Times Guwahati

Times Guwahati Web News portal from Northeast

�����

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 54 প্ৰতিযোগী🔥ফটোত Pranjali barman, Nalbari👌আপুনিও পঠিয়াওক আম...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 54 প্ৰতিযোগী
🔥ফটোত Pranjali barman, Nalbari
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 53 প্ৰতিযোগী🔥ফটোত Jiwan kayshap, Nalbari👌আপুনিও পঠিয়াওক আমাল...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 53 প্ৰতিযোগী
🔥ফটোত Jiwan kayshap, Nalbari
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 52 প্ৰতিযোগী🔥ফটোত Deepshikha barman, Nalbari👌আপুনিও পঠিয়াওক ...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 52 প্ৰতিযোগী
🔥ফটোত Deepshikha barman, Nalbari
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 51 প্ৰতিযোগী🔥ফটোত Name :  JEEVIKA BORA, MORIGAON👌আপুনিও পঠিয়...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 51 প্ৰতিযোগী
🔥ফটোত Name : JEEVIKA BORA, MORIGAON
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 50 প্ৰতিযোগী🔥ফটোত Name :  NITUMONI HAZARIKA, MORIGAON👌আপুনিও...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 50 প্ৰতিযোগী
🔥ফটোত Name : NITUMONI HAZARIKA, MORIGAON
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 49 প্ৰতিযোগী🔥ফটোত Name :  Kaustavmoni Thakuria ,Bihdia ,Baih...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 49 প্ৰতিযোগী
🔥ফটোত Name : Kaustavmoni Thakuria ,Bihdia ,Baihata charali
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?When did tea cultivation start in Assam?
15/04/2024

অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
When did tea cultivation start in Assam?

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 48 প্ৰতিযোগী🔥ফটোত Name :  krishti Borah, Gohpur👌আপুনিও পঠিয়া...
15/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 48 প্ৰতিযোগী
🔥ফটোত Name : krishti Borah, Gohpur
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

মৰিগাও মিকিৰভেটা চাৰিআলিত বৃত্তিমূলক ARTS স্কুল সম্প্ৰীতি আৰ্ট একাডেমীৰ শুভ উদ্বোধন কৰা হয়।
15/04/2024

মৰিগাও মিকিৰভেটা চাৰিআলিত বৃত্তিমূলক ARTS স্কুল সম্প্ৰীতি আৰ্ট একাডেমীৰ শুভ উদ্বোধন কৰা হয়।

সাঁথৰ
15/04/2024

সাঁথৰ

প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?What is the name of the first Assamese children’s film?
15/04/2024

প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?
What is the name of the first Assamese children’s film?

RBI Ban On Bank Of Baroda World App: প্ৰৱঞ্চনাৰ সৈতে মোকাবিলা কৰিবলৈ বিত্ত মন্ত্ৰালয়ৰ এই পৰিকল্পনা
15/04/2024

RBI Ban On Bank Of Baroda World App: প্ৰৱঞ্চনাৰ সৈতে মোকাবিলা কৰিবলৈ বিত্ত মন্ত্ৰালয়ৰ এই পৰিকল্পনা

14/04/2024

দহ লাখ টকাৰ গাড়ী কিনিলে কি হব যদি 5 টকা দুখীয়াক সহায় কৰাৰ ভয়ত খিৰিকি বন্ধ কৰি দিয়া হয়।

14/04/2024
মুছলমানে গো-মাংস খাব পাৰেনে, আৰু মুছলমানে কি খাব নোৱাৰে ? মুছলমানে কিয় গৰু মাংস খাই ?
14/04/2024

মুছলমানে গো-মাংস খাব পাৰেনে, আৰু মুছলমানে কি খাব নোৱাৰে ? মুছলমানে কিয় গৰু মাংস খাই ?

can muslims eat beef can muslims eat beef gelatine can muslims eat beef jerky can muslims eat beef bacon can muslims eat beef hot dogs can muslims eat

হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৫ গৰাকী যুৱক যুৱতীৰ , বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা
14/04/2024

হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৫ গৰাকী যুৱক যুৱতীৰ , বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷ হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ৫ গৰাকী যুৱক যু....

বিহুৰ দিনা মনে মনে ছোৱালী লগ কৰিবলৈ গৈ কি কাণ্ড হ’ল চাওক ভিডিঅ’
14/04/2024

বিহুৰ দিনা মনে মনে ছোৱালী লগ কৰিবলৈ গৈ কি কাণ্ড হ’ল চাওক ভিডিঅ’

বিহুৰ দিনা মনে মনে ছোৱালী লগ কৰিবলৈ গৈ কি কাণ্ড হ’ল চাওক ভিডিঅ’, বিহুৱান : BIHUWAN : An Assamese drama : Short story : Assamese short film, new assam

14/04/2024

শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।

কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥

শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।

চতুবৰ্গ ফল যেন লভো অনুক্ষন॥

বুদ্ধিহীন মই অতি পবন কুমাৰ।

গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥

জয় জয় হনুমান গুণৰ সাগৰ। ১

জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥

শ্ৰীৰামৰ দূত তুমি অতি বলবান।

অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২

মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।

কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩

কাঞ্চন বৰণ তযু তুমি হে সুবেশ।

কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥ ৪

ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।

কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫

মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬

বিদ্যাৱান গুণৱান তুমি হে চতুৰ।

শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭

সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।

হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮

সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।

বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯

ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।

সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০

সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।

ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১

ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।

দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২

ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।

এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২

সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।

নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪

যমৰাজ কুবেৰ আৰু দিকপালগণ।

কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫

সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।

ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬

তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।

হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭

সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।

সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮

জয় ৰাম বুলি তুমি অসীম সাগৰ।

পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯

দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।

সুগম কৰিলা তুমি ‘ৰাম-ৰাম’ গানে॥ ২০

শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।

তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১

শৰণ লইনু প্ৰভু আজি যে তোমাৰ।

ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২

নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।

তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩

ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।

মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪

ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।

মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫

সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।

হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬

সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।

শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭

তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।

জীৱনত সেইজনে সদা সুখ পাব॥ ২৮

প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।

তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥

সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।

শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০

অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।

সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১

তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।

ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২।

জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩

অন্তকালে পাব তেওঁ ৰামৰ চৰণ।

এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪

সকলো বিষয় ত্যাগি বোলা হনুমান।

হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫

সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।

সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬

জয় জয় জয় প্ৰভু জয় হনুমান।

তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭

সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮

হনুমান চালিশা যেয়ে সদা পাঠ কৰে।

সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯

তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।

মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

পবন নন্দন সঙ্কট হৰণ মঙ্গল মুৰুটি ৰূপ।

শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন তুমি হৃদয়ৰে ভূপ॥

পবন নন্দন প্ৰবল বিক্ৰম ৰাম অনুগত অতি।

চালিশা ইয়াতে সমাপ্ত কৰিছো পদে থাকে যেন মতি॥

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 47 প্ৰতিযোগী🔥ফটোত Name :  Bipanchi nath .goalpara👌আপুনিও পঠি...
14/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 47 প্ৰতিযোগী
🔥ফটোত Name : Bipanchi nath .goalpara
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 46 প্ৰতিযোগী🔥ফটোত Name :  kritika Deka, Kamrup👌আপুনিও পঠিয়াও...
14/04/2024

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহুৰ পৰম্পৰাগত সাজত ফটো প্ৰতিযোগীতা 46 প্ৰতিযোগী
🔥ফটোত Name : kritika Deka, Kamrup
👌আপুনিও পঠিয়াওক আমালৈ আপোনাৰ ফটো লাভ কৰক আকৰ্ষণীয় উপহাৰ লগতে মানপত্ৰ
☎️৮০১১৭৬৭১০৪
👌শ্ৰেষ্ঠ ৫ গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰাৰ দায়িত্ব দৰ্শকৰ হাতত
Sign Up Now :- https://www.timesguwahati.com

14/04/2024
চেহেৰা চাই নহয় , মন চাইয়ো ভালপোৱা পাব পাৰি
13/04/2024

চেহেৰা চাই নহয় , মন চাইয়ো ভালপোৱা পাব পাৰি

😁😁😁
13/04/2024

😁😁😁

13/04/2024

Happy Bihu

Jai Agninav Baba
13/04/2024

Jai Agninav Baba

13/04/2024

🛑ৰূপহী হাটৰ কাৱৈমাৰিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
দূৰ্ঘটনাগ্ৰস্ত বলিৰো বাহনখনৰ নাম্বাৰ AS02DC4309 বাহনখন কাৱৈমাৰি আৰক্ষীয়ে জব্দ কৰে।

🎥চামগুৰিৰ মাগুৰমাৰী পৰা ছাদ্দাম হুছেইনৰ প্ৰতিবেদন

13/04/2024

Address

Dispur
782103

Alerts

Be the first to know and let us send you an email when Times Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Guwahati:

Videos

Share