NETV

NETV A bilingual news channel from North Eastern India based in Guwahati, Assam.

23/06/2023

সাংবাদিক সকল নিৰপেক্ষ হব লাগে, এই মন্তব্য মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

21/06/2023

📌নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত অঘটন।

📌বিদ্যুৎ পৃষ্ঠ হৈ এজন শ্ৰমিকৰ মৃত্যু।

মুম্বাইত অসম জাতীয় পৰিষদৰ নেতৃত্বৰে শিৱ সেনাৰ নেতা উদ্ধৱ ঠাকৰেৰ বৈঠক৷ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত মুম্বাইত দলটোৰ স...
21/06/2023

মুম্বাইত অসম জাতীয় পৰিষদৰ নেতৃত্বৰে শিৱ সেনাৰ নেতা উদ্ধৱ ঠাকৰেৰ বৈঠক৷ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত মুম্বাইত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপসভাপতি চমছেৰ সিং আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত থাকে৷ বৈঠকত দেশৰ আঞ্চলিক দলসমূহৰ সমন্বয়-সহযোগিতাৰ ওপৰত আলোচনা কৰা হয়৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো অসমবাসীৰ বিৰোধ সন্দৰ্ভত শিৱ সেনাৰে আলোচনাত স্থান পায়৷

04/06/2023

বিদ্যোুত মাচুল বাঢ়িছে যদি কমত চলে ফেন নলগাব পছৰ তলত বহিব -বিশ্বজিৎ দৈমাৰী

31/05/2023

📌কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা।
📌ট্ৰাক আৰু টাটা এল্ট'জ বাহনৰ মাজত মুখামুখি সংৰ্ঘষ।
📌দুৰ্ঘটনাত নিহত এজন, আহত এজন।
📌নিহত ব্যক্তিজন যোৰহাটৰ ২ নং সোনাৰি গাঁৱৰ ৰাজীৱ বৰাৰ।

28/05/2023

আজি মুকলি কৰা হ'ল ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱন
মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে.

25/05/2023

EXCLUSIVE ভিজুৱেল
গুৱাহাটীত ভয়ংকৰ ঘটনা
পানীৰ ফোৱাৰাই উটুৱাই নিলে গাড়ী, ঘৰৰ বেৰ
খাৰঘুলিত প্রচণ্ড শব্দৰে পানীৰ পাইপ ফাটি অঘটন

🔴শোকাৱহ! এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু  SI জোনমণি ৰাভাৰ৷ জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ মাৰুতি এল্ট’ৰ
16/05/2023

🔴শোকাৱহ! এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভাৰ৷ জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ মাৰুতি এল্ট’ৰ

🔴 জখলাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভা
16/05/2023

🔴 জখলাবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভা

13/05/2023

13/05/2023

মৰিগাৱঁৰ ভেলৌগুৰিত গ্ৰেপ্তাৰ ৬ জন পঞ্চায়ত কৰ্মী।

12/05/2023

অসম চৰকাৰৰ অসম সত্ৰ ভুমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই আজি উপস্হিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰজন্মস্হান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী সত্ৰত।

🔸অৱশেষত সন্ধান ওলাল পলাতক দৰা নয়নমণি শইকীয়াৰ🔸দৰাঘৰৰ লোকে আৰক্ষীক গতাই দিয়ে পলাতক দৰাক
11/05/2023

🔸অৱশেষত সন্ধান ওলাল পলাতক দৰা নয়নমণি শইকীয়াৰ
🔸দৰাঘৰৰ লোকে আৰক্ষীক গতাই দিয়ে পলাতক দৰাক

03/05/2023

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু ।

৩৫ বছৰীয়া হ’ল অভিনেত্ৰী অনুষ্কা শর্মাজন্মদিনত অনুৰাগীৰ শুভকামনা
01/05/2023

৩৫ বছৰীয়া হ’ল অভিনেত্ৰী অনুষ্কা শর্মা
জন্মদিনত অনুৰাগীৰ শুভকামনা

30/04/2023

▶️ সাংবাদিকৰ কি প্ৰশ্নত খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

📌টুইটাৰত বায়' সলনি কৰিলে অংকিতা দত্তই। লিখিলে, 'প্ৰতাৰিত মহিলা অধ্যক্ষ'
22/04/2023

📌টুইটাৰত বায়' সলনি কৰিলে অংকিতা দত্তই। লিখিলে, 'প্ৰতাৰিত মহিলা অধ্যক্ষ'

17/04/2023

মৈৰাবাৰীত চাইবাৰ অপৰাধীৰ টিঘিল-গিলনী ।
দুধৰ্ষ অপৰাধী ইনামূল হকে ধন ঘটিবলৈ জঘন্য পদ্ধতিৰ অৱলম্বন কৰিছে।

14/04/2023
অভিলেখৰ পাছতে মামাৰ সৈতে বিহুৱতী ভাগিনৰ ছেলফি
13/04/2023

অভিলেখৰ পাছতে মামাৰ সৈতে বিহুৱতী ভাগিনৰ ছেলফি

🔹 বিহুৱে ৰচিলে নতুন ইতিহাস। ১১,০০০ নাচনী-ঢুলীয়াই বিহুৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ
13/04/2023

🔹 বিহুৱে ৰচিলে নতুন ইতিহাস। ১১,০০০ নাচনী-ঢুলীয়াই বিহুৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ

13/04/2023

11/04/2023

📌 এফালে জন্ম হৈছে কন্যাৰ, আনফালে চলি আছে জানাজা মুফতি দিদাৰুলৰ।
📌 সন্তান সম্ভৱা পত্নীক চাবলৈ ঢাপলি মেলি আহি মৃত্যুক সাৱটিলে দিদাৰুলে।
📌 দেখা নাপালে কন্যাৰ মুখখনো।

08/04/2023

পুটুৱাকাটা প্ৰাথমিক বিদ্যালয়ত সাধাৰণ সভা

04/04/2023

বটদ্ৰৱাত গৰুচোৰৰ ৰূপত শিক্ষকৰ পুত্ৰ। ড্ৰাগছ আসক্ত হৈ চুৰি কৰা গৰু সহ আটক।

01/04/2023

ধিঙৰ গেৰেকণীত হস্ত নিৰ্মিত পিষ্টল সহ গ্ৰেপ্তাৰ আমিৰ হুছেইন নামৰ এজন যুৱক।

বিৰাট কোহলিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে দশম শ্ৰেণীৰ মাৰ্কশ্বিট। কোহলিৰ মাৰ্কশ্বিটক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ...
31/03/2023

বিৰাট কোহলিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে দশম শ্ৰেণীৰ মাৰ্কশ্বিট। কোহলিৰ মাৰ্কশ্বিটক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে চৰ্চা।

28/03/2023

লম্পট পিতৃৰ কামনাৰ বলি হ'ল নিজ কন্যা

26/03/2023

২৭ মাৰ্চত নগাঁও জিলাৰ জিলা দিৱস পালন।
গুষণা কৰিলে নগাঁও জিলাৰ জিলা উপায়ুক্তৰ।

22/03/2023

22/03/2023

Cctv footage লৈ মন কৰক,
যেতিয়া স্কুটাৰে চালকক এৰিছিল

21/03/2023

'অখিল গগৈ ডাঙৰীয়া মোতকৈ ডাঙৰ মানুহ'
অখিল গগৈক হাতযোৰ কৰি কিয় এনেদৰে ক'লে মন্ত্ৰী পিযুষ হাজৰিকাই?

21/03/2023

ৰূপম দত্ত কিয় আম আদমি পাৰ্টি ত যোগদান কৰিলে?

Address

Gauhati

Alerts

Be the first to know and let us send you an email when NETV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Media/News Companies in Gauhati

Show All

You may also like