দিবাং আৰু দটুং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে অসম-অৰুণাচল সীমান্তৱৰ্তী শদিয়াৰ অমৰপুৰৰ বৃহত্তৰ অঞ্চল। পানীৰ তলত অঞ্চলটোৰ প্ৰায় ১৩খনকৈ গাঁও। পানীয়ে উটুৱাই নিয়ে পকী দলং।
জাগীৰোডৰ উচ্ছেদত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ১৫ জুলাইলৈকে উচ্ছেদ কৰিব নোৱাৰিব আৰক্ষী প্ৰশাসনে। দীৰ্ঘদিন ধৰি প্ৰায় ১৫ শ পৰিয়ালে বাস কৰি আহিছিল ৰেল বিভাগৰ মাটিত। মাত্ৰ এসপ্তাহৰ জাননী দি উচ্ছেদ চলাইছিল প্ৰশাসনে। ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভূক্তভোগী।
নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ডিব্ৰু নৈৰ জলপৃষ্ঠ৷ ডিব্ৰুনৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে তিনিচুকীয়াৰ গুইজান,নতুন ৰঙা গড়া,ৰঙাগড়া অঞ্চলত ৷ ডিব্ৰুনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে মানুহৰ ঘৰ-বাৰী বিদ্যালয়।
'GUৰ মাৰ্কশ্বীট কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে'। কেলেংকাৰিত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক কৰায়ত্ব কৰি কঠোৰতম শাস্তিৰ দাবী আছুৰ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি উৎপল শৰ্মাৰ।
চেলেংহাটত বিষ্ণু জ্যোতিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্র ছাত্ৰীক ৰাজহুৱা সম্বৰ্ধনা:
‘এয়া সন্মান, মৰম’...কণ্ঠশিল্পী আশা ভোঁসলেৰ বায়োগ্ৰাফী মুকলিৰ অনুষ্ঠানত
‘এয়া সন্মান, মৰম’...কণ্ঠশিল্পী আশা ভোঁসলেৰ বায়োগ্ৰাফী মুকলিৰ অনুষ্ঠানত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য৷ কণ্ঠশিল্পী চনু নিগমে কিম্বদন্তী শিল্পীগৰাকীৰ চৰণ ধুই জনালে সন্মান...
আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷ মেচখনৰ বাবে সাজু টীম ইণ্ডিয়াৰ খেলুৱৈসকল৷
আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল৷ ভাৰতৰ মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা৷ টীম ইণ্ডিয়াৰ জয়ৰ বাবে উত্তৰ প্ৰদেশত নেদেখাজনৰ ওচৰত পূজা-অৰ্চনা অনুৰাগীসকলৰ৷
আজি T20 বিশ্বকাপৰ চূড়ান্ত ৰণ। ভাৰত বনাম দক্ষিণ আফ্ৰিকা মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ মন্তব্য। গৌতম গম্ভীৰ সন্দৰ্ভতো ক'লে গাংগুলীয়ে।
ছবিগৃহত মুক্তি লাভ কৰিলে চৰ্চিত হিন্দী ছবি ‘KOOKI’। ছবিখনৰ পৰিচালনা প্ৰণৱ জে ডেকাৰ আৰু প্ৰযোজনা কৰিছে ড° জোনমণি দেৱী খাউণ্ডে । ইতিমধ্যে কাঁ চলচ্চিত্ৰ মহোৎসৱ আৰু ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে ছবিখন। ছবিখন উপভোগ কৰি কি পালে দৰ্শকে?
সাগৰত নহয়, পুখুৰীত উৎপাদন মুকুতা। মুকুতা খেতি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কৃষি বিপ্লৱৰ সূচনা কৰিছে ধিঙৰ ৰুলেন হাজৰিকাই। ২০ হাজাৰ কানখোলা শামুকেৰে বিজ্ঞানসন্মত পদ্ধতিৰে আৰম্ভ কৰিছে মুকুতা খেতি। মুকুতা খেতিৰ সন্দৰ্ভত বহু লোকক প্ৰশিক্ষণো দিছে ব্যক্তিগৰাকীয়ে।
সমষ্টি পুন:নিৰ্ধাৰণ প্ৰক্ৰিয়াই স্থবিৰ কৰিছে উন্নয়ন/৬৭ লাখ টকা আৱন্ত্ৰণৰ পাছতো দেৰ বছৰে টীয়কৰ লাহোৱাল দত্ত চুকৰ পথটো নহ'ল যাতায়তৰ উপযোগী
শিৱসাগৰত মিঠাতেলৰ মিলত ওলাইছে ONGCৰ সামগ্ৰী। পুনৰ সক্ৰিয় ONGCৰ লোহা চুৰি চক্ৰ। দেৱলীয়া খাটৰ এটা মিঠাতেল মিলৰ চৌহদত তেল খননত ব্যৱহৃত লোৰ অল্টাৰনেটৰ উদ্ধাৰ।
খোৱাঙৰ আজাৰগুৰিত নিশা প্ৰচণ্ড ধুমুহা-বৰষুণ৷ ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ৷ ধুমুহাত ছিগিল বৈদ্যুতিক তাঁৰ, ভাগিল বিদ্যুতৰ খুঁটা৷
কামাখ্যা মন্দিৰত পূজা অৰ্চনা মুখ্যমন্ত্ৰীৰ
অম্বুবাচী মেলাৰ পিছতে পত্নীসহ কামাখ্যা মন্দিৰত পূজা অৰ্চনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
📌তিতাবৰ আৰক্ষী থানত উত্তপ্ত পৰিস্থিতি
📌তিতাবৰ আৰক্ষী থানত উত্তপ্ত পৰিস্থিতি
📌SP মোহন লাল মিনা, তিতাবৰ SDPO কাকলি পাটগিৰিক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত
📌আৰক্ষীৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিব নোৱাৰি জীৱনৰ চৰম সিদ্ধান্ত লৈছিল দীপাংকৰ গগৈয়ে
📌জীয়াউৰ ৰহমানৰ পত্নীৰ ফাৰনাজ নৌৰিন জামানৰ সংবাদ মেল
📌জীয়াউৰ ৰহমানৰ পত্নীৰ ফাৰনাজ নৌৰিন জামানৰ সংবাদ মেল
📌বিবাহ বিচ্ছেদ অবিহনেই জীয়াউৰ ৰহমানে দ্বিতীয় বিবাহ কৰাৰ অভিযোগ
অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত বানৰ সন্ত্ৰাস ঃ উটুৱাই নিলে স্থানীয় লোক এজনক
বিশ্বনাথৰ অসম অৰুণাছল সীমান্তৱৰ্তী গাৱত বান। মধুপুৰ-বনগাও, ভীমাজুলি আদি অঞ্চলত বাঢ়নি পানীৰ সন্ত্ৰাসৰ কৱলত স্থানীয় ৰাইজ ৷ ভীমাজুলি নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বীবং চবৰ নামৰ ২৪ বছৰীয়া যুৱকক ৷ যোৱাকালিৰে পৰা সন্ধানহীন হোৱা বীবংক বিচাৰি ভীমাজুলি নৈত স্থানীয় ৰাইজে চলাইছে অভিযান।
📌জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন
📌জামুগুৰিহাটৰ মংগলবৰীয়াত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন
📌পাঁচ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা
📌লেখাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি
📌লেখাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি
📌ছাত্ৰ মুক্তি,টাংচা,বোৰ্খা, আদিবাসী ছাত্ৰ সংগঠনে SI প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰে
📌মদৰ নিচাত মাতাল আৰক্ষীয়ে প্ৰহাৰ কৰিছিল MBA ছাত্ৰ প্ৰদুম চেত্ৰীক