▶️ ১,৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীটত কি কি আছে?
▶️ ‘মঞি দুৰাচাৰ’ আৰু ভূপেন বৰা
▶️ ‘লাভ জেহাদ’, ভগৱান শ্ৰীকৃষ্ণ আৰু ভূপেন বৰা
▶️ ককাকে সপোনত কি ক’লে ভূপেন বৰাক?
▶️ ভূপেন বৰাই সপোনত দেখিছিল...
▶️ পীযূষ হাজৰিকাই আকৌ দিঠকতেই শুনিলে
▶️ ভূপেন বৰাৰ বিৰুদ্ধে সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ
▶️ প্ৰদেশ কংগ্ৰেছত বিসম্বাদৰ উকমুকনি!
▶️ সভাপতি হোৱাৰ মন ৰাণা গোস্বামীৰ!
▶️ SUPER HOUR@9

27/07/2023

▶️ ‘লাভ জেহাদ’ৰ কথা কৈ গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা
▶️ ভূপেন বৰা BIG EXCLUSIVE
▶️ আকৌ বাল্য বিবাহ!
▶️ ধুবুৰী, হাইলাকান্দিত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান
▶️ খীণোৱাৰ প্ৰচেষ্টা অব্যাহত পেটুৱা পুলিচৰ
▶️ হাতত মাত্ৰ ২০ দিন, পুৱা-গধূলি দৌৰিছে

14/07/2023

মুখ্যমন্ত্ৰীৰ ‘গৃহ’, DGPৰ ‘পুলিচ’ত হৈছে কি?
যুৱতীৰ ফটো খুজি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া
SIৰ গালত পৰিল কাণতলীয়া চৰ
যুৱতীৰ চৰো খালে, DGPয়ে নিলম্বনো কৰিলে
নিৰ্বাচন আহিছে, নেতাৰ চুপতি বাঢ়িছে
হিন্দু-মুছলমানৰ পৰা মাংসলৈ...
অসমীয়া, মিঞাৰ পৰা পিন্ধা কাপোৰলৈ
কিমান যে কি চুপতি, তৰ্ক-বিতৰ্ক!

14/07/2023

যুৱতীৰ নগ্ন ফটো বিচাৰি আঁঠু কাঢ়িলে এজন আৰক্ষী বিষয়াই

14/07/2023

▶️ঐতিহাসিক ক্ষণৰ সাক্ষী ভাৰতবাসী
▶️মহাকাশ অভিমুখে ISROৰ চন্দ্ৰযান–৩
▶️শ্ৰীহৰিকোটাত উৎসাহী বিজ্ঞানী মহল
▶️সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা LIVE

13/07/2023

▶️ ৰাজ্যত মূল্যবৃদ্ধিৰ জুই, হাহাকাৰ সাধাৰণ ক্রেতাৰ
▶️ হাত দাঙি অসহায়তা প্রকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
▶️ দাম বৃদ্ধিও সঁচা, ৰাইজৰ কষ্ট হৈছে সেইতোও সঁচা: CM
▶️ মুখ্যমন্ত্ৰীৰ মতে কংগ্রেছশাসিত ৰাজ্যতো হৈছে মূল্যবৃদ্ধি
▶️ কিন্তু অসমত পাইকাৰী-খুচুৰা ব্যৱসায়ীৰ দামৰ মাজত বৃহৎ তফাৎ
▶️ পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত অধিক মূল্যত বিক্ৰী পাচলি
▶️ পামহিৰ ৬০ টকীয়া বিলাহী গণেশগুৰিৰ বজাৰত হয়গৈ ১২০ টকা
▶️ একাংশ খুচুৰা ব্যৱসায়ীয়ে আদায় কৰিছে ১০০%তকৈও অধিক মূল্য
▶️ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ ক্ষেত্রতো আছে তফাৎ
▶️ কিয় হৈছে দাম বৃদ্ধিৰ ক্ষেত্রত এই পাৰ্থক্য?
▶️ মূল্যবৃদ্ধিৰ ওচৰত CMএ হাত দাঙিলে কি কৰিব সাধাৰণ ৰাইজে?
▶️ মূল্যবৃদ্ধি ৰোধত প্রশাসনৰ ব্যৰ্থতাত ক্ষোভিত সাধাৰণ ক্রেতা
▶️ চৰকাৰৰ টাস্ক ফ’ৰ্চেও নাকী লগাব পৰা নাই ব্যৱসায়ীক
▶️ আজিৰ ‘60 মিনিট্ছ’ত এই সন্দৰ্ভত সবিস্তৃত আলোচনা
▶️ সাংবাদিক মছফিকাৰ সৈতে বিশেষ ‘60 মিনিট্ছ’

12/07/2023

▶️ ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে 3G বিতৰ্কই
▶️ ৰাজ্যৰ ৰাজনীতিত বৰভূঁইকঁপৰ সৃষ্টি কৰিছিল 3Gৰ এখন ফটোৱে
▶️ 3G বিতৰ্কত সমানে জঁপিয়াই পৰিছে শাসক-বিৰোধী
▶️ 3G মানে ৩ গগৈ– গৌৰৱ, অখিল, লুৰীণ
শিৱসাগৰৰ এখন প্ৰতিবাদী সভাত মিলিত হৈছিল ৩ গগৈ
▶️ সমষ্টি নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত একত্ৰিত হৈছিল 3G
▶️ তিনিও হাত দাঙি উঠিছিল এখন ফটো
▶️ সেই ফটোৱে সৃষ্টি কৰে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ বিতৰ্ক
▶️ নিৰ্বাচনত কিমান প্ৰভাৱ পেলাব এই আহোম ৰাজনীতিয়ে?

12/07/2023

▶️ অৱশেষত গোৱালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ শালগছ কটাত নিষেধাজ্ঞা
▶️ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্রসাৰণৰ নামত চলিছিল গছ কটা অভিযান
▶️ প্ৰায় ১৮,০০০ গছ কটাৰ পৰিকল্পনা আছিল ৰাজ্য চৰকাৰৰ
▶️ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ পিছত গছ কটা বন্ধ কৰিলে বন বিভাগে
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণ ইতিবাচক আৰম্ভণি বুলি উল্লেখ আছুৰ
▶️ আমগুৰি, লাহোৱাল সমষ্টি বাহাল ৰাখিবলৈ আয়োগক আহ্বান আছুৰ
▶️ খিলঞ্জীয়া মুছলমানৰ আপত্তি-অনুৰোধ বিবেচনা কৰিবলৈ আহ্বান
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কি ভিত্তিবৰ্ষ বিচাৰিলে আছুৱে?
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াৰ সম্পূৰ্ণ বিৰোধিতা আমছুৰ
▶️ CMৰ শ্রুতলিপিত খচৰা প্রস্তুত কৰা বুলি ধৰ্ণা আমছুৰ
▶️ মহানগৰীত মাজনিশা গুলীচালনাৰ ঘটনা সন্দৰ্ভত আটক ৪
▶️ আত্মৰক্ষাৰ বাবে গুলীচালনা কৰা এজনক পিষ্টলসহ আটক
▶️ লগতে তেওঁক ভাবুকি দিয়া আন ৩ যুৱককো আটক
▶️ স্পেইনত নিৰ্মিত পিষ্টলেৰে কাক গুলীয়াইছিল দিগন্ত বৰদলৈয়ে?

10/07/2023

▶️ মুখ্যমন্ত্ৰীয়ে কৈছে ধৰ্ণাহীন অসম আগুৱাইছে দোপতদোপে
▶️ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বিপৰীত ছবি ৰাজ্যৰ চুকে-কোণে
▶️ সমষ্টি পুনৰ্গঠনৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত
▶️ টেট শিক্ষক-অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদত উত্তাল চচল
▶️ শুৱালকুছিত থলুৱা বস্ত্ৰৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ
▶️শিক্ষা বিভাগৰ নীতি অমান্য কৰি বিদ্যালয়ত ABVPৰ সভা
▶️ বিজেপিৰ ভাতৃ সংগঠনে কাৰ সাহসত উলংঘা কৰিছে নীতি?

09/07/2023

▶️কোকৰাঝাৰত নিষিদ্ধ ঘোষিত আলফা (স্বাঃ)ৰ পতাকা
▶️ভূটীয়াপাৰ গাঁৱৰ সীমাত অজ্ঞাত লোকে আঁৰি থৈ গ’ল অৰ্ধসূৰ্য্যৰ পতাকা
▶️গড়কাপ্তানী পথৰ কাষত আলফা (স্বাঃ)ৰ পতাকা উদ্ধাৰক লৈ চাঞ্চল্য
▶️যোৰাবাট আৰক্ষীৰ অভিযানত পুনৰ জব্দ চোৰাং গৰু
▶️৬১ টা গৰু সহ জব্দ ১২ চকীয়া ট্ৰাক
▶️আৰক্ষীৰ জালত এটা চোৰাং গৰু সৰবৰাহকাৰী
▶️MIDDAY PRIME

08/07/2023

🇬🇧 এক অভিজাত চহৰ লণ্ডন...আজি দেখুৱাম লণ্ডনৰ কিছু বিখ্যাত সংগ্ৰহালয়
🇬🇧 লণ্ডনক জনা যায় বিশ্বৰ কলা-কৃষ্টি-বুৰঞ্জীৰ বাবে
🇬🇧 লণ্ডনৰ সংগ্ৰহালয়সমূহত থকা বহু সামগ্ৰীয়ে অইন দেশৰ
🇬🇧 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এসময়ত লুণ্ঠন কৰি নিছিল এই সম্পদসমূহ
🇬🇧 আমি দেখুৱাম ভাৰতৰ কোহিনুৰ হীৰা, টিপু চুলতানৰ তৰোৱাল
🇬🇧 লগতে দেখুৱাম ব্ৰিটিছ মিউজিয়ামত থকা অসমৰ বৃন্দাৱনী বস্ত্ৰ...
🇬🇧 নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তি, চন্দ্ৰৰ চৌপাশে ঘূৰি অহা ‘এপ’ল’-১০ কেপছুল’
🇬🇧 হীৰামণি শৰ্মাৰ সৈতে ঐতিহাসিক লণ্ডন চাওঁ আহক ‘লণ্ডন ডায়েৰী’

08/07/2023

▶️ অৱশেষত চীনৰ সৈতে থকাৰ সিদ্ধান্ত দালাই লামাৰ
▶️ স্বাধীন তিব্বতৰ দাবীৰ পৰা আঁতৰি আহিল দালাই লামা
▶️ তিব্বতীয়া সত্ত্বাক চীনে গুৰুত্ব দিয়ক : দালাই লামা
▶️ চীনৰে আলোচনাৰ পোষকতা তিব্বতীয় ধৰ্মগুৰুজনৰ
▶️ গৰু খুন্দিয়াই নলবাৰীত ক্ষতিগ্ৰস্ত বন্দে ভাৰত ৰে’ল
▶️ নামনিমুৱা দ্ৰুতবেগী বন্দে ভাৰতৰ যাত্ৰা বিঘ্নিত
▶️হেঙেৰাবাৰীৰ PHEৰ পৰিত্যক্ত ঘৰত ২ যুৱকৰ মৃতদেহ
▶️ ড্ৰাগ্ছ সেৱনৰ ফলতে মৃত্যুৰ সন্দেহ আৰক্ষীৰ
▶️ সম্ভ্ৰান্ত ঘৰৰ ২ ছাত্ৰৰ মৃত্যুক লৈ ব্যাপক চাঞ্চল্য
▶️ মৃতদেহৰ কাষত ড্ৰাগ্ছ লোৱা চিৰিঞ্জ উদ্ধাৰ
▶️ SUPER HOUR@9

08/07/2023

▶️ জনপ্ৰিয় তাৰকাৰ মনৰ বহু অপ্ৰকাশিত কথা
▶️ সুখ আৰু দুখৰ গাথা
▶️ তাৰকাৰ সৈতে তাৰকা
▶️ ব্যতিক্ৰমী ৰূপত ৰবি শৰ্মা
▶️ কেতিয়াও নেদেখা ৰূপত অভিনেতা ৰবি শৰ্মা
▶️ ৰবি শৰ্মাৰ সৈতে ‘তৰা আকাশৰে’
▶️ আজিৰ অতিথি চন্দনা শৰ্মা আৰু কমল লোচন (প্ৰথম খণ্ড)

07/07/2023

▶️ শিক্ষানুষ্ঠানত আছুসহ ছাত্ৰ সংগঠন নিষেধ!
▶️ পাঠদান থাকিলে ধৰ্ণা-বিক্ষোভত অংশ ল’ব নোৱাৰিব ছাত্ৰ-ছাত্ৰীয়ে
▶️ বিদ্যালয়ৰ পৰা নি প্ৰতিবাদত ব্যৱহাৰ কৰিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীক
▶️ ধৰ্ণা-বিক্ষোভৰ বাবে বিদ্যালয় ছুটী দিব নোৱাৰিব প্ৰধান শিক্ষকে
▶️ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মতে শিক্ষা বিভাগৰ ‘স্কুল ৰুল বুক’ত বহু নিৰ্দেশনা
▶️ শিক্ষা বিভাগৰ School Rule Bookমতে চলিব লাগিব বিদ্যালয়
▶️ প্ৰতিজন প্ৰধান শিক্ষকে মানিব লাগিব ‘স্কুল ৰুল বুক’
▶️ কোনো দল-সংগঠনক বিদ্যালয়ত সভা-সমিতি পাতিবলৈ দিব নোৱাৰিব
▶️ প্ৰধান শিক্ষকেও শিক্ষকতাৰ অনুশীলন অব্যাহত ৰাখিব লাগিব
▶️ এই সন্দৰ্ভত সবিশেষ আলোচনা আজিৰ ‘দৰবাৰ’ত
▶️ CONSULTING EDITOR প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

07/07/2023

▶️বৰঝাৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
▶️দু্ৰ্ঘটনাত পতিত আলট্ৰা বাছ আৰু এল্ট’ বাহন
▶️আহত ২০জনৰো অধিক যাত্ৰী
▶️মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাত অসমৰ উমৈহতীয়া বিৰোধী মঞ্চৰ
▶️বিধ্বস্ত বাট পথে ৰাজ্যবাসীক দিয়েই আছে নৰক যন্ত্ৰণা
▶️MIDDAY PRIME

07/07/2023

▶️ GMCHৰ পৰা লৈ যোৱা হ’ল বিমান ৰয়ক
▶️ নলবাৰী আৰক্ষীৰ দলে লৈ যায় বৰ্খাস্ত হোৱা আৰক্ষী বিষয়াজনক
▶️ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ অসমৰ উমৈহতীয়া বিৰোধী মঞ্চৰ
▶️ অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰীৰ বাবে বিশেষ নিৰ্দেশনা DGPৰ
▶️ আৰক্ষীৰ ইউনিফৰ্মৰ সন্মান ৰাখিবলৈ সকলোকে আহ্বান
▶️ বিধ্বস্ত বাট পথে ৰাজ্যবাসীক দিয়েই আছে নৰক যন্ত্ৰণা
▶️ MORNING PRIME

06/07/2023

▶️ বংগোপসাগৰৰ মাজত ধ্বংসপ্ৰাপ্ত হৈছিল এখন জাহাজ
▶️ মৃত্যু হৈছিল ভাৰতীয় নৌসেনাৰ ৫ বীৰ নাবিকৰ
▶️ সেই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল এজন অসমীয়া নাবিকৰ
▶️ জলদস্যুৰূপে প্ৰখ্যাত ছোমালি পাইৰেট্ছৰ সৈতেও কৰিছিল গুলীয়াগুলি
▶️ সেই সংঘৰ্ষতো কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰক্তিম বৰঠাকুৰৰ
▶️ ৰক্তিম বৰঠাকুৰৰ জীৱন্ত কাহিনীয়ে আপোনাক কৰিব শিহৰিত
▶️ ভাৰতীয় নৌসেনাৰ উচ্চপদস্থ আন এজন অসমীয়া বিষয়া
▶️ ভাৰতীয় নৌসেনা বিশ্বৰ ভিতৰত কিমান সক্ষম নৌসেনা?
▶️ নৌসেনাত আছে কি কি ধৰণৰ যুদ্ধজাহাজ?
▶️ কেনেকৈ জল সমাধি হ’ল চাঞ্চল্য সৃষ্টিকাৰী পৰ্যটন ছাবমেৰিন TITANৰ?
▶️ আজিৰ ‘দৰবাৰ’ত ৩ অৱসৰপ্ৰাপ্ত নৌ বিষয়াৰ বৰ্ণাঢ্য জীৱনৰ বিষয়ে আলোচনা
▶️ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Tridip Kalita Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share