Pratidin sangbad 24×7

Pratidin sangbad 24×7 This is Assamese News Portal please stay with us For more information
(5)

14/05/2024

মদাহী সকলক অভিনেতা হিমাংশু দাসৰ উপদেশ৷ পুনৰ ভাইৰেল হৈছে অৰ্থপূৰ্ন পুৰনা ভিডিঅটো৷
fans Pratidin sangbad 24×7

 #মঙ্গলদৈ গাওঁ বুঢ়াপাৰাত দূষ্কৃতিকাৰিৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত YouTube ৰ দ্বীপ জ্যোতি ডেকা। #মূৰত আৰু হাতত আঘা...
03/05/2024

#মঙ্গলদৈ গাওঁ বুঢ়াপাৰাত দূষ্কৃতিকাৰিৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত YouTube ৰ দ্বীপ জ্যোতি ডেকা।
#মূৰত আৰু হাতত আঘাটপ্ৰাপ্ত দীপজ্যোতিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ।
fans Pratidin sangbad 24×7

১৫ মে'ত বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ খেলৰ টিকটৰ মূল্য ঘোষণা অসম ক্ৰিকেট সন্থাৰ fans Pra...
30/04/2024

১৫ মে'ত বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ খেলৰ টিকটৰ মূল্য ঘোষণা অসম ক্ৰিকেট সন্থাৰ

fans Pratidin sangbad 24×7

29/04/2024

খাৰুপেটীয়াৰ এখন গাঁৱলীয়া পথৰ দৃশ্য
Scatting কৰি ভাইৰেল এজন যুৱক
fans Pratidin sangbad 24×7

26/04/2024

দৰং-ওদালগুৰিত কোনে মাৰিব শেষ হাঁহি ? ✌️
fans

25/04/2024

Breaking from Kharupetia

দলগাঁৱত বিজেপিৰ ফ্লেগ জ্বলাই দিয়াৰ অভিযোগত,
পাঁচ অভিযুক্ত আটক

24/04/2024

দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি ।

ৰাজপথত বিজেপিৰ পতাকা জ্বলাই প্ৰতিবাদ শ শ ৰাইজৰ ।

বিজেপি হাই হাই, বিজেপি মুর্দাবাদ ধ্বনিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিবেশ ।

অভিযোগ অনুসৰি- বাইকেৰে প্ৰচাৰ কৰা প্ৰতিগৰাকী যুৱকক ৫০০ টকাকৈ তেল ভৰাই দিয়াৰ কথা আছিল । কিন্তু সভাৰ অন্তত তেল ভৰায় নিদিয়াত উত্তপ্ত হয় পৰিস্থিতি । ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
fans Pratidin sangbad 24×7

24/04/2024

◆◆দলগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
◆◆দিলীপ শইকীয়াৰ হৈ মাৰথন প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।
◆◆মজিবুৰ ৰহমানক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়া ভাল* : মুখ্যমন্ত্ৰী
fans Pratidin sangbad 24×7

23/04/2024

দৰং ওদালগুৰি লোক সভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ দলগাওঁ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ
fans Pratidin sangbad 24×7

23/04/2024

দৈপামত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰচাৰ সভা

23/04/2024

সংখ্যালঘু ৰাইজ দিলীপ শইকীয়াৰ সভাত কিয় যায় দলগাঁৱত বাখ্যা কৰিলে হাগ্ৰামা মহিলাৰীয়ে । সংখ্যালঘুয়ে বিজেপিৰ সভাত গ'লে প্ৰতিজনে ৫০০ টকাকৈ পায়! সেই টকা লোৱাৰ বাবে শিকাই হেনো মহিলাৰীয়ে ।

23/04/2024

বেছিমাৰীত বিপিএফ দলৰ প্ৰাৰ্থী দূৰ্গা দাসৰ বড়োৰ নিৰ্বাচনী সভাত হাগ্ৰামা বড়োৰ ভাষণ লাইভ

23/04/2024

বেছিমাৰীত বিপিএফ দলৰ নিৰ্বাচনী সভা লাইভ

23/04/2024

মিছা প্ৰতিশ্ৰুতি মিছা প্ৰলোভন
fans Pratidin sangbad 24×7

22/04/2024

দলগাঁৱত নিৰ্বাচন কেন্দ্ৰিক সংঘাত ।

খঙত অগ্নিশৰ্মা দিলীপ শইকীয়া । দলগাঁৱৰ পানবাৰীত দিলীপ শইকীয়াই মাইকত মাতিলে কংগ্ৰেছ-বিপিএফ কৰ্মীক ।

কোন আছে বিপিএফ আৰু কংগ্ৰেছৰ মাই কা লাল চাই লম ইয়াত আহ । এছ,পি আহি আছে।

ঘটনাস্থলীত এছ,পি নাহা লৈকে মই ইয়াৰ পৰা নাযাওঁ । মাইকত মাতিলে গাঁওপ্ৰধান, আৰক্ষীক । পানবাৰী গাঁও পঞ্চায়ত চৌহদত বিজেপিৰ প্ৰচাৰ সভাত কংগ্ৰেছ-বিপিএফ কৰ্মীয়ে সভা অনুষ্ঠিত কৰাত বাধা দিয়াত এই পৰিস্থিতি ।
fans

22/04/2024

দৰং ওদালগুৰি লোক সভা সমষ্টিৰ বিজেপি দলৰ নিৰ্বাচনী সভাত প্ৰাৰ্থী দিলীপ শয়কীয়াৰ ভাষণ লাইভ

21/04/2024

খাৰুপেটীয়াত বিপিএফ দলৰ দূৰ্গা দাস বড়োৰ নিৰ্বাচন প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী লাইভ

20/04/2024

দলগাওঁ আঞ্চলিক জাতীয় বিদ্যালয়ত উৎসৱ মুখৰ পৰিবেশ।
fans

14/04/2024
14/04/2024

Taj mahal circus live

13/04/2024

1/2 বৰুৱাঝাৰত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া নিৰ্বাচনী প্ৰচাৰ।সভা লাইভ

11/04/2024

দলগাঁৱৰ বেছিমাৰীত উদণ্ড বাইক চালকৰ অতপালি
fans

08/04/2024

দৰঙৰ আম্বাছ চ'ক বাসী ৰাইজৰ বাবে সুখবৰ ।

আপোনাৰ ঘৰৰ দুৱাৰ মুখত এতিয়া পাব শিশুৰ পৰা আৰম্ভ কৰি যুৱক, যুৱতী, শিশু সকলৰ মনে বিচৰা সাজ-পোছাক ।
fans

07/04/2024

দৰং ওদালগুৰি লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাধৱ ৰাজবংশী ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্ভোধন অনুষ্ঠানৰ পৰা প্ৰাৰ্থী মাধৱ ৰাজবংশী দেৱৰ ভাষণ লাইভ

03/04/2024

দৰং ওদালগুৰি লোক সভাৰ BPF দলৰ মনোনীত প্ৰাৰ্থী দূৰ্গা দাস বড়োৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তত
fans Pratidin sangbad 24×7

Address

NH NO 15
Darrang
784125

Alerts

Be the first to know and let us send you an email when Pratidin sangbad 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other News & Media Websites in Darrang

Show All

You may also like