দিনান্তৰ সংবাদ
দিনান্তৰ সংবাদ
২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ,নামৰূপ সাৰ কাৰখানাত হ’ব ইউৰিয়াক লৈ প্ৰকল্প
#DNews #dnortheast #assam #AssameseBulletin #dinantarsangbaad
দিনান্তৰ সংবাদ
দিনান্তৰ সংবাদ
আজি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন,প্ৰান্তে প্ৰান্তে ভিন্ন কাৰ্যসূচীৰ আয়োজন
#DNews #dnortheast #assam #AssameseBulletin #dinantarsangbaad
দিনান্তৰ সংবাদ
দিনান্তৰ সংবাদ
দিনটোৰ শিৰোনাম
#DNews #dnortheast #assam #AssameseBulletin #dinantarsangbaad
মুখ্যমন্ত্ৰীৰ জন্ম দিন উপলক্ষ্যে GMC ৰ নতুন পদক্ষেপ l
মুখ্যমন্ত্ৰীৰ জন্ম দিন উপলক্ষ্যে GMC ৰ নতুন পদক্ষেপ l
গুৱাহাটীৰ বিল্ডিঙৰ অমীমাংসিত সমস্যা সমাধানৰ লক্ষ্যৰে ২ মাহৰ বাবে উজান বজাৰৰ GMC অফিচত মুকলি বিশেষ শিবিৰ l
৩১ মাৰ্চৰ ভিতৰত উজান বজাৰ অফিচত আহি সমস্যা সমাধান কৰি লবলৈ গুৱাহাটী বাসীক আহ্বান মেয়ৰৰ l
#DNews #assam #GMC
বিয়লিৰ বুলেটিন
বিয়লিৰ বুলেটিন
#DNews #dnortheast #EveningBulletin #assam
অসমৰ গাহৰি পালনৰ দায়িত্ব বহিৰাগত কোম্পানীক অৰ্পণ কৰা বিষয়ত গাহৰি পালক সন্থাৰ প্ৰতিক্ৰিয়া l
“কোনোধৰণৰ তথ্য নোহোৱাকৈ এগৰাকী মুখ্যমন্ত্ৰীৰ লগত বিদেশী কোম্পানীয়ে আলোচনা কৰিব- এয়া হ’বই নোৱাৰে”
“মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছতো এই সন্দৰ্ভত জ্ঞাত নহয় বুলি কৈছে”
“আমি গাহৰি পালকসকলে জানিব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ পালকসকলৰ লগত কি কৰিব বিচাৰিছে”
অসমৰ গাহৰি পালনৰ দায়িত্ব বহিৰাগত কোম্পানীক অৰ্পণ কৰা বিষয় মুখ্যমন্ত্ৰীয়ে জ্ঞাত নহয় বুলি কোৱা সন্দৰ্ভত গাহৰি পালক সন্থাৰ প্ৰতিক্ৰিয়া l
#DNews #assam
সামৰণি পৰিল ঝুমইৰ বিনন্দিনীৰ প্ৰশিক্ষণ l
সামৰণি পৰিল ঝুমইৰ বিনন্দিনীৰ প্ৰশিক্ষণ l
বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল l
#DNews #assam #jhoomor #culture #practice #mariani #Udalguri
দুধনৈত এপিডিচিএল দুধনৈ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল l
দুধনৈত এপিডিচিএল দুধনৈ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল l
#DNews #assam #dudhnoi #goalpara #APDCL
আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন
আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন
জন্মদিনৰ দিনটোত জাগীৰোডবাসীলৈ দলং উপহাৰ মুখ্যমন্ত্ৰীৰ
#DNews #dnortheast #assam #HimantaBiswaSarma
মহানগৰীৰ ৰাজপথত দাও দাওকৈ জ্বলিল বাহন
মহানগৰীৰ ৰাজপথত দাও দাওকৈ জ্বলিল বাহন
#DNews #dnortheast #assam #guwahaticity
দেৰগাঁৱৰ মিচিং স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতি ।
দেৰগাঁৱৰ মিচিং স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতি ।
পথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ ।
#DNews #assam #dergaon
দক্ষিণ শালমাৰাত আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান
দক্ষিণ শালমাৰাত আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান
#DNews #dnortheast #assam