ABK Live

ABK Live Discover quality content for all your interests - from Assamese news, personalized news, entertainme

18/11/2022

Big Breaking.......
দৰঙৰ লালপুলত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
অলপ আগতে হোৱা বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাৰ সবিশেষ তথ্য আমি পোৱা নাই।

🔘মৃত্যু বৰমা ৰোডৰ নামজমিন চুলতানাৰ🔘নাজমিনে ককাৰ সৈতে ৰাস চাবলৈ গৈছিল🔘তাতে অস্থায়ী হোটেলত ফাষ্টফুড খাইছিল নাজমিনে🔘ঘৰলৈ উভ...
10/11/2022

🔘মৃত্যু বৰমা ৰোডৰ নামজমিন চুলতানাৰ
🔘নাজমিনে ককাৰ সৈতে ৰাস চাবলৈ গৈছিল
🔘তাতে অস্থায়ী হোটেলত ফাষ্টফুড খাইছিল নাজমিনে
🔘ঘৰলৈ উভতি আহি নিশা ৩ মান বজাত বমি কৰিবলৈ ধৰে ছাত্ৰীগৰাকীয়ে
🔘লগে লগে ইউনাইটেড হাস্পতাল নিয়ে নাজমিনক
🔘অৱস্থা সংকটজনক হোৱাত পিছত সাৰথি হাস্পতাললৈ নিয়ে ছাত্ৰীগৰাকীক
🔘কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে মেধাবী ছাত্ৰীগৰাকীক

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ তদন্তত গাফিলতি: নিলম্বিত হৈ থকা দৰঙৰ পলাতক SP ৰাজমোহন ৰায়ৰ আত্মসমৰ্পণ
10/11/2022

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ তদন্তত গাফিলতি: নিলম্বিত হৈ থকা দৰঙৰ পলাতক SP ৰাজমোহন ৰায়ৰ আত্মসমৰ্পণ

দলগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ ভাৰা ঘৰত CIDৰ অভিযান ।আশীৰ্বাদ হাজৰিকা তলা বন্ধ ঘৰত CID এ আৰিলে জানী
10/11/2022

দলগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ ভাৰা ঘৰত CIDৰ অভিযান ।

আশীৰ্বাদ হাজৰিকা তলা বন্ধ ঘৰত CID এ আৰিলে জানী

ABK LIVE আৰু আমাৰ বেচিমাৰী খবৰৰ বাতৰিৰ প্ৰভাৱ। খবৰটো সম্প্ৰচাৰ কৰাৰ লগে লগে আর্তজনক সহায়ৰ হাত বিভিন্নজনৰ। এতিয়ালৈকে 10/1...
30/10/2022

ABK LIVE আৰু আমাৰ বেচিমাৰী খবৰৰ বাতৰিৰ প্ৰভাৱ। খবৰটো সম্প্ৰচাৰ কৰাৰ লগে লগে আর্তজনক সহায়ৰ হাত বিভিন্নজনৰ। এতিয়ালৈকে 10/12 হেজাৰ টকা উঠিছে বুলি আমাক জনাইছে। লগতে ABK LIVE আৰু আমাৰ বেচিমাৰী খবৰৰক ধন্যবাদ ও জনাইছে। সঁচাই আজি আপোনালোকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে মানুহে মানুহৰ বাবে। ধন্যবাদ যাছিলোঁ আমাৰ ABK LIVE ৰ তৰফৰ পৰা সকলোকে।

আলিছিঙা গাঁওৰ বৃদ্ধ এজনীয়ে চকুৰ বেমাৰ হৈ অন্ধ হবলৈ ধৰিছে। আপোনাৰ সৰু এটা সহায়েৰে বৃদ্ধ গৰাকীয়ে চাব পাৰিব। আপোনাৰ সৰু এটি সহায়ে বৃদ্ধ গৰাকীৰ মুখত হাঁহি বিৰিঙাব পাৰে।
আহক আমি সকলোৱে বেছি পলম নকৰি , মিলি-যোলি বৃদ্ধ বুড়ি জনীক অলপ সহায়ৰ হাত আগুৱাই দিওঁ।
মাত্ৰ ১০,০০০ টকাৰ কাৰণে চিকিৎসা হব নোৱাৰি গোটেই দিন ৰাতি কান্দি কান্দি আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছে।
তাইৰ কোনো নাই , ভিক্ষা কৰি খাই। খাবলৈও একো নাই। ৰাইজ আপোনাৰ স্বাৰ্থ অনুযায়ী যিমানখিনি পাৰে সহায় কৰিবলৈ আগুৱাই আহক।

পৰিলে share কৰি দি অলপ সহায় কৰক।

বি: দ্ৰ: একাউন্ট নাম্বাৰটো দিয়া হল আৰু Phonepay ৰ যোগেদিও সহায় কৰিব পাৰে । Phonepay number 9365985481 আপোমালোকে একাউণ্ট আৰু Phonepay ৰ যোগেদিও সহায় কৰিব পাৰে।

আলিছিঙা গাঁওৰ  বৃদ্ধ  এজনীয়ে চকুৰ বেমাৰ হৈ অন্ধ হবলৈ ধৰিছে। আপোনাৰ সৰু এটা সহায়েৰে বৃদ্ধ গৰাকীয়ে চাব পাৰিব। আপোনাৰ সৰু এ...
29/10/2022

আলিছিঙা গাঁওৰ বৃদ্ধ এজনীয়ে চকুৰ বেমাৰ হৈ অন্ধ হবলৈ ধৰিছে। আপোনাৰ সৰু এটা সহায়েৰে বৃদ্ধ গৰাকীয়ে চাব পাৰিব। আপোনাৰ সৰু এটি সহায়ে বৃদ্ধ গৰাকীৰ মুখত হাঁহি বিৰিঙাব পাৰে।
আহক আমি সকলোৱে বেছি পলম নকৰি , মিলি-যোলি বৃদ্ধ বুড়ি জনীক অলপ সহায়ৰ হাত আগুৱাই দিওঁ।
মাত্ৰ ১০,০০০ টকাৰ কাৰণে চিকিৎসা হব নোৱাৰি গোটেই দিন ৰাতি কান্দি কান্দি আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছে।
তাইৰ কোনো নাই , ভিক্ষা কৰি খাই। খাবলৈও একো নাই। ৰাইজ আপোনাৰ স্বাৰ্থ অনুযায়ী যিমানখিনি পাৰে সহায় কৰিবলৈ আগুৱাই আহক।

পৰিলে share কৰি দি অলপ সহায় কৰক।

বি: দ্ৰ: একাউন্ট নাম্বাৰটো দিয়া হল আৰু Phonepay ৰ যোগেদিও সহায় কৰিব পাৰে । Phonepay number 9365985481 আপোমালোকে একাউণ্ট আৰু Phonepay ৰ যোগেদিও সহায় কৰিব পাৰে।

🔴 প্ৰকাশ পালে দেশৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকা।🔴 শীৰ্ষ ১০খনৰ ভিতৰত ৫খনেই দিল্লীৰ।🔴 অসমৰ এখনো বিদ্যালয়ৰ নাম নাই শীৰ্ষ স্থা...
12/10/2022

🔴 প্ৰকাশ পালে দেশৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকা।
🔴 শীৰ্ষ ১০খনৰ ভিতৰত ৫খনেই দিল্লীৰ।
🔴 অসমৰ এখনো বিদ্যালয়ৰ নাম নাই শীৰ্ষ স্থানত।

In our view, a news item in Pratidin Time has caused a stir.  We have investigated the news and there is no such news on...
09/10/2022

In our view, a news item in Pratidin Time has caused a stir. We have investigated the news and there is no such news on the page or website of Pratidin Time and SEBA and AHSEC have not released any information in this regard and the Government of Assam has not issued any advertisement in this regard. The news is completely false. pratidin time does not prepare and disseminate such news. Some evildoer has done such a thing. An appeal to the public not to put such false news and stress on students.

আমাৰ দৃষ্টিত Pratidin Time ৰ এক বাতৰিয়ে খলকনি সৃষ্টি কৰিছে। আমি বাতৰিটো তদন্ত কৰি চাইছোঁ Pratidin Time ৰ page বা ৱেবচাইট...
09/10/2022

আমাৰ দৃষ্টিত Pratidin Time ৰ এক বাতৰিয়ে খলকনি সৃষ্টি কৰিছে। আমি বাতৰিটো তদন্ত কৰি চাইছোঁ Pratidin Time ৰ page বা ৱেবচাইটত এনেধৰণৰ বাতৰি নাই আৰু SEBA আৰু AHSEC য়ে এই সন্দৰ্ভত কোনো তথ্যই মুকলি কৰা নাই আৰু অসম চৰকাৰেও এই সন্দৰ্ভত কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাই। বাতৰিটো সম্পূৰ্ণ ভুৱা। pratidin time এ এনেধৰণৰ বাতৰি প্ৰস্তুত আৰু প্ৰচাৰ কৰা নাই । কোনো দুষ্টচক্ৰই এনে ধৰণৰ কাম কৰিছে। ৰাইজলৈ এটা আহ্বান এনেধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি শিক্ষাৰ্থীক মানসিক চাপত নেপেলাব।

◼ 'মোৰ ছোৱালীজনীৰ লগত কিয় এনেকোৱা হ'ল?'◼ 'অ... চাৰ মোৰ ছোৱালীজনীক ন্যায় দিয়ক'◼ আত্মীয় তথা উপায়ুক্তক সাৱটি কান্দিছে তেজস্...
06/10/2022

◼ 'মোৰ ছোৱালীজনীৰ লগত কিয় এনেকোৱা হ'ল?'
◼ 'অ... চাৰ মোৰ ছোৱালীজনীক ন্যায় দিয়ক'
◼ আত্মীয় তথা উপায়ুক্তক সাৱটি কান্দিছে তেজস্বীতাৰ পিতৃয়ে।
◼ উপায়ুক্তই ক'লে- 'সকলো দিশ চালি-জাৰি চাই তদন্ত কৰা হ'ব'

06/10/2022

১৯৭২ চনৰ ৬ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোতেই মাধ্যম আন্দোলনত অংশগ্ৰহণ কৰি অসমীয়া ভাষাৰ স্বাৰ্থত নিজৰ প্ৰাণ বিসৰ্জন দিয়া
খাৰুপেটীয়াৰ তিনিগৰাকী শ্বহীদ ক্ৰমে মোজাম্মিল হক,ওমৰ আলী আৰু জহুৰ আলীক আজিৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰি তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

সংগ্ৰহ: Facebook

There are fake news regarding legendary singer Udit Narayan which is spreading on Nepali social media. "News is Fake" as...
05/10/2022

There are fake news regarding legendary singer Udit Narayan which is spreading on Nepali social media. "News is Fake" as per his manager & close relatives.

Please follow authentic sources and don't spread fake news.

05/10/2022

মহানগৰীৰ কাছমাৰী ঘাটত অঘটন ৷ বিসৰ্জন চাবলৈ আহি পানীত পৰিল এগৰাকী মহিলা ৷ ততাতৈয়াকৈ এজন লোকে উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ পৰিচয় ৷

EU Parliament approves law requiring all new portable devices to use USB-C charging cables from 2024
05/10/2022

EU Parliament approves law requiring all new portable devices to use USB-C charging cables from 2024

মা অ'... আমি কেনেকৈ থাকিম!দেতা... নাপাৱ আৰু দেউতাক আজিৰ পৰা।পূজাৰ মিঠাই আনিবলৈ গৈ আৰু উভতি নাহিল পিতৃ।সন্তানক বুকুত সাৱট...
04/10/2022

মা অ'... আমি কেনেকৈ থাকিম!
দেতা... নাপাৱ আৰু দেউতাক আজিৰ পৰা।
পূজাৰ মিঠাই আনিবলৈ গৈ আৰু উভতি নাহিল পিতৃ।
সন্তানক বুকুত সাৱটি মাতৃৰ বুজনি।

প্ৰিয়,      বন্ধু-বান্ধবী সকল যোৱা কালি 02/10/2022 তাৰিখ দেওবাৰে ৰাতিপুৱা 11 বজাৰ পৰা এই মানুহজনী নিৰুদ্দেশ হৈছে। গতিকে...
03/10/2022

প্ৰিয়,
বন্ধু-বান্ধবী সকল যোৱা কালি 02/10/2022 তাৰিখ দেওবাৰে ৰাতিপুৱা 11 বজাৰ পৰা এই মানুহজনী নিৰুদ্দেশ হৈছে। গতিকে কোনো সদাহয় ব্যক্তিয়ে যদি মানুহজনীক দেখা পায়, অনুগ্ৰহ কৰি তলৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
8638301934
সকলোকে post টো Share কৰি এটি দুখীয়া পৰিয়ালক সহায় কৰিবলৈ অনুৰোধ জনোৱা হ'ল ।

03/10/2022

🛑উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত পূজা মণ্ডপত অগ্নিকাণ্ড

🛑শিশুসহ দুজনৰ মৃত্য

ভয়ংকৰ পূজা মণ্ডপতঅগ্নিকাণ্ড আৰতিৰ সময়ত শর্ট চাৰ্কিটৰ ফলত ঘটিল অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ সময়ত মণ্ডপত আছিল দুই শতাধিক ভক্ত। অর্ধশতাধিক লোক অগ্নিকাণ্ডত আহত ।শিশুসহ দুজনৰ মৃত্য । উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত এই ঘটনা।

▶বৰ্ষাপাৰাত ভাৰতৰ বৃহৎ জয়▶জনাওক অভিনন্দন
02/10/2022

▶বৰ্ষাপাৰাত ভাৰতৰ বৃহৎ জয়
▶জনাওক অভিনন্দন

INDIA won 🙌দক্ষিণ আফ্ৰিকাক ১৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি শৃংখলা দখল কৰিলে Team India ই
02/10/2022

INDIA won 🙌

দক্ষিণ আফ্ৰিকাক ১৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি শৃংখলা দখল কৰিলে Team India ই

আজি অসম আৰক্ষী দিৱস👮🇮🇳অসম আই মাতৃৰ হকে কাম কৰি থকাসকললৈ শুভেচ্ছা আৰু আহু আৰোগ্য কামনা কৰিছোঁ আৰু অসম আৰক্ষীৰ হকে প্ৰাণ আ...
01/10/2022

আজি অসম আৰক্ষী দিৱস👮🇮🇳

অসম আই মাতৃৰ হকে কাম কৰি থকাসকললৈ শুভেচ্ছা আৰু আহু আৰোগ্য কামনা কৰিছোঁ আৰু অসম আৰক্ষীৰ হকে প্ৰাণ আহুতি দিয়া সকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাকে কামনা কৰিছোঁ।

এইবাৰ গাঁওবুঢ়া নিযুক্তিত অনিয়মদৰঙৰ দলগাঁৱত গাঁওবুঢ়া পদত দালালৰ নিযুক্তি লাভ Digital Digitalনিযুক্তি বাতিলৰ দাবীত উপায...
30/09/2022

এইবাৰ গাঁওবুঢ়া নিযুক্তিত অনিয়ম

দৰঙৰ দলগাঁৱত গাঁওবুঢ়া পদত দালালৰ নিযুক্তি লাভ Digital Digital

নিযুক্তি বাতিলৰ দাবীত উপায়ুক্তক স্মাৰক-পত্ৰ

লম্পটৰূপী পিতৃ "কৃষ্ণ নাথে " নিজ কন্যাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহি হল। ঘটনাটো কচুৱা থানাৰ অন্তৰ্গত লংজাপৰ ।মানৱ সমাজক লজ্জা...
30/09/2022

লম্পটৰূপী পিতৃ "কৃষ্ণ নাথে " নিজ কন্যাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহি হল। ঘটনাটো কচুৱা থানাৰ অন্তৰ্গত লংজাপৰ ।মানৱ সমাজক লজ্জানত কৰা এনে জগন্য পিতৃ কৃষ্ণ নাথৰ কি শাস্তি বিছাৰে, কমেন্ট কৰক।

All Dimasa Student's Union and Dimasa Naishi Hosom have accused the actor and director of ''Semkhor'' movie Aimee Baruah...
29/09/2022

All Dimasa Student's Union and Dimasa Naishi Hosom have accused the actor and director of ''Semkhor'' movie Aimee Baruah of not following necessary legal protocols before casting an 84-day-old baby girl who died due to a cold.

In this regard, both the organizations also submitted a memorandum to the President of India Draupadi Murmu, wherein, they stated, '' Aimee Baruah did not follow the complete legal formalities while casting for a film ''Semkhor'' in Dima Hasao and as result, a baby girl had lost her life after being cast.''

মন্ত্ৰী পত্নী হোৱাৰ বাবেই নেকি ডিমাহাছাও আৰক্ষীয়ে সাহস পোৱা নাই থানালৈ মাতি সুধ-পোছ কৰিবলৈ ?
29/09/2022

মন্ত্ৰী পত্নী হোৱাৰ বাবেই নেকি ডিমাহাছাও আৰক্ষীয়ে সাহস পোৱা নাই থানালৈ মাতি সুধ-পোছ কৰিবলৈ ?

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল.....
25/09/2022

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল.....

Comedian Raju Srivastava passes away   বলীউডৰ জনপ্ৰিয় কেমেডিয়ান অভিনেতা ৰাজু শ্ৰীবাস্তৱ আৰু নাই । হৃদ ৰোগত আক্ৰান্ত হৈ A...
21/09/2022

Comedian Raju Srivastava passes away




বলীউডৰ জনপ্ৰিয় কেমেডিয়ান অভিনেতা ৰাজু শ্ৰীবাস্তৱ আৰু নাই । হৃদ ৰোগত আক্ৰান্ত হৈ AIIMS ত ভৰ্তি হৈ আছিল জনপ্ৰিয় অভিনেতাজন

🖋️ জামিন লাভ কৰাৰ পাছত ভিক্টৰ দাসৰ প্ৰথমটো ফেচবুক পোষ্ট।🖋️ পোষ্টটিত কি লিখিছে ভিক্টৰ দাসে?
21/09/2022

🖋️ জামিন লাভ কৰাৰ পাছত ভিক্টৰ দাসৰ প্ৰথমটো ফেচবুক পোষ্ট।
🖋️ পোষ্টটিত কি লিখিছে ভিক্টৰ দাসে?

20/09/2022

এয়া ঢেকীয়াজুলীত অৱস্থিত Style Bazar ৰ পৰিবেশ, শাৰদীয় দূর্গাপূজাৰ বাবেই এই ভিৰ শ্বপিং মল খনত।

গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱাৰ সময়ত বিধায়ক অখিল গগৈৰ সৈতে ভিষ্টাৰা বিমানৰ পৰিচাৰিকাৰ ফটো। ভিষ্টাৰা বিমানৰ পৰিচাৰিকাই নিজ হ...
20/09/2022

গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱাৰ সময়ত বিধায়ক অখিল গগৈৰ সৈতে ভিষ্টাৰা বিমানৰ পৰিচাৰিকাৰ ফটো। ভিষ্টাৰা বিমানৰ পৰিচাৰিকাই নিজ হাতেৰে লিখা প্ৰশংসামূলক টোকাও প্ৰদান কৰিলে অখিল গগৈক ।

  | টেট শিক্ষক ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন
20/09/2022

| টেট শিক্ষক ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন

চিতা বাঘৰ ফটো তোলোতে মোদীয়ে কেমেৰাৰ ক’ভাৰ নুখুলিলে প্ৰকৃত সত্য জানক এই প্ৰতিবেদনত::
19/09/2022

চিতা বাঘৰ ফটো তোলোতে মোদীয়ে কেমেৰাৰ ক’ভাৰ নুখুলিলে
প্ৰকৃত সত্য জানক এই প্ৰতিবেদনত
:
:

18/09/2022


👉জনছন বেবী পাউডাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে......

18/09/2022

প্ৰকাশ পালে অসম আৰক্ষীৰ বিভিন্ন পদৰ ফলাফল!
18/09/2022

প্ৰকাশ পালে অসম আৰক্ষীৰ বিভিন্ন পদৰ ফলাফল!

বহিষ্কৃত BJP ৰ IT চেলৰ কৰ্মীৰ আবেগিক পোষ্ট!
17/09/2022

বহিষ্কৃত BJP ৰ IT চেলৰ কৰ্মীৰ আবেগিক পোষ্ট!

 🔴 ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পৰিদৰ্শক জাহ্নৱী কলিতাৰ ঘৰৰ পৰা ভিজিলেন্সৰ দলে জব্দ কৰে ৭,৭৩,৭০০ টকা
17/09/2022


🔴 ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পৰিদৰ্শক জাহ্নৱী কলিতাৰ ঘৰৰ পৰা ভিজিলেন্সৰ দলে জব্দ কৰে ৭,৭৩,৭০০ টকা

৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত মুকলি আকাশৰ তলত ভিক্টৰ দাস। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত দুৰ্নীতিৰ অভিযোগ আনি বিপ...
17/09/2022

৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত মুকলি আকাশৰ তলত ভিক্টৰ দাস। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত দুৰ্নীতিৰ অভিযোগ আনি বিপদত পৰিছিল ভিক্টৰ। অভিযোগকাৰী হৈ পৰিছিল আচামী। অৱশেষত উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা অন্তৱৰ্তীকালীন জামিনত সকাহ পালে ভিক্টৰে।

এটা ফেচবুক পোষ্ট আৰু ঠাইখিনি হল বেছিমাৰী-নদীৰকাষ পথ। বিগত বানপানীত নদীৰকাষত যোৱাৰ পথত নদীৰকাষ অলপ আগতেই সেইখিনি ঠাই পানী...
17/09/2022

এটা ফেচবুক পোষ্ট আৰু ঠাইখিনি হল বেছিমাৰী-নদীৰকাষ পথ। বিগত বানপানীত নদীৰকাষত যোৱাৰ পথত নদীৰকাষ অলপ আগতেই সেইখিনি ঠাই পানীয়ে উটুৱাই লৈ গৈছিল। ৰাইজে এই কথা জনপ্ৰতিনিধিক জনাই যদিও কোনো কানহাৰ নিদিয়াত ৰাইজে নিজৰ টকাৰে পথটো ঠিক কৰিবলৈ বাধ্য হয় আৰু সম্পূৰ্ণ পথটো মেৰামতি কৰাৰ পিছত ৰাইজে এখন পোষ্টাৰ আৰি দিয়ে। চাওঁ আহক কি লিখা আছে?

আৰু কেইটামান ক্ষণ! মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। ইয়াৰ প্ৰাকক্ষণত থুকা-থুকি মাতেৰে কি ক'লে ভিক্টৰৰ মাতৃয়ে?
17/09/2022

আৰু কেইটামান ক্ষণ! মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস। ইয়াৰ প্ৰাকক্ষণত থুকা-থুকি মাতেৰে কি ক'লে ভিক্টৰৰ মাতৃয়ে?

Address

Darrang

Alerts

Be the first to know and let us send you an email when ABK Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABK Live:

Videos

Share