TheCrosscurrent.in

TheCrosscurrent.in The Crosscurrent is an independent newsroom that produces investigative and analytical reporting wit
(90)

10/12/2024
10/12/2024

মোদী-আদানি বিষয় তল পেলাবলৈ তৎপৰ বিজেপি। প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আমেৰিকাৰ সৈতে থকা সম্পৰ্কও পাহৰিলে বিজেপিয়ে!

10/12/2024


‘মা-দেউতাৰ সাৰথিৰ সময়ত গোটেই জীৱনৰ বাবে দুখ দিবলৈ ওলাইছোঁ তেওঁলোকক।' ডেৰ ঘণ্টীয়া এটা ভিডিঅ’ আৰু ৪০ পৃষ্ঠাৰ এখন টোকা...অতুল সুভাষৰ কিছু ব্যক্তিগত কাহিনী কিয় আহিছে চৰ্চাৰ শিৰোনামলৈ?

10/12/2024


ছিৰিয়ান চৰকাৰৰ পতনৰ কাৰণ আমেৰিকা নেকি? কেনেকুৱা আছিল বাছাৰ অল আছাদৰ শাসন? আছাদৰ পতনৰ পাছত নতুন ছিৰিয়াৰ ভাৰতৰ লগত ভৱিষ্যত সম্পৰ্ক কেনেকুৱা হ'ব?

প্ৰতিদিনে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বিশেষ প্ৰতিবেদন নিশা ৯ বজাত

10/12/2024

লগৰ ’ল’ৰা’ গৈ সোমাল প্ৰভাৱশালীৰ তালিকাত। ইফালে কেবিনেটৰ কাষেই চাপিব পৰা নাই এচামে। দল সলায়ো সলনি নহ’ল ভাগ্য। শোকে-দুখে-খঙে-ৰাগে একাকাৰ বিয়াগোম নেতা।

10/12/2024

এখন মুখ-দুটা ভাষ্য। মোগল-বাবৰক আক্ৰমণেৰে ডিঙিৰ শিৰ ফুলোৱা মুখ্যমন্ত্ৰীয়ে কৰিছে সাম্প্ৰদায়িকতাৰ বিৰোধিতা।

মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবী তথা চৰকাৰী নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে গুৱাহাটীত নাগৰিক আৰু বিৰোধী ৰাজনৈতিক দলৰ এঘণ্টীয়...
10/12/2024

মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবী তথা চৰকাৰী নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে গুৱাহাটীত নাগৰিক আৰু বিৰোধী ৰাজনৈতিক দলৰ এঘণ্টীয়া মৌন প্ৰতিবাদ

10/12/2024

লোকসভাৰ অধ্যক্ষৰ কথাও নামানে শাসকীয় সাংসদে। সংসদৰ কাম-কাজ চলাত বাধা শাসকীয় সাংসদৰ। সাংসদৰ আচৰণত নিৰুপায় অধ্যক্ষ। সদন স্থগিত ৰাখিবলৈ বাধ্য হৈছে অধ্যক্ষ।

10/12/2024

নৰেন্দ্ৰ মোদীৰ গুজৰাটত ২.৫০ লাখ স্মাৰ্ট মিটাৰ। অসমত দেশৰ ভিতৰতে সৰ্বাধিক ২৩.৩০ লাখ স্মাৰ্ট মিটাৰ কিয়? স্মাৰ্ট মিটাৰক লৈ ৰাজ্যসভাত কি ক’লে মন্ত্ৰীয়ে?

10/12/2024

ন্যায়ালয় যেতিয়া ধৰ্মচৰ্চাৰ কেন্দ্ৰ হৈ পৰে। গৰুৱে নিশ্বাসত এৰে অক্সিজেন। ন্যায়াধীশে এয়া কি ৰায় দিলে?

প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭ বজাত 'দ্য ক্ৰছকাৰেণ্ট'ত বিশেষ বিশ্লেষণেৰে

10/12/2024

ক্ষমা খুজি কমিশ্যনৰ কথা লুকুৱাব খুছিজে নেকি বিজেপি নেতাই? ঠিকাদাৰক মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ চোঁচ*ৰাই নিয়াৰ ভাবুকি বিজেপি নেতাৰ। মন্ত্ৰী পীযুষ হাজৰিকাক কৈ ঠিকা দিয়াইছিল নেকি আকাশ ফুকনে? আকাশ ফুকনৰ জৰিয়তে কমিশ্যন লৈছিল নেকি সাংসদ তাছাই?

10/12/2024

ভয়ংকৰ খবৰ! ৰাজ্যত বন্ধ হ’ব হোমিঅ’ চেম্বাৰ! কেনেকৈ চিনাক্ত কৰিব প্ৰকৃত হোমিঅ’ চিকিৎসকক?

প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৬ বজাত

10/12/2024

'এক হৈ থাকিলে ৰণত জয় হ'ব, নহ'লে উপ-নিৰ্বাচনৰ দশা হ'ব। বাস্তৱ অভিজ্ঞতাৰ পৰা শিক্ষা ল'ব লাগিব। লুৰীণজ্যোতি গগৈ, ভূপেন বৰা, অখিল গগৈ কোনো জনগণৰ ঊৰ্ধ্বত নহয়।' বিৰোধী ঐক্যৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

10/12/2024

মাহৰ মাৰ দেখি তিলে বেত মেলিছে বিহাৰত! সিন্দেৰ অৱস্থা দেখি সজাগ হৈছে নীতিশ কুমাৰ! লাগিলে নীতিশেই হওক মুখ্যমন্ত্ৰী, তথাপিও বিজেপিক নিবিচাৰে লালুৱে!

10/12/2024

পৰীক্ষাতকৈ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সভা বেছি গুৰুত্বপূৰ্ণ নেকি? মুখ্যমন্ত্ৰীৰ সভাৰ বাবে পিছুৱালে নৱম, দশম শ্ৰেণীৰ ইউনিট টেষ্ট। গোলাঘাট জিলাৰ এই কাণ্ডক লৈ কি ক’লে কৃষক নেতা বিদ্যুৎ শইকীয়াই?

Address

H. No. 11. Nearby Kali Mandir, DownTown
Guwahati

Alerts

Be the first to know and let us send you an email when TheCrosscurrent.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Guwahati

Show All