Sipajhar Buzz

Sipajhar Buzz Sipajhar Buzz provides an exciting collection of daily happenings in the Sipajhar area along with un

এতিয়া অকল হাত ধুই ক'ৰ'না ভাইৰাছৰ পৰা বাচি থাকিব নোৱাৰি। নিজকে আনৰ পৰা নিলগাই ৰাখক। পাৰ্যমানে ঘৰৰ ভিতৰত থাকক !
21/03/2020

এতিয়া অকল হাত ধুই ক'ৰ'না ভাইৰাছৰ পৰা বাচি থাকিব নোৱাৰি। নিজকে আনৰ পৰা নিলগাই ৰাখক। পাৰ্যমানে ঘৰৰ ভিতৰত থাকক !

লোকসংস্কৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস।  উপস্থিতি , সহায় সহযোগ আপোনালোকৰ ।
07/03/2020

লোকসংস্কৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস। উপস্থিতি , সহায় সহযোগ আপোনালোকৰ ।

25/02/2020

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোৱিন্দদেৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সন্মানাৰ্থে আয়োজন কৰা .....

দৰংবাসীৰ বাবে সুখবৰ !!নীতি আয়োগে দৰং জিলাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ভাল প্ৰদৰ্শন ডাঙি ধৰা অভিলাষী জিলা হিচ...
25/02/2020

দৰংবাসীৰ বাবে সুখবৰ !!

নীতি আয়োগে দৰং জিলাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ভাল প্ৰদৰ্শন ডাঙি ধৰা অভিলাষী জিলা হিচাপে চিহ্নিত কৰিছে !

এনেকুৱা ধৰনৰ পোষ্ট পাই থাকিবৰ বাবে পেজটো Like আৰু Share কৰক !

18/02/2020

'খটৰা সত্ৰতে জান ঐ চাকি গছ জ্বলাবি...'!!

Like, Share কৰিব নাপাহৰিব!

18/02/2020

প্ৰেম, ভালপোৱা - এয়া কেৱল শব্দ নহয়, এয়া অনুভূতি হৃদয়ৰ । তৰালী শৰ্মাৰ এক সুন্দৰ অনুভৱ আগবঢ়াইছো ।।

17/02/2020

ৰ মঞ্চত অসমৰ সংস্কৃতিৰ সুন্দৰ উপস্থাপন..
কৰিব

Video Source : @ Flimfare

01/02/2020

Ye sab punjab mein hi possible hai.. 🤣🤣🤣🤣

29/01/2020

PROUD! ❤️

প্ৰায় ১৪০ জন কৃষকৰ শোণিতেৰে ভিজা দৰংৰ মাটি! সাতকুৰি কৃষকৰ সাহসী গাথা 'পথৰুঘাটৰ ৰণ' - ২৮ জানুৱাৰী,১৮৯৪ ! হে শ্বহীদ প্ৰণাম...
28/01/2020

প্ৰায় ১৪০ জন কৃষকৰ শোণিতেৰে ভিজা দৰংৰ মাটি!
সাতকুৰি কৃষকৰ সাহসী গাথা 'পথৰুঘাটৰ ৰণ' - ২৮ জানুৱাৰী,১৮৯৪ !

হে শ্বহীদ প্ৰণামো তোমাক..

https://blog.mygov.in/peasants-uprising-of-patharughat/

#কৃষক_বিদ্ৰোহ
#পথৰুঘাটৰ_ৰণ #দৰং #কৃষক_শ্বহীদ_দিৱস

27/01/2020

অভি-নীলৰ হত্যাকাণ্ডৰ কথা মনত আছেনে?উৰাবাতৰিয়ে প্ৰাণ কাঢ়িছিল দুই যুৱকৰ৷ ইয়াক লৈ ম’বাইল কোম্পানীয়ে নিৰ্মাণ কৰিছে এটা সুন্দৰ বিজ্ঞাপন! Share কৰিব!

11/01/2020


উদ্বোধনী সমাৰোহত অসম ইতিহাসৰ বৰ্ণিল অধ্যায়ৰ এক সাংস্কৃতিক অনুষ্ঠান।

Khelo India Youth Games 2020 Opening Ceremony.

10/01/2020

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশনক লৈ প্ৰস্তুত কৰি উলিওৱা "শুৱালকুছি শীৰ্ষ" ক গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো..!

06/01/2020

Hair dryer, ইষ্ট্ৰিৰ পিছত এইবাৰ আহিল মবাইলৰ flash ৰে পিটছ শুকুওৱা এইজন! 🤣

🤣🤣🤣🤣
06/01/2020

🤣🤣🤣🤣

26/12/2019

হৃদয় চুই যোৱা এটা বিজ্ঞাপন ! ভাল লাগিলে শ্বেয়াৰ কৰক !

25/12/2019

দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ল অহা ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা খেলপথাৰত অনুষ্ঠিত হব লগা ভাৰত-শ্ৰীলংকাৰ প্ৰথম খন T-20 ক্ৰিকেটৰ টিকট। আজিৰপৰা Book My Show ৰ জৰিয়তে দৰ্শকে ক্ৰয় কৰিব পাৰিব টিকটসমূহ।

11/12/2019

ভাল লাগিল মহাশয় ৷
আপুনি এই বিপদৰ সময়ত অসমীয়াৰ পৰিচয় দিলে ৷
আপোনাৰ কথাত আবেগিক হৈ পৰিলো!

10/12/2019

#মন্ত্ৰী_MLA_চব_পাপৰহে_মাত্ৰ - জুবিন গাৰ্গ
বৰ্তমান ৰাজনীতিৰ বাস্তৱ ৰূপ!

03/12/2019



Please Like ,Share..!!

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।
03/12/2019

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।

03/12/2019

ৰিয়েলিটি শ্ব'ৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ দৰে এইটোও কৰক চোন।

[ যদি এনেকুৱা ধৰনৰ পোষ্ট পাই থাকিব বিচাৰে তেনেহলে আমাৰ পেজটো LIKE কৰক ! ধন্যবাদ ! ]

উৎস:- ফেচবুক।

29/11/2019

Papon Vs Zubeen Mashup
অলপ সময় উলিয়াই শুনি চাওক ! সুন্দৰ কন্ঠৰ অধিকাৰী ছিপাঝাৰৰ Gaurav Raj Hazarika ই Mashup কৰিছে গানকেইটা !
আগুৱাই যোৱা তুমি, শুভেচ্ছা থাকিল তোমালৈ!!
ভাল লাগিলে শ্বেয়াৰ কৰি দিব,,,YouTube Link 👉https://youtu.be/gaKK1Fubm7Y

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Sipajhar Buzz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sipajhar Buzz:

Share

Nearby media companies


Other News & Media Websites in Darrang

Show All