Axom News 24 × 7

Axom News 24 × 7 সত্য, শুদ্ধ , নিৰপেক্ষ ভাৱে ।

01/10/2023
21/06/2023
10/06/2023
Axom news 24×7*  আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম। *  নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্...
18/02/2023

Axom news 24×7
* আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম।
* নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো।
* বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।
* আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম
* বৰ্তমান GMCHৰ মৰ্গত আছে শ্বাহ আলমৰ মৃতদেহ

Axom news 24×7* নলবাৰীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ * আগন্তুক দুমাহৰ বাবে প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা* বিগত কেইদিনমান ধৰি প্...
13/02/2023

Axom news 24×7
* নলবাৰীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ
* আগন্তুক দুমাহৰ বাবে প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা
* বিগত কেইদিনমান ধৰি প্ৰতিবাদত উত্তাল হৈ আহিছিল নলবাৰী
* অসামৰিক চিকিৎসালয় স্থানান্তৰক লৈ প্ৰতিবাদমুখৰ নলবাৰী
# Nalbari # 144

11/02/2023

# তুৰস্কৰ ভূমিকম্পৰ ধ্বংসাৱশেষৰ এক দৃশ্য।
# Axom news 24×7
# earthquake

Address

Howli

Telephone

+918471935511

Website

Alerts

Be the first to know and let us send you an email when Axom News 24 × 7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News 24 × 7:

Share