Axom News 24×7

Axom News 24×7 Palla Road,Nalbari,Assam,India 781335
(1)

03/02/2025

MNC বালিকা, নলবাৰী কলেজ, অসম ভেলি, ব্ৰাইট ষ্টাৰ একাডেমীত সৰস্বতী পূজা।

03/02/2025

ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়তো পালন কৰা হ'ল সৰস্বতী পূজা।

03/02/2025

নলবাৰীৰ ব্ৰাইট ষ্টাৰ একাডেমীত সৰস্বতী পূজা উদযাপন।

03/02/2025

সৰস্বতী পূজাক লৈ MNC বালিকাৰ ছাত্ৰীৰো নাই উছাহ।

03/02/2025

এতিয়া সৰস্বতী পূজাৰ মাদকতা কমিছে, ছাত্ৰ ছাত্ৰীও কমকৈ অহা হৈছে । MNC বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীৰ মন্তব্য ।

03/02/2025

নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীত শ্ৰীশ্ৰী সৰস্বতী পূজা উদযাপন ।

03/02/2025

যোৰহাটৰ ৭ যুৱকক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ নলবাৰীত ।
জিলা পুথিভঁৰালৰ সন্মুখত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

02/02/2025

নলবাৰীত জগন্নাথ শৰ্মাৰ গ্ৰন্থ 'প্ৰশ্নোত্তৰত সম্পূৰ্ন ৰামায়ন' উন্মোচন। সেউজী-সেউজী'ৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান।

02/02/2025

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উদুলি মুদুলি পৰিবেশ।

02/02/2025

নলবাৰী সাৰথি হস্পিতালৰ কৰ্মশালাত দেশ বিদেশৰ চিকিৎসকৰ অংশগ্ৰহণ। মাৰ্কিন যুক্তৰাজ্য, কুৱালালামপুৰ, মালয়েছিয়াৰ প্ৰতিনিধিৰো অংশগ্ৰহণ।

02/02/2025

এক,দুই হেজাৰ টকাত আমাৰ ঘৰ নচলে, তথাপিও কাম কৰি আছু। অস্থায়ী স্বাস্থ্য কৰ্মীৰ দুখৰ কথা নুবুজে চৰকাৰ বিভাগীয় বিষয়াই। নলবাৰীত চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাৰ সংবাদমেল।

02/02/2025

মূৰ্তি বনালেই খাবলৈ পাও, নবনালে খোৱাৰ সমস্যা। নলবাৰীৰ মৃৎ শিল্পীৰ দুখৰ কথা। ৬০ বছৰে মৃৎ শিল্পৰে জড়িত পৰিয়ালে পোৱা নাই চৰকাৰী সাহাৰ্য্য ।

02/02/2025

হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰিল বাক্সাৰ নয়াবস্তি অঞ্চল। শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন।

02/02/2025

নলবাৰীৰ শিৱ গণেশ শান্তি ধামত শ্ৰীশ্ৰী গণেশ পূজা উদযাপন ।

নলবাৰীৰ গণেশ মন্দিৰ চ'ক শ্ৰী শ্ৰী শিৱ গণেশ শান্তি ধামত এই বেলি ৪২ সংখ্যক শ্ৰী শ্ৰী গণেশ পূজা আয়োজন কৰা হৈছে।

02/02/2025

ডিপ্তা সুৰাদীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট বল প্ৰতিযোগীতা।

02/02/2025

শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা।

02/02/2025

ডিজায়াৰ বাহন দুটুকুৰা হৈ পৰিল নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত।
নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভ-য়ংকৰ দু-ৰ্ঘটনাত ৫ জন আহত।

01/02/2025

সেনা জোৱানক লৈ শান্তিপুৰত উছাহৰ ঢল। সেনা জোৱান পুত্ৰক বুকুৰ মাজত লৈ উচুপি উঠিল মাতৃ।

Address

Palla Road
Nalbari
781335

Telephone

+917002380759

Website

Alerts

Be the first to know and let us send you an email when Axom News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News 24×7:

Videos

Share