হৃদয়বিদাৰক । টংলাৰ দুই ভাতৃক একেলগে অন্তিম বিদায় জনোৱা হ'ল ।
#Breakingnews #Newsupdate
📌বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত প্ৰাপ্য মজুৰিৰ দাবীত স্বতাধিকাৰী ৰাজেশ জালানৰ বিৰুদ্ধে চাহ শ্ৰমিক, আছাৰ পুনৰ উত্তাল প্ৰতিবাদ।
📌শ্ৰমিকসকলে পাঁচ সপ্তাহে নিজৰ প্ৰাপ্য মজুৰি নোপোৱাৰ ফলত স্বতাধিকাৰী ৰাজেশ জালানৰ বিৰুদ্ধে কেবাদিনো ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ।
#breakingnews #newsupdate #baksalive24
📌বাক্সাৰ পূৱ উজান বাঁহবাৰী গাঁওত ভয়ংকৰ অগ্নিকাণ্ড।
📌গাঁওখনৰ কন্দৰ্প দাস নামৰ এগৰাকী লোকৰ খেৰৰ পুজিত সূত্ৰপাত হয় জুইৰ।
#BreakingNews #newsupdatw #baksaluve24
দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ।
#BreakingNews #newsupdate #baksalive24
📌বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ।
📌প্ৰাপ্য মজুৰি আদায়ৰ দাবীত মালিক কতৃপক্ষৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত শ্ৰমিক সকলৰ।
#BreakingNews #assam #teagarden #protest #NewsUpdate #baksalive24
📌বাক্সাৰ শালবাৰীত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ।
📌শুভাৰম্ভ কৰে বিধায়ক ফণীধৰ তালুকদাৰে ।
#NewsUpdate #BAKSALIVE24
বাক্সাৰ এখন বিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰাক লৈ প্ৰতিক্ৰিয়া ।
#BreakingNews #NewsUpdate