Axom 28

Axom 28 Assamese News

08/06/2025

এজন বিজেপি নেত্ৰীৰ জঘন্য ঘটনা। ১৩ বছৰীয়া নিজ কিশোৰীক মদ খোৱাই, নিজৰ প্ৰেমিক আৰু বন্ধুসকলক দিয়ে বহুতো বাৰ ধৰ্ষণ কৰাইছিলে। পৃথিৱী খন এনেকুৱা হৈছে ভাবিবলৈ বৰ টান লাগে।

News Live AxomLive Assamese language TIME8 Assamese Axom Live 24 Digital DY365 TIME8 Axom DY365 Assam News

05/06/2025

The mafia is trying to forcibly enter the house of a Dalit family (Valmiki community) in front of the police administration.

The video is being told of Lucknow's Ghazipur police station, Indira Nagar, B-block, in front of Jain temple...

According to the information, the victim family has been cheated. And by playing legal tricks, the other party has got the house registered in their name or got an order in their favour... Along with this, the other party is influential and from a higher caste. According to the information received from sources, due to being in some administrative position, misusing that position, under a conspiracy, the victim party and the people currently living in the house are being forcibly vacated. The victim party is from a very weak Dalit family (Valmiki caste) and is scared...

05/06/2025

অসমৰ জালুকবাৰী সমষ্টি ত এখন boxing academy Open হল 05-06-2025

05/06/2025

খিলঞ্জীয়া V/S খিলঞ্জীয়া। শৃংখল চলিহাৰ উৎপাত বাঢ়িছে বহুত।


#অসমীয়া_news










#বীৰ_লাচিত_সেনা
#অসমীয়া_news
















#অসমীয়া_news
l y

31/05/2025

শৃংখল চলিহাৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ।












#বীৰ_লাচিত_সেনা
#অসমীয়া_news
















#অসমীয়া_news
l y

31/05/2025
31/05/2025

বাংলাদেশিৰ বিৰুদ্ধে বীৰ লচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী।









#বীৰ_লাচিত_সেনা
#অসমীয়া_news
















#অসমীয়া_news
l y

31/05/2025

যোৰহাটত বীৰ লাচিত সেনাৰ বাংলাদেশী খেদা আন্দোলন,
আচল কাহিনী উদঙালে অধিবক্তা হেমেন বৰাই।










#বীৰ_লাচিত_সেনা
#অসমীয়া_news














May2025


03/12/2023

:বিশ্ব দিব্যাংগ দিৱস পালন।

গোলোকগঞ্জত খণ্ড উণ্ণয়ণৰ কাৰ্য্যলয়ৰ প্ৰাঙ্গ্যনত আজি বিশ্ব দিব্যাংগ দিৱস সুকলমে পালন কৰে।
ধুবুৰী জিলা বিকলাংগ উণ্ণয়ন সুৰক্ষা সমিতিৰ সভাপতি আশ্ৰাফুল আলি আহমেদ, ধুবুৰী জিলা বিকলাংগ কৰ্মচাৰী পৰিষদৰ সভাপতি মিঠুন কুমাৰ দে, জিলা সমাজ কল্যাণ বিভাগৰ জোৎনা স্বৰ্গাৰী বাইদেউৰ উপস্থিতিত বিশ্ব দিব্যাংগ দিৱস পালন কৰে।
ধুবুৰী জিলা বিকলাংগ উণ্ণয়ন সুৰক্ষা সমিতিৰ সভাপতি জনায় যে দিব্যাংগ পেন্সন কৰ্তন কৰি অৰুনোদইৰ লগত
অন্তৰ্ভুক্ত কৰাৰ বাবে ধুবুৰী জিলাৰ ৯ হেজাৰ দিব্যাংগ পেন্সন পাইছে যদিও এতিয়া অৰুনোদয়ত অন্তৰ্ভুক্ত হোৱাৰ পিছত মাত্ৰ তিনি হাজাৰ দিব্যাংগ জন হে পেন্সন পাইছে।
উল্লেখ্য যে ছয় হেজাৰ দিব্যাংগ পেন্সন পৰা বঞ্চিত হৈছে।
শেহতীয়াকৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে সকলো দিব্যাংগ য়ে তীব্ৰভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে।
Assam 28 news

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when Axom 28 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share