️⏺️সৰুপথাৰ সমষ্টিত বৈছে উন্নয়নৰ ধাৰা
⏺️বিধ্বস্ত পথে লৈছে ন ৰূপ
জনাঞ্চলত বনৰজা ৷ বানৰ কবলত পৰি এনেদৰে ওলাই আহিল বনৰজা ৷৷
#xomoilivedigital #FloodinAssam #tiger
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি সংবাদমাধ্যমৰ আগত কি ক'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত আছিল কৃষিমন্ত্ৰী অতুল বৰা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৷
#xomoilivedigital #BiswajitPhukan #CMOASSAM #HimantaBiswaSarma #AtulBora
কেইবাটাও উন্নয়ণমূলক কামৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰিলে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷
#xomoilivedigital #BiswajitPhukan #CMOASSAM #highlightseveryone #HimantaBiswaSarma
নিজ সমষ্টিলৈ গৈ থকা অৱস্থাত নামবৰ বনাঞ্চলত বাঘৰ বিচৰণ কেমেৰাত আৱদ্ধ কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে।
Biswajit Phukan
উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাকোত্তৰ ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়ৰ অধ্যক্ষসকললৈ কি আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
#CMOASSAM #BiswajitPhukan #xomoilivedigital #educationdepartmentassam
২১০০ কোটি টকাৰ ড্ৰাগছৰ ওপৰত বুলডজাৰ চলালে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৷ ড্ৰাগছমুক্ত অসম গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী ৷৷
#xomoilivedigital #highlightseveryone #HimantaBiswaSarma #BiswajitPhukan #WarAgaintsDrugs
গোলাঘাট জিলাৰ বৰপথাৰৰ দুৱৰণিত বৃহৎ আকাৰৰ পানীকাছ উদ্ধাৰ ৷ প্ৰায় ৪০ কেজি ওজনৰ কাছটো ৰাইজৰ সহযোগত বনবিভাগে উদ্ধাৰ কৰি দুৱৰণিস্থিত শিৱমন্দিৰৰ পুখুৰীত মেলি দিয়ে ৷
#xomoilivedigital #golaghat #forest #golaghatforest #highlightseveryonefollowers2024 #highlights #highlightseveryone
গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ বিকাশ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান ৷ অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ সাংবাদিকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ জিলাখনৰ প্ৰায় ৪০ টাতকৈও অধিক ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে বিশিষ্ট সাংবাদিকগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে সাংবাদিকগৰাকীৰ আশুআৰোগ্য কামনা কৰে ৷
#xomoilivedigital #গোলাঘাটজিলাসাংবাদিকসংস্থা #AtulBora #journalist #journalistlife #golaghat #highlights #highlightseveryonefollowers2024 #highlightseveryone
পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। মালবাহী ৰে'লৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ সংঘৰ্ষৰ ফলত লাইনচ্যুত কেইবাটাও দবা। দুৰ্ঘটনাক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পোষ্ট। ঘটনাস্থলীলৈ ৰাওনা হৈছে উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসক, এম্বুলেন্স, উদ্ধাৰকাৰীৰ দল । এই পৰ্যন্ত জানিব পৰা হোৱা নাই হতাহতৰ খবৰ।
#BigBreakingNews #BIGBREAKING #RailAccident #WestBengal