17/12/2025
মুখ্যমন্ত্রী পকীপথ আঁচনিৰ অধীনত নিৰ্মীয়মান কলাইগাঁও-খৈৰাবাৰী সংযোগী পথৰ অনিয়মৰ বিৰুদ্ধে সৰৱ আছু।
২ কোটি ২৬ লাখ টকা আৱন্টনেৰে নিৰ্মীয়মান হৈ থকা কলাইগাঁও-খৈৰাবাৰী সংযোগী পথৰ অনিয়মৰ ক্ষীপ্ৰ তদন্ত আৰু পুনৰনিৰ্মাণৰ দাবীৰে ৰাজহ চক্র বিষয়াৰ জড়িয়তে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ।