Digital Diaries

Digital Diaries নিৰপেক্ষ বাতৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত

24/01/2025
22/01/2025

চাকৰি কৰে লন্ডনত।
অসমৰ গৌৰৱ।
ভাৰতৰ গৌৰৱ।
আমাৰ গৌৰৱ।
fans

Masha Allah১১ বছৰত কোৰান পাক হাফিজ।আজি খতমে বুখাৰী শ্বৰীফত জয়নগৰ মাদ্ৰাত কণমানি হাফিজ চাহাবক পাগুৰী দান কৰা হয়।আল্লাহ ...
16/01/2025

Masha Allah

১১ বছৰত কোৰান পাক হাফিজ।

আজি খতমে বুখাৰী শ্বৰীফত জয়নগৰ মাদ্ৰাত কণমানি হাফিজ চাহাবক পাগুৰী দান কৰা হয়।
আল্লাহ পাকে এই কণমানি হাফিজ জনৰ নেক হায়াত দান কৰাৰ লগতে প্ৰতি ঘৰত এনেকুৱা সন্তানৰ জন্ম দিয়ে যেন।

আমীন।

11/01/2025

চুবুৰীৰ মানুহবোৰে তোমাক ভাল পায়। তাৰ মানে তুমি জীৱনত উন্নতি কৰিব পৰা নাই 😎

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য ৷
09/01/2025

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য ৷

পশ্চিম জাৰুণী গাওৰ সফিকুল আলম ছাৰৰ সহধৰ্মিণী হোজাই মৰিয়ম আজমল ৱমেন কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সদ্য-প্ৰাক্তন মূৰব্বী অধ...
08/01/2025

পশ্চিম জাৰুণী গাওৰ সফিকুল আলম ছাৰৰ সহধৰ্মিণী হোজাই মৰিয়ম আজমল ৱমেন কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সদ্য-প্ৰাক্তন মূৰব্বী অধ্যাপিকা ছাজিদা বেগমে নমাটি গাও পঞ্চায়তৰ কংগ্ৰেছ(ই) দলৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে আঞ্চলিক সদস্য(AP Member) পদৰ পৰা নিৰ্বাচনত প্ৰতিদ্ন্দীতা আগবঢ়াব

15/11/2024

আমবাৰী পঞ্চায়তত যুৱকংগ্ৰেছ কমিটিৰ এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়।উক্ত সভাত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিন ডাঙৰীয়া আৰু বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আব্দুল হান্নান ডাঙৰীয়া আৰু কংগ্ৰেছৰ বিষয়ববীয়া সকল।

08/11/2024

মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা নতুন চাকৰি ।


Himanta Biswa Sarma

সুগন্ধি পখিলা নামৰ কবিতা সংকলনখনৰ ৰচয়িতা কোন..???
27/10/2024

সুগন্ধি পখিলা নামৰ কবিতা সংকলনখনৰ ৰচয়িতা কোন..???

3.কোনটো খেলত লাভলিনা বৰগোঁহায়ে অলিম্পিক পদক লাভ কৰিছিল
27/10/2024

3.কোনটো খেলত লাভলিনা বৰগোঁহায়ে অলিম্পিক পদক লাভ কৰিছিল

2.অসমৰ কোনখন জিলাত আজান পীৰ দৰগাহ অৱস্থিত?
27/10/2024

2.অসমৰ কোনখন জিলাত আজান পীৰ দৰগাহ অৱস্থিত?

1.সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে কোনে অসমীয়া সাহিত্য লিখা-মেলা কৰিছিল?
27/10/2024

1.সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে কোনে অসমীয়া সাহিত্য লিখা-মেলা কৰিছিল?

 @
09/10/2024


@

আজান দি থকা অৱস্তাত এজন ইমাম চাহাবৰ মৃত্যু ৷আল্লাহ তুমি জন্নত নচিব কৰা   #লিখক আমিন
02/10/2024

আজান দি থকা অৱস্তাত এজন ইমাম চাহাবৰ মৃত্যু ৷
আল্লাহ তুমি জন্নত নচিব কৰা #লিখক আমিন

অসমৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ কেইখনমান ফটোৱে!
02/10/2024

অসমৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ কেইখনমান ফটোৱে!




Address

Dispur

Telephone

+918474818210

Website

Alerts

Be the first to know and let us send you an email when Digital Diaries posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digital Diaries:

Videos

Share