চৰাই জনীয়ে ৰৈ আছে। নিজৰ সুৰীয়া ভাষাৰে কৈ আছে।
চৰাই জনীয়ে ৰৈ আছে।
নিজৰ সুৰীয়া ভাষাৰে কৈ আছে।
বুজা জনে বুজিছে।
যেন প্ৰেমৰ শিকলিৰে কোনোবাই বান্ধিছে।
পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই তেজপুৰত সংযোজন কৰিলে তিনিখন ইলেক্ট্ৰনিক বাছ।
পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই তেজপুৰত সংযোজন কৰিলে তিনিখন ইলেক্ট্ৰনিক বাছ।
অৰুণাচলত কাম কৰিবলৈ যোৱা ডিগবৈৰ যুৱক নিৰুদ্দেশ।
অৰুণাচলত কাম কৰিবলৈ যোৱা ডিগবৈৰ যুৱক নিৰুদ্দেশ।
খিলঞ্জীয়া খিলঞ্জীয়া বুলি ৰাজপথত চিঞৰিলে নহব।
খিলঞ্জীয়া খিলঞ্জীয়া বুলি ৰাজপথত চিঞৰিলে নহব।
আজিৰ অসমীয়াই খিলঞ্জীয়াৰ সংজ্ঞা নিজেই উলিয়াই লব লাগিব।
আজিৰে পৰা আৰম্ভ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা।
আজিৰে পৰা আৰম্ভ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা।
আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।
আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।
📌নলবাৰীত আৰক্ষীৰ জালত গাঞ্জা ব্যাৱসায়ী।
📌নলবাৰীত আৰক্ষীৰ জালত গাঞ্জা ব্যাৱসায়ী।
📌চামতা আৰক্ষী চকীৰ বৃহৎ সফলতা।
📌দুগৰাকী গাঞ্জা ব্যাৱসায়ীক আটক চামতা আৰক্ষীৰ।
➡️মনসা মন্দিৰত কোৰাণ শ্বৰীফ।
➡️মনসা মন্দিৰত কোৰাণ শ্বৰীফ।
ট্ৰেড ইউনিয়ন, কিষান মৰ্চা সমুহৰ অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে ডিগবৈত।
ট্ৰেড ইউনিয়ন, কিষান মৰ্চা সমুহৰ অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে ডিগবৈত।
বৰপেটাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ।
বৰপেটাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰতিবাদ।
হত্যা নে আত্মহত্যা? এগৰাকী ন-বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য।
হত্যা নে আত্মহত্যা?
এগৰাকী ন-বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য।
এইবাৰ চৰ্চালৈ নাগাৰা নামৰ শিল্পী জোনালী ডেকা।
🎦এইবাৰ চৰ্চালৈ নাগাৰা নামৰ শিল্পী জোনালী ডেকা।
🎦বালিলেছাত জোনালীৰ নামে আপ্লুত কৰিলে সকলোকে।
🎦সুন্দৰ কণ্ঠ, ৰসাল অভিনয়, আৰু তালৰ খেলৰে মুহিলে সকলোকে।
কৰিশ্মাৰ নামৰ তালে তালে নৃত্য এগৰাকী যুৱকৰ।
কৰিশ্মাৰ নামৰ তালে তালে নৃত্য এগৰাকী যুৱকৰ।
কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচাৰ প্ৰয়াসৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল বাঙ্গালোৰ অসমীয়া।
কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচাৰ প্ৰয়াসৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল বাঙ্গালোৰ অসমীয়া।
অশ্ৰুশিক্ত নয়নেৰে বিদায় দিলে কৃতী শিক্ষক লালচান মিঞাক ৷
অশ্ৰুশিক্ত নয়নেৰে বিদায় দিলে কৃতী শিক্ষক লালচান মিঞাক ৷
সৰস্বতী পূজাৰ দিনা চৰ্চালৈ গুৰু শিষ্য। নলবাৰীৰ কোনখন শিক্ষানুষ্ঠান ?
সৰস্বতী পূজাৰ দিনা চৰ্চালৈ গুৰু শিষ্য।
নলবাৰীৰ কোনখন শিক্ষানুষ্ঠান ?
সৰস্বতী পূজাৰ সময়তে হাজোৰ জাপিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
সৰস্বতী পূজাৰ সময়তে হাজোৰ জাপিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
পূজালৈ বুলি বাইকৰে যোৱা দুই যুৱকক মহতিয়াই নিলে তীব্ৰ বেগী ট্ৰাকে।
গুৰুতৰ ভাবে আহত হৈছে দুই যুৱক ক্ৰমে সুৰুজ আলী আৰু ইজাজুল হক।
হাজোৰ বিষ্ণু পূজা উপলক্ষে জনপ্ৰিয় নাগাৰা নামৰ পঠিকা অনিতা লহকৰ নাগাৰা নাম পদর্শন।
হাজোৰ দিহিনা বালাচৰ চুবুৰিত বিষ্ণু পূজা উপলক্ষে জনপ্ৰিয় নাগাৰা নামৰ পঠিকা অনিতা লহকৰ নাগাৰা নাম পদর্শন।
নলবাৰীৰ খাটকটৰাত জনপ্ৰিয় পাঠিকা কৰিস্মা নাথ আৰু কনকলতা মেধিৰ নাগাৰা নাম।
নলবাৰীৰ খাটকটৰাত জনপ্ৰিয় পাঠিকা কৰিস্মা নাথ আৰু কনকলতা মেধিৰ নাগাৰা নাম।
দুয়োগৰাকী পাঠিকাৰ নাম চাবলৈ হেতা ওপৰা খাটকটৰাত।
জাজীমুখত শিমলু ফুলিছে। মেলেঙ নৈত মাছুৱৈয়ে ঘাটজাল দাঙিছে।
জাজীমুখত শিমলু ফুলিছে।
মেলেঙ নৈত মাছুৱৈয়ে ঘাটজাল দাঙিছে।
নদীৰ বুকু শুকাইছে দিচাংমুখৰ।
মাজুলীৰ কনেঙে লৃগাঙৰ আনন্দত ঐনিতম জুৰিছে।