Orang Buzz

Orang Buzz Official page of Orang Buzz. Orang's Own First & Most Popular Daily Updated Web Portal.

আজি ঘোষণা হোৱা APSC ৰ ফলাফলত APS ৰ প্ৰথম স্থান লাভ কৰিলে ওৰাংৰ প্ৰাৰ্থ প্রতীম শৰ্মাই।
05/12/2024

আজি ঘোষণা হোৱা APSC ৰ ফলাফলত APS ৰ প্ৰথম স্থান লাভ কৰিলে ওৰাংৰ প্ৰাৰ্থ প্রতীম শৰ্মাই।

চলচ্চিত্র প্রেমিলৈ ভাল খবৰ। ‘12th FAIL’ ছবিখনলৈ ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা।
29/01/2024

চলচ্চিত্র প্রেমিলৈ ভাল খবৰ।
‘12th FAIL’ ছবিখনলৈ ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা।

তেওঁলৈ আন্তৰিক অভিনন্দন আৰু অলেখ-অযুত শুভেচ্ছা যাচিলোঁ..❤️
18/01/2024

তেওঁলৈ আন্তৰিক অভিনন্দন আৰু অলেখ-অযুত শুভেচ্ছা যাচিলোঁ..❤️

APSC পৰীক্ষাত আজমল IAS একাডেমীৰ ৩৬ গৰাকী শিক্ষাৰ্থীৰ সফলতা অৰ্জন।
18/01/2024

APSC পৰীক্ষাত আজমল IAS একাডেমীৰ ৩৬ গৰাকী শিক্ষাৰ্থীৰ সফলতা অৰ্জন।

ওদালগুৰি জিলা বাসীলৈ সুখবৰ।
17/01/2024

ওদালগুৰি জিলা বাসীলৈ সুখবৰ।

Millionaire Overnight.Inzamamul, the tractor driver, just hit the jackpot at the Howli Rash Festival Gift Coupon Lottery...
11/12/2023

Millionaire Overnight.

Inzamamul, the tractor driver,
just hit the jackpot at the Howli Rash Festival Gift Coupon Lottery! He's now the proud owner of a luxurious Range Rover worth Rs 76 lakh! Dreams really do come true. Congrats, Inzamamul! 🎉

এইবাৰ উৎকোচ লৈ হাত দাঙিলে আৰক্ষীয়ে৷ ২০হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে যোৰহাট সদৰ থানাৰ SI (UB) প্ৰণৱ দ...
30/07/2023

এইবাৰ উৎকোচ লৈ হাত দাঙিলে আৰক্ষীয়ে৷ ২০হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে যোৰহাট সদৰ থানাৰ SI (UB) প্ৰণৱ দাস৷

06/07/2023
ভেলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কামাখ্যা শৰ্মাৰ আজি দেহাৱসান ঘটে। তেওঁ ভেলুগুৰি প্ৰাথমিক বিদ্যালয...
05/07/2023

ভেলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কামাখ্যা শৰ্মাৰ আজি দেহাৱসান ঘটে। তেওঁ ভেলুগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰায় চল্লিশ বছৰ কাল ধৰি শিক্ষকতা কৰিছিল। তেওঁ বিদ্যালয়ৰ বাবে বহু অৱদান আগবঢ়াই গ'ল।কামাখ্যা শৰ্মাৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ভগৱানৰ ওচৰত তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

30/05/2023

বছলাত উচ্ছেদ অভিযানৰ মাজত অঘটন প্রচণ্ড গৰম সহিব নোৱাৰি এছ আই দ্বিজেন বৰাৰ মৃত্যু

congratulations
29/05/2023

congratulations

28/05/2023

ওৰাঙত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, উচ্ছেদথলীৰ পৰা আঁতৰি গৈছে বহু পৰিয়াল

আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ
28/05/2023

আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব উচ্ছেদ

লখিমপুৰৰ নতুন SP হিচাপে নিযুক্তি আনন্দ মিশ্ৰক।
20/05/2023

লখিমপুৰৰ নতুন SP হিচাপে নিযুক্তি আনন্দ মিশ্ৰক।

 কোনোবাই যদি খবৰ পায় অনতিপলমে মহাবিদ্যালয় কতৃপক্ষক জনাবলৈ অনুৰোধ জনালো।
26/10/2022


কোনোবাই যদি খবৰ পায় অনতিপলমে মহাবিদ্যালয় কতৃপক্ষক জনাবলৈ অনুৰোধ জনালো।

অসম লোকসেৱা আয়োগ (APSC) ৰ ১০০ নম্বৰ স্থানত উজ্জ্বলি উঠিছে শোণিতপুৰ জিলাৰ বৰছলা, শিঙৰীৰ বৰ্ণালী খতিৱৰা।
21/10/2022

অসম লোকসেৱা আয়োগ (APSC) ৰ ১০০ নম্বৰ স্থানত উজ্জ্বলি উঠিছে শোণিতপুৰ জিলাৰ বৰছলা, শিঙৰীৰ বৰ্ণালী খতিৱৰা।

A Boy Who Know Hardwork, Sacrifice, Maintenance And What Is Motivation. Now He Cracked   From Home Without Joining Any C...
21/10/2022

A Boy Who Know Hardwork, Sacrifice, Maintenance And What Is Motivation.
Now He Cracked From Home
Without Joining Any Couching Centre.

We All Dhansrighat's People Are Happy For His Achievement And Proudly Say That We Have An Cracker From Our Village.

With Congratulations Wish a Great Journey for Next.

We all inspired from you.

ভাল খবৰঃ | দীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত অৱশেষত পুনৰ মুকলি কৰি দিয়া হ'ল ভূটানৰ গেট। এতিয়াৰে পৰা ভৈৰৱকুণ্ডৰে প্ৰৱেশ কৰিব পাৰি...
23/09/2022

ভাল খবৰঃ | দীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত অৱশেষত পুনৰ মুকলি কৰি দিয়া হ'ল ভূটানৰ গেট। এতিয়াৰে পৰা ভৈৰৱকুণ্ডৰে প্ৰৱেশ কৰিব পাৰিব ভূটানলৈ। কভিড পৰিস্থিতিৰ বাবে প্ৰায় দুবছৰে বন্ধ আছিল গেট সমূহ।

Address


Alerts

Be the first to know and let us send you an email when Orang Buzz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share