নলবাৰী Today

নলবাৰী Today হাতৰ মুঠিতেই আমি দিম আপোনাৰ প্ৰিয় ঠাই?

02/06/2024

⭕ দুই বাই ভনীৰ এখন নতুন কাপোৰৰ দোকান নাম ৰিহা ।

⭕ শুভ উদ্বোধন কৰে মেঘৰনজনি বিশিসট অভিনেতা গৰাকীয়ে ।

⭕ এই দোকান এখন ত বিভিন্ন ধৰণৰ অসমীয়া সাজপাৰ উপলব্ধ হব বুলি জানিব দিয়ে ।

#নলবাৰীtoday

01/06/2024

⭕ একেলগে জীৱন শেষ কৰিলে দুই কিশোৰ - কিশোৰীয়ে ।

⭕ প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ ।

⭕ দুই কিশোৰ-কিশোৰীৰ ঘৰ বাক্সাৰ বৰমা দলবাৰীত ।
#নলবাৰীtoday

 #নলবাৰীtoday
01/06/2024

#নলবাৰীtoday

23/05/2024

⭕ কিছুমান মানুহৰ চৰিত্ৰ নলবাৰীৰ মানুহে বুজি পাইছে ।

⭕ অসমৰ মানুহেওঁ‌ বুজি পাবলৈ বাকী নাই ।

⭕ তেওঁলোকৰ আজিৰ পৰা দহ বছৰ আগৰ চৰিত্ৰ বিশ্লেষণ কৰক চোন । য'তেই থাকে ততেই এনেকুৱা ।

#নলবাৰীtoday

19/05/2024

⭕ নলবাৰীত বৰকুৰাত মুকলি কৰা হল মহিন্দ্ৰাৰ নতুন ভেৰিয়েন্ট XUV 3XO ।

⭕কেক কাটি গাড়ীখন মুকলি কৰে নলবাৰী শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ AGM য়ে ।

⭕ নলবাৰী ৰাইজৰ সহযোগিতা কামনা কৰে মহিন্দ্ৰাৰ বিষয়ববীয়াসকলে ।

#নলবাৰীtoday

16/05/2024

⭕ নলবাৰীত পৰিবহন বিভাগৰ অভিযান ।।

⭕ হেলমেট পৰিধান নকৰা চালকক জৰিমনা ।।

#নলবাৰীtoday

12/05/2024

⭕ নলবাৰীৰ ঐতিহ্যমণ্ডিত শিলগোসাঁনী থানৰ উপহাৰ কুপন খেলৰ সফল সামৰনি ।।

#নলবাৰীtoday

12/05/2024

⭕ হাজোৰ বাৰাংহাটীৰ মিলিজুলি চ'কত অত্যাধুনিক চকু চিকিৎসা কেন্দ্ৰ মুকলি ।।

⭕ দৰিদ্ৰ লোকৰ বাবে বিশেষ সুবিধা উপলব্ধ হ'ব দৃষ্টি অপটিকেলত ।।

⭕ আজি দৃষ্টি অপটিকেল আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাই ।।

#নলবাৰীtoday

09/05/2024

⭕ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষপূৰ্তি পালন ।।

#নলবাৰীtoday

06/05/2024

⭕ নলবাৰীত গৰ্ডন খেলপথাৰত উদুলি মুদুলি পৰিৱেশ ।।

⭕ নিৰ্বাচনৰ দায়িত্ব বাহী বিষয়া-কৰ্মচাৰীৰ ভিৰেৰে চৌদিশ হৈ পৰিছে উথপথপ ।।

⭕ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই নিজেই কৰিছে খোৱা-বোৱা ব্যৱস্থাৰ তদাৰক ।।

#নলবাৰীtoday

05/05/2024

⭕ নদী নালা যোনফালে যায়,সো ঘইৰালো সোনফালেই যায় :- সাংসদ দিলীপ শইকীয়া ।।

⭕ বৰভাগত নিৰ্বাচনী প্ৰচাৰ চলাই বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক কটাক্ষ সাংসদ দিলীপ শইকীয়াৰ ।।

#নলবাৰীtoday

02/05/2024

⭕ নলবাৰীত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ ।।

⭕ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ চলালে প্ৰচাৰ ।।

⭕ বিশাল বাইক ৰেলীৰে আদৰণি গৌৰৱ গগৈক ।।

12/07/2023

🔴 থিয়েটাৰ ভাগ্যদেৱীৰ শুভ নাট্যাৰম্ভ ।

🔴 ৫৬ তম বৰ্ষৰ নাট্যাৰম্ভ কৰিলে নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ ৰচিত “ৰাজ ৰানী“ নাটৰে ।

15/05/2023

#নলবাৰীৰ আগশাৰীৰ Coaching Institute DEXTERITY ত ছাত্ৰছাত্ৰী ক Apple I Pad আৰু Lenovo বিতৰণ ৷

15/05/2023

#বালামুগকুছি আঞ্চলিক যুৱ সমাজৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন ।

#বৰলা কাই ধাৰাবাহিকৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ মালতীয়ে ঘোষিকা হিচাপে উপস্থিত থাকি বিভিন্ন খুহুতীয়া কথাৰে দৰ্শকক আমোদ দিয়ে ।

04/01/2023

#আৰোহণ আৰ্টিষ্ট গিল্ডৰ ২২ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰোহণ বঁটা প্ৰদান অনুষ্ঠান ।

#আৰোহণ সমাজসেৱা বঁটা নলবাৰী মুগকুচিৰ বংকিম শৰ্মালৈ ।

 #থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নৃত্য গীতে মোহিত কৰিলে ৰাইজক।
23/12/2022

#থানুৰাম প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নৃত্য গীতে মোহিত কৰিলে ৰাইজক।

 #বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অঞ্চল পৰিভ্ৰমণ গড়পোট বাপুজী হাইস্কুলৰ ৷ #কামৰূপ জিলাৰ অন্তৰ্গত  #গড়পোট বাপুজী হাই স...
23/12/2022

#বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অঞ্চল পৰিভ্ৰমণ গড়পোট বাপুজী হাইস্কুলৰ ৷

#কামৰূপ জিলাৰ অন্তৰ্গত #গড়পোট বাপুজী হাই স্কুলত ২০২২-২৩ বৰ্ষৰ বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে অঞ্চলবাসীক আকৰ্ষণ কৰে বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰাই ৷

10/12/2022

#সভা এৰি ভাত খাবলৈ গ'ল ৰাইজ ?

#দলীয় কৰ্মীক খেদি পঠিয়ালে মঞ্চৰ কাষৰ পৰা ।

10/12/2022

#ছহিদ দিৱসত বিজেপি কাৰ্য্যকৰ্তাক ৰাজহুৱাভাৱে ধমকি খঙত অগ্নিশৰ্মা #চন্দ্ৰমোহন পাটোৱাৰীৰ?

06/12/2022

DC ক'ত হেৰাল ?

DC ক'ত গ'ল ?

#নলবাৰীত হঠাৎ DC , ADC ক বিচাৰি হায়ৰাণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

06/12/2022

#যেতিয়া আমি বিয়া খাব আহো তেতিয়া আমি শ্ৰাদ্ধৰ কথা নাপাতো ---------

সাংৱাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ ।

06/12/2022

#নলবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

#সৰিয়হতলীত আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ৰাজ্যৰ প্ৰথমটো 3D তাৰকাগৃহ ।

#ছাত্ৰ-ছাত্ৰীৰ সতে চালে সৌৰজগত ।

#নলবাৰীত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি মুকলি কৰিব বাৰটাকৈ প্ৰকল্প ।

 #ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে । #উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজ্বলিল নলবাৰী বৰভাগৰ...
01/12/2022

#ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে ।

#উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজ্বলিল নলবাৰী বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতা ।

#আৰ্থিক দীনতাত পীড়িত দীপামণিক উৎসাহ যোগাবলৈ সময় নাই স্থানীয় বিধায়ক কিম্বা ক্ৰীড়া বিভাগৰ ।

#টকা সুদত লৈ আগুৱাই নিছে সংগ্ৰাম ।

26/11/2022

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মুখত "আঘোণৰ পথাৰত অ' মোৰ নাচনী...

তালে তালে নৃত্য সমুজ্জ্বল ভট্টাচাৰ্য্য ,দীপাংক নাথৰ..

হাজো সমষ্টিৰ ধুহিবালা পঞ্চায়তত আৰ টি আই কৰ্মীৰ স্বৰূপ উদঙাই ৰাজহুৱা সভাই । আজিৰ পৰা দুমাহ আগৰেপৰা ধুহিবালা পঞ্চায়তৰ দুৰ্...
21/11/2022

হাজো সমষ্টিৰ ধুহিবালা পঞ্চায়তত আৰ টি আই কৰ্মীৰ স্বৰূপ উদঙাই ৰাজহুৱা সভাই । আজিৰ পৰা দুমাহ আগৰেপৰা ধুহিবালা পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য বিচৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে দুই যুৱকে । এই সম্পৰ্কত পঞ্চায়তৰ চৌহদত আজি অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । সভাত পঞ্চায়ত খনৰ কেইবাশতাধিক ৰাইজ তথা হিতাধিকাৰী উপস্থিত থাকে ৰাজহুৱা সভাত । সভাত সভাপতিত্ব কৰে সমাজকৰ্মী তাৰিকুদ্দিন আহমেদে । সভাত কেইবাজনো সমাজকৰ্মীয়ে বক্তব্যৰে স্বীকাৰ কৰে পঞ্চায়তৰ নিকা কামকাজৰ কথা । উল্লেখযোগ্য যে পঞ্চায়ত খনৰ অধীনস্থ আইনাল হক আৰু ওৱাচিল হক নামৰ যুৱক দুজনে ধুহিবালা গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য বিচৰাৰ নামত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি অহাৰ অভিযোগ তুলিছে কেইবাশতাধিক ৰাইজে । এই সম্পকে মাৰপিটৰ ঘটনা ঘটি যোৱা বুলিও জানিব পৰা গৈছে । ইতিমধ্যে এই সম্পৰ্কত দুই যুৱক ওৱাচিল হক আৰু আইনাল হকে কঞাঁ আৰক্ষীক গোচৰ দিয়াৰ বিপৰীতে পঞ্চায়ত কতৃপক্ষও গোচৰ তৰিছে । আজি ৰাজহুৱা সভাত দুয়োজন যুবকে কৰা অভিযোগ ভিত্তিহীন বুলি সদৰি কৰে ।

 #ৰঙিয়া মহকুমাৰ বাৰাংহাটী অঞ্চলৰ কেইগৰাকীমান উদীয়মান শিক্ষিত নিবনুৱা যুৱক ব্যস্ত কৃষি কৰ্মত । #কেইবা হেক্টৰ ভূমি চহাই কে...
21/11/2022

#ৰঙিয়া মহকুমাৰ বাৰাংহাটী অঞ্চলৰ কেইগৰাকীমান উদীয়মান শিক্ষিত নিবনুৱা যুৱক ব্যস্ত কৃষি কৰ্মত ।

#কেইবা হেক্টৰ ভূমি চহাই কেইবা কুইণ্টল আলুৰ খেতি কৰিছে ।

 #৪৯ টা বসন্ত খেদি আজি ৫০ বছৰত ভৰি দিলে    Garg ।জন্ম দিনৰ অযুত অযুত শুভেচ্ছা থাকিল ।ভগৱানে আপোনাক সদায় সুস্থ ৰাখক।
17/11/2022

#৪৯ টা বসন্ত খেদি আজি ৫০ বছৰত ভৰি দিলে Garg ।

জন্ম দিনৰ অযুত অযুত শুভেচ্ছা থাকিল ।

ভগৱানে আপোনাক সদায় সুস্থ ৰাখক।


14/11/2022

#নলবাৰীৰ ৰাসত উপস্থিত হৈ অসমবাসীক কি কলে ড্ৰীমগাৰ্ল হেমামালিনীয়ে ?

Address

NALBARI
Nalbari
781351

Website

Alerts

Be the first to know and let us send you an email when নলবাৰী Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to নলবাৰী Today:

Videos

Share