#সৰুপথাৰত যাৱতীয় নথি অবিহনে গৰু সৰবৰাহ ।
#কেটেল পাৰ্মিত নোহোৱাকৈ এইসকল আৰক্ষীক মেনেজ কৰি এইদৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে ।
#অসমৰ পৰা গৰু সমূহ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত যোগান ধৰি আহিছে ।
#হোজাইত উদ্বোধন CCO ৰ মুখ্য কাৰ্যালয় ।
#উদ্বোধন কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ আকাশ সৌহানে ।
#হোজাই জিলা খন দুৰ্নীতি আৰু ভষ্ট্ৰাচাৰ মুক্ত কৰি তোলাৰ উদ্দেশ্য এই কাৰ্যালয় মুকলি ।
#তিতাবৰত কংগ্ৰেছৰ লগতে বিভিন্ন দল সংগঠনৰ সৰ্বধর্মীয় প্ৰাৰ্থনা সভা ।
#প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি এই প্ৰাৰ্থনা সভা ।
#বিভিন্ন দল সংগঠনৰ লগতে বহুতো স্থানীয় ৰাইজে আশু আৰোগ্য কামনা কৰে ।
#মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ পঞ্চম দ্বী-বাৰ্ষিক অধিবেশন ।
#অধিবেশনত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই ।
#মুখ্যমন্ত্ৰীৰ সমষ্টি হৈয়ো প্ৰধান সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বিফল বুলি সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপি চৰকাৰক ।
#তিতাবৰত যোৰহাট জিলা উছু সন্থাৰ উদ্যোগত ১৭ সংখ্যক আন্ত:ক্লাৱ উছু প্ৰতিযোগিতা ।
#প্ৰতিযোগিতা খনিত ১০ তা ক্লাৱৰ ৮০গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে ।
#উক্ত প্ৰতিযোগিতা খনৰ পৰাই অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হব লগা ৰাজ্যিক প্ৰতিযোগিতালৈ খেলুৱৈ সকলক নিৰ্বাচন কৰা হয় ।
তিতাবৰৰ অসম চাহ মজদূৰ সংঘৰ প্রেক্ষাগৃহত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
#গোলাঘাটত বিজেপি কৰ্মীৰ প্ৰতিবাদ ।
#প্রাক্তন মন্ত্ৰী তথা বৰ্তমান গোলাঘাট কংগ্ৰেছ বিধায়িকা অজন্তা নেওগৰ বিজেপি গমনক লৈ প্ৰতিবাদ ।
#কোনো কাৰণতে বিজেপি দলে আদৰি নলওঁ বুলি প্ৰতিবাদ ।
#অসম নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাটৰ ঘুলাপানীত প্ৰতিবাদ ।
#শিশু শ্রমিক নিয়োগৰ বিৰুদ্ধে প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ ।
#কমিছনৰ স্বাৰ্থতে এই সকল শিশুক নিয়োগ কৰাৰ গুৰুতৰ অভিযোগ ।
#মাজুলী জিলা বিজেপি কাৰ্যালয় ত সংবাদ মেল
#যোৰহাট মাজুলীৰ সংযোগী পথক ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰাৰ পাছত আনন্দৰ বন্যা ।
#যোৰহাট সংযোগী পথক ৭১৫-কে নম্বৰেৰে ঘোষণা ।
#এখন বিশেষ শ্মশান । যত তিনি ধৰ্মৰ লোকে শেষকৃত্য কৰে মৃতকক ।
#এই বিশেষ শ্মশান খন আছে তিতাবৰৰ বৰহোলাত ।
#সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে ৰাইজে ।
#তিতাবৰ পাব্লিক ক্লাবত "'ৰাইজৰ দল"'ৰ সমষ্টি সমিতি গঠন ।
#সভাত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক শৃংখল চলিহা ।
#সভাত শতাধিক ৰাইজৰ "'ৰাইজৰ দল"'ত যোগদান ।
#মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাৰতৰ কমিউনিষ্ট পাৰ্টী যোৰহাট জিলা সমিতিৰ বিক্ষোভ কাৰ্যসূচী
#নাগৰিকত্ব সংশোধনী আইন বাটিলৰ লগতে কৃষকক ধানৰ উচিত মূল্য প্ৰদান কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।
#বৰ্মা ডিফলু সংযোগী পথৰ দুৰৱস্থা ।
#পথ মেৰামতিৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়ক ৰকিবুল হুছেইনে ।
#পথৰ মাজত থকা পুখুৰী সদৃশ দ গাতৰ বাবে ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন পথচাৰীৰ মৃত্যু হৈছে ।
#মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি অনুৰোধ স্থানীয় ৰাইজৰ পথটো নিৰ্মাণ কৰি দিবলৈ ।
#সৰুপথাৰত বিজেপিৰ কর্মী সভা ।
#সৰুপথাৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কর্মী সকলৰ এখন সৌহাদ্যপূৰ্ণ কর্মী সভা অনুষ্ঠিত হয় ।
#সভাত উপস্থিত থাকে গোলাঘাট জিলাৰ প্ৰভাৰীৰ দায়িত্বত থকা কৃষ্ণমণি চুতীয়া ।
#তিতাবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
#সভাত উপস্থিত জিলা দণ্ডাধীশৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি
#মহকুমাধিপতি খনিন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভা
নগৰী মাজুলীৰ মণিকাঞ্চন সংযোগ স্থলীত অন্ত পৰিল পালনাম ।
#পূৰ্বতকৈ কম সংখ্যক ভকত বৈষ্ণৱ উপস্থিত ।
#ক'ভিড-১৯ৰ বাবে এইবাৰ অনুপস্থিত বিদেশী পয্যটক ।
#মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ।
#জিলা জনসংযোগ,আপকু মাজুলী জিলা সমিতি আৰু সাংবাদিক সন্থাৰ সহযোগত পালন কৰা হয় এই অনুষ্ঠান ।
#কো
ক'ভিদ-১৯ৰ সময়ত নিষ্ঠাৰে সেৱা আগবঢ়োৱা সংবাদ কর্মী সকলক জিলা উপায়ুক্তৰ সম্বৰ্ধনা ।
চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ আমাৰ News365×24অসমৰ সাংবাদিক উৎপল বৰাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠিত হয় । সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্যৱ কৰে মন্ত্ৰী ৰকিবুল হুছেইনে ।
চাওঁ আহক কি কলে ৰকিবুল হুছেইনে ।
#অৱশেষত নিৰ্বাপিত হল বাঘজানৰ অভিশপ্ত জুই ।
#সম্পূৰ্ণ ১৭৩ দিন অতিক্ৰম কৰাৰ পাছত কানাডাৰ পৰা অনা বিশেষ অত্যাধুনিক মেচিনৰ দ্বাৰা নিৰ্বাপিত কৰা হয় জুই ।
#জুই নিৰ্বাপনৰ সময়ত প্ৰাণ হেৰুৱাইছিল অইল ইণ্ডিয়াৰ তিনিজনকৈ কৰ্মচাৰীয়ে ।
#পোহৰৰ উৎসৱ দেৱালীৰ দিনা ৰাইজে লাভ কৰে এই ভাল খবৰটো ।
#প্ৰখ্যাত খনিকৰ শিল্পী খগেন কলিতাৰ দেহাৱহান ।
#খগেন কলিতাৰ মৃত্যুত সমগ্ৰ নগাঁও জিলা খনতে শোকৰ ছা পৰিছে ।
#অসমীয়া কৃষ্টি সংস্কৃতিত দি গল অপূৰ্ব অৱদান ।