NEWS8 NE অসম

NEWS8 NE অসম অসমৰ অভিজ্ঞতাসম্পন্ন সাংবাদিকৰ দ্বাৰা প্ৰতিষ্ঠিত জনপ্ৰিয় ৱেব নিউজ প’ৰ্টেল

21/09/2024

🔴 NAAC ASSESSMENT: F.A.AHMED College ,Garoimari
👉 Result GRADE -B
👉 উৎফুল্লিত কলেজ কৰ্তৃপক্ষ
👉 উৎফুল্লিত মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী

21/09/2024

🔴 প্ৰসংগঃ গৰৈমাৰীৰ শিক্ষয়িত্ৰী অপহৰণ কাণ্ডঃ
👉 গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষয়িত্ৰী অপহৰণ কাণ্ডৰ মুল অভিযুক্ত নুৰুল FCC ইছলামক ৷
👉 অৱশেষত অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে গৰৈমাৰী আৰক্ষীয়ে ৷
👉 শিক্ষয়িত্ৰীক অপহৰণ কাণ্ডত নাম সাঙোৰ খোৱাৰ সম্ভাৱনা আৰু কেইবাজনো ব্যক্তিৰ নাম ৷
👉 মানসিকভাৱে ভাগি পৰা ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীয়ে অপহৰণকাণ্ডৰ লগত জৰিত প্ৰত্যেকজন ব্যক্তিৰ বিৰুদ্ধে শাস্তিৰ দাবী কৰিছে ৷

20/09/2024

🔴 এইবাৰ প্ৰেম বিবাহৰ ভয়ংকৰ পৰিণতি!৷
👉 দক্ষিণ কামৰূপৰ সোণতলীৰ ২নং দক্ষিণ ৰাঙাপানীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷
👉 পত্নী ৰৌসুনাৰা পাৰবিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযােগ স্বামী আজিজুল হকৰ বিৰুদ্ধে৷
👉 উল্লেখ্য যে পত্নীক যৌতুকৰ বাবে বিভিন্ন সময়ত অত্যাচাৰ কৰাৰ অভিযোগ আছে৷
👉 যৌতুক আনি নিদিয়াৰ বাবে এবছৰীয়া সন্তান কোলাত থাকোতেই পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল স্বামীয়ে৷
👉 ইপিনে ঘটনাৰ খবৰ লাভ কৰি সোণতলী আৰক্ষী উপস্থিত হৈ স্বামী আজিজুল হকক আটক কৰে বুলি জানিব পৰা গৈছে৷
👉 আনহাতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
👉 হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তৰ পিচত হে পোহৰলৈ আহিব৷

20/09/2024

🔴 কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত নাভূত নাশ্ৰুত ঘটনা।
👉 মৃত পট্টাদাৰৰ পৰা অন্য লোকৰ নামত অংশীদাৰসূত্ৰে নামজাৰিৰ ভয়ংকৰ জালিয়াতি লাট মণ্ডলৰ।
👉 ভুক্তোভোগীক RTI মেনেজ কৰিবলৈ ৫ লক্ষাধিক টকাৰ প্ৰলোভন দি হেঁচা প্ৰয়োগ লাট মণ্ডল দিলীপ শৰ্মাৰ।
👉 কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ এলেকাৰ পূৱ ছমৰীয়া মৌজাৰ ১নম্বৰ লাটৰ আমবাৰীপাম গাঁৱৰ লাট মণ্ডল দিলীপ শৰ্মাৰ বিৰুদ্ধে জালিয়াতি কৰি মাটি নামজাৰি কৰাৰ ভয়ংকৰ অভিযোগ।
👉 ভূ-মাফিয়াৰূপী লাট মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ।
👉 উল্লেখ্য যে, মৃত পট্টাদাৰ ধামাল সেখৰ নামত থকা আমবাৰীপাম গাঁৱৰ ৪ বিঘাত কৈ অধিক ভূমি তেজৰ সম্পৰ্ক নথকা লোকৰ নামত লাট মণ্ডল দিলীপ শৰ্মাই বৃহৎ পৰিমাণ ধনৰ বিনিময়ত জালিয়াতি সংঘটিত কৰি অন্য লোকৰ নামত নামজাৰি কৰি দিয়াৰ অভিযোগ।
👉 ইফালে, লাট মণ্ডলৰ এনে জালিয়াতি কৰা সন্দৰ্ভত আব্দুল মোন্নাফ নামৰ ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰিছে।
👉 RTIৰ অধীনত আবেদন কৰাৰ পিছতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা হঠাৎ ভুক্তভোগী লৈ শুনানিৰ বাবে জাননী প্ৰেৰণ কৰছে।
👉 প্ৰশ্ন হয়, লাট মণ্ডল দিলীপ শৰ্মাই কিহৰ ভিত্তিত মৃত পাট্টাদাৰৰ পৰা অন্য ব্যক্তিৰ নামত ভূমি নামজাৰি কৰিলে?
👉 ইফালে, গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলা এনে কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।

🔴 কনিষ্ঠ ভাতৃৰ শেষকৃত্য সম্পন্ন কৰি ওভতাৰ পথত জ্যেষ্ঠ ভাতৃ নিৰুদ্দেশ👉 কামৰূপ জিলাৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বিজয়নগৰ ...
19/09/2024

🔴 কনিষ্ঠ ভাতৃৰ শেষকৃত্য সম্পন্ন কৰি ওভতাৰ পথত জ্যেষ্ঠ ভাতৃ নিৰুদ্দেশ
👉 কামৰূপ জিলাৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বিজয়নগৰ গাঁও নিবাসী জগৰু চৌধুৰী (৫৫) নামৰ এক ব্যক্তি যােৱা ১৮ ছেপ্টেম্বৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।
👉 এই সন্দৰ্ভত পৰিয়ালৰ লােকে বিজয়নগৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰ অনুসৰি, ঘটনাৰ দিনা স্থানীয় শ্মশানত জগৰুৰ কনিষ্ঠ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পিছত অন্য লােকাে সৈতে জগৰু চৌধুৰী দখলা ঘাটত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈছিল।
👉 গা ধুই উঠাৰ পিছত অন্য লােকৰ সৈতে ঘৰলৈ ওভতাৰ পথতে লােকজন নিৰুদ্দেশ্য হােৱা বুলি পৰিয়াৰ লােকে প্ৰকাশ কৰিছে। এজন সদস্যৰ মৃত্যুৰ দিনাই পৰিয়ালৰ আন এজন লােক এনেদৰে নিৰুদ্দেশ হােৱা ঘটনাই এই পৰিয়ালক অধিক দুখৰ মাজত ঠেলি দিছে।
👉 নিৰুদ্দিষ্ট লােকজনৰ সন্দৰ্ভত কােনাে তথ্য থাকিলে অচিৰেই আৰক্ষী নাইবা 70350-62520 মবাইল নম্বৰত যােগাযােগ কৰিবলৈ পৰিয়ালৰ লােকে আহ্বান জনাইছে।

14/09/2024

🔴 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানৱ হিচাপে মানুহৰ ওপৰত হৃদয়বান হোৱাৰ কাতৰ আহ্বান অসম মিঞা পৰিষদৰ।
👉 সোনাপুৰত ঘটনাক লৈ তীব্ৰ পতিক্ৰিয়া প্ৰকাশ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এম মক্তাৰ মণ্ডলৰ।

11/09/2024

🔴 "মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো। আৰক্ষীক মই সহযোগ কৰিম" -চুমী বৰা

🔴 কামৰূপৰ ধুমগাড়া আমবাৰীত অঘটন৷👉 মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ যুৱক এগৰাকী৷👉 ছয়গাঁও সমষ্টিৰ অম্তৰ্গত আমবাৰী গাঁ...
10/09/2024

🔴 কামৰূপৰ ধুমগাড়া আমবাৰীত অঘটন৷
👉 মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ যুৱক এগৰাকী৷
👉 ছয়গাঁও সমষ্টিৰ অম্তৰ্গত আমবাৰী গাঁও নিবাসী ইছমাইল আলীৰ পুত্ৰ আব্দুল ৰহিম (35)
👉 ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ যায়৷ মাছ মাৰি ঘৰলৈ ওভতাৰ পথত ধুমগাড়া আমবাৰীৰ ব্ৰহ্মপুত্ৰত যুৱকজন নিৰুদ্দেশ হয়৷
👉 পৰিয়ালৰ স্থানীয় লোকে নদীত বিচাৰ-খোঁচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই৷
👉 ইপিনে ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশৰ বুজ লয়৷

09/09/2024

🔴 পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিনতি ৷
👉মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক ৷
👉গুৰুতৰভাৱে আহত হৈছে দুটা পক্ষৰ ,৭ জনকৈ লোক ৷
👉দক্ষিণ কামৰূপৰ সোণতলীৰ পথালি পাৰাত সংঘটিত হৈছে এই ঘটনা ৷

09/09/2024

🔴 দক্ষিণ কামৰূপৰ গৰৈমাৰীত NAAC ৰ দল।
👉 গৰৈমাৰীস্থিত ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মুল্যায়ন আৰু স্বীকৃতি পৰিষদৰ পৰিদৰ্শন ৷
👉 মহাবিদ্যালয় কৰ্তৃপক্ষই স্বাগতম জনাইছে ৰাষ্ট্ৰীয় মুল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দলটোক ৷
👉 NAAC ৰ দলটােত আছেঃ অধ্যাপক দামােদৰ মিশ্ৰ, অধ্যক্ষ, অধ্যাপক সন্দীপ গ্ৰভাৰ, সদস্য, আৰু ডাঃ মেৰী এঞ্জলিন সন্তােসম, সদস্য।

08/09/2024

🔴 এক চাঞ্চল্যকৰ ঘটনা...

Address

Near LGBI Airport
Guwahati
781015

Telephone

6000466608

Alerts

Be the first to know and let us send you an email when NEWS8 NE অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEWS8 NE অসম:

Videos

Share

Nearby media companies


Other News & Media Websites in Guwahati

Show All