অসমTO DAY 24×7

অসমTO DAY 24×7 অসম TO DAY

04/04/2024

গুজৰাট বা জাগীৰোডত কেনেধৰণৰ Chip বনাব ?

জানো আহক আমেৰিকাৰ বিজ্ঞানী ড° ভাস্কৰ চৌধুৰীৰ সৈতে হোৱা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পঞ্চম খণ্ড সাক্ষাৎকাৰ ৷

03/04/2024

বঙাইগাঁৱত গৰু চুৰিকাণ্ড অব্যাহত নিশা নগৰীয়াগাঁৱৰ ৰামকৃষ্ণ বৰুৱাৰ পাঁচটা কৈ গৰু চুৰি হয় ৷

03/04/2024

দালাল ছিদ্দিক আলিয়ে দিনে নিশাই চলাই আহিছে বালি খননৰ ৰমৰমীয়া বেহা

02/04/2024

গৌৰীপুৰৰ আলমঞ্জত এখন ব্যক্তিগত বিদ্যালয়ৰ শুভ উদ্বোধনীঃদেউতাৰ সপোন পূৰণ কৰিলে দুই পুত্ৰই আৰু পত্নীয়ে

02/04/2024

ওদালগুৰি এবছুৰ উদ্যোগত ভকতপাৰাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম দিন উদযাপন

02/04/2024

মুছলমান মানেই! জিহাদী নেকি।

01/04/2024

ধিঙৰ বটাবাৰীত প্ৰধান শিক্ষকৰ বিদায়ী সভা

01/04/2024

বিলাসীপাৰা লক্ষীগঞ্জতো ভয়ংকৰ শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ

31/03/2024

মহিলা সকলে BRA (ব্ৰা) পিন্ধে কিয়। আপোনালোকে জানে নে BRA (ব্ৰা)ৰ সম্পূৰ্ণ নাম কি।

31/03/2024

সৰ্থেবাৰী কাঁহ-শিল্পলৈ প্ৰদান কৰা হ'ল GI TAG

31/03/2024

ঢ়েকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰুপালী জয়ন্তী অনুস্থানৰ মণ্ডপৰ মূল খুটা স্থাপন

31/03/2024

কুকাৰপাৰ গাঁওৰ ছিদ্দিক আলিয়ে অসম আৰক্ষীত নিয়োজিত হয়
বহৰি বন বিভাগৰ নাকত তলা লগাই কৰি আছে অবৈধ খনন কাৰ্য ।

30/03/2024

বঙাইগাঁওত ভূমী কেন্দ্ৰীক সংঘাতত প্ৰাণ গল বিদ্যাপুৰৰ আমজাদ আলীৰ

30/03/2024

বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰীত পত্নীৰ হাতত নিহত স্বামী জিয়াৰুল খান

29/03/2024

আকৌ ভাইৰেল অসমৰ ভিডিঅ'

29/03/2024

১০০ টকাত সলনি কৰিব বিচাৰে নেকি আপোনাৰ জীৱন। ১০০ টকাত কি বিচাৰে আপুনি BMW নে Mahindra Thar,ultra buss যোগাযোগ নম্বৰ 6002316188 নাইবা 6001103529

আপোনিওঁ জনাওঁক কমেণ্ট যোগে শুভেচ্ছা অসমৰ গৌৰব ৰিয়ান পৰাগলৈ।
28/03/2024

আপোনিওঁ জনাওঁক কমেণ্ট যোগে শুভেচ্ছা অসমৰ গৌৰব ৰিয়ান পৰাগলৈ।

28/03/2024

মাত্ৰ ১০০ টকাতেই আপুনিও হব পাৰে বিলাসী বাহনৰ গৰাকী বিচাৰে নেকি মহিন্দ্ৰা থাৰ,স্ক'ৰ্পিঅ', চুইফট,অল্টো বাহনৰ গৰাকী হ'বলৈ ?

28/03/2024

পুনৰ ‌বাবৰিখাট পাকৰিতলৰ কমল ৰাভাৰ পত্নী ধনেশ্বৰী ৰাভা নিৰুদ্দেশ
#নিৰুদ্দেশ

28/03/2024

শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

28/03/2024

কংগ্ৰেছ শূন্য হ'ব নিজৰ দোষতে। ভৱিষ্যত দিনত কংগ্ৰেছৰ অন্ধকাৰৰ বাদে একো নাই।"এই মন্তব্য ড° অংকিতা দত্তৰ
#

28/03/2024

বৰপেটাৰ‌ কংগ্ৰেছৰ প্ৰাৰ্থী দ্বীপ বায়নৰ ঠায়ে ঠায়ে প্ৰচাৰ এইবাৰ আবেগেৰে নহয় বিবেকেৰে ভোট দান কৰিব।

27/03/2024

মুস্তফা কামাল আজহাৰীৰ ফোন যোগে হত্যাৰ ভাবুকিক লৈ নতুন ভিডিঅ' ভাইৰেল।

27/03/2024

ওদালগুৰি জিলাৰ ভৈৰাগুৰি ভিচিডিচি অধ্যক্ষৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা সন্দৰ্ভত ওদালগুৰিত ইউ পি পি এল কেন্দ্ৰ সমিতিৰ সংবাদ মেল

27/03/2024

গোলকগঞ্জত আৰক্ষীৰ অভিযানত সন্দেহজনক বাৰ্মিজ ছুপাৰী সহ তিনিখন পিক আপ ভেন জব্দ

27/03/2024

গৰৈমাৰীৰ মহিমাৰী ডবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্ত হানিফ আলী আৰু ইনজামুল হকক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ মূহুৰ্তৰ দৃশ্য।

27/03/2024

বৰপেটাৰ কাটাঝাৰত ভয়ংকৰ দূৰ্ঘটনাত।

27/03/2024

চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলাই আটক বৰপেটাৰ হাউলীৰ যুৱক।

26/03/2024

আগন্তক ২০২৪ বৰ্ষ অসমীয়া কৃষ্টি বাপোতি সাহোন ৰঙালী বিহু আদৰা ও কণ কণ ছাত্ৰ ছাত্ৰী সকলক আগুৱাই মানসেৰে গোলাঘাট জিলা পুথি ভৰাঁল সমিপদ খেল পথাৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাট নগৰ শাখা উদ্যোগত অলকানন্দা ( সামাজিক / সাংস্কৃতিক ) অনুষ্ঠানৰ সহযোগত ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিলৰ লৈকে বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ।

26/03/2024

নিশা বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই চাৰিজন জুৱাৰীক নগত ধনসহ জুৱাৰী সামগ্ৰীকে ধৰি আটক কৰে।

Address

Barpeta Road
Barpeta Road
781316

Telephone

+916900836107

Website

Alerts

Be the first to know and let us send you an email when অসমTO DAY 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to অসমTO DAY 24×7:

Videos

Share


Other Media/News Companies in Barpeta Road

Show All

You may also like