Live of hojai

Live of hojai কেৱল ৰাইজৰ বাবে উৎসৰ্গিত।।দায়বদ্ধতাৰ প্ৰতিশ্ৰুতি।।

13/10/2023

✍️হোজাই ত বিশ্ব হিন্দু পৰিষদৰ বিষণ ব্যস্ততা।।
👉সকলোৰে মুখত জয় শ্ৰী ৰাম ধ্বনি

12/10/2023

✍️✍️অৰুণদয় -২ আঁচনি বিতৰণ সভাত লাগিল হৈচৈ ৷ লাগে মাথোঁ এটা পেকেট লাঞ্চ ৷ বহুসময়ৰ পৰা সভাত উপস্থিত থকা লোকে ভোকৰ তাড়ণাত সৃষ্টি কৰি এক হুলস্থূলীয়া পৰিবেশৰ।।

11/10/2023

👉হোজাই HAMM হস্পিতালত প্ৰচণ্ড মাৰপিত।।
👉আহত কেইবাজনো HAMM হস্পিতালৰ কৰ্মী লোক।।

10/10/2023

✍️হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পোন প্ৰথম বাৰৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী সভাপতি পদত জয়লাভ।।

✍️জয়লাভৰ পিছতেই মন্তব্য সংবাদমাধ্যমৰ আগত।।

10/10/2023

👉শ্ৰী নগৰত অনুষ্ঠিত হোৱা ২৯তম জুনিয়ৰ নেছনেল থাংতা প্ৰতিযোগিতাত হোজাই ৰ ক্ৰমে মৃণাল সিংহ আৰু ৰচনীতা দেৱীয়ে দুটা কৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়।।

09/10/2023

👉হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।।

👉সভাপতি সম্পাদক ধৰি ৫তা পদত নিৰ্দলিয় জয় লাভ।।

👉৫ তা পদত ABVP ৰ জয়লাভ।।

👉ৰেলি বিশাল সমদল।।

08/10/2023

হোজাই ৰামপুৰৰ ৰাইজ অতিষ্ঠ নামিল প্ৰতিবাদত।।

07/10/2023

👉হোজাই ত ঢাক বাজিছে আনন্দত আত্মহাৰা কলহ লৈ হোজাই ৰাজ পথত পদযাত্ৰা।।

👉কিন্ত কিয় চাওক এই প্ৰতিবেদন টু।।

05/10/2023

👉হোজাই শংকৰদেৱ নগৰত কেবাটাও দাবীৰে আমছু ২ ঘন্টাযোৰা অৱস্থান ধৰ্মঘট।।

04/10/2023

👉হোজাই বৰপুখুৰী মৰিয়াম কলেজৰ সন্মুখত কি হল।।
👉কিয় ইমান ভিৰ।।
👉প্ৰাক্তন বিধায়ক শিলাদিত্য দেবে কি কৰিছে।।

03/10/2023

🚆হোজাই ত বাল্য বিবাহ বিৰোধী অভিযান আৰক্ষীৰ।।
হোজাই ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ বাল্য বিবাহ লগত জড়িত থকা পিতৃ,স্বামী,ভাতৃ।।

এক প্ৰকাৰ হোজাই আৰক্ষীৰ এক্সন আৰম্ভ।।

01/10/2023

👉পুনৰ আজমল ছুপাৰ ৪০য়ে গৌৰৱ কঢ়িয়াই আনিলে।।
👉JEE পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল প্ৰভাত ছেত্ৰী।।

15/08/2023

দেশে পালন কৰিলে ৭৭তম স্বাধীনতা দিৱস

14/08/2023

🇮🇳🇮🇳🇮🇳🇮🇳আজাদি কি অমৃত মহোৎসৱ।। হোজাই আৰক্ষীৰ বন্তি চাকিৰে পদযাত্রা।কত কৰিলে এই পদযাত্রা?

13/08/2023

🔴হোজাই সংকল্প সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ।
🔴কত পায় ১ টকাতেই এসাজ।২৫সপ্তাহৰ সন্থা তোৰ গৌৰৱোজ্জ্বল যাত্ৰা।

07/08/2023

প্ৰসংগ : হাৰিয়ানাৰ বৰ্বৰ ঘটনা।। মৌলবি জেহাদিৰ বিৰুদ্ধে হোজাইত দুটাকৈ হিন্দু সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী।

01/09/2022

ফাট মেলা খেতি দৰাত বৰষুণ জাক অহাত খেতিয়কৰ কিছু ক্লান্তি।।

31/08/2022

ভাদ মাহ উপলক্ষে হোজাই সাৰ্বজনীন নামঘৰত গোপিনীৰ নাম পৰিবেশন।।

31/08/2022

শ্ৰী শ্ৰী গণেশ বাবা উপলক্ষে হোজাই পুৰণা বজাৰত পূজাৰ আয়োজন।।
ধূপ নবদ্য লৈ ভকতে জনাইছে সেৱা।।

30/08/2022

হোজাই এজন দিব্যঙ্গ শিল্পী নাম স্ববন কুমাৰ ডেকা।
শুনক চোন গান তাৰ কণ্ঠত।।

29/08/2022
29/08/2022
29/08/2022

শ্ৰী মন্ত্ৰ শংকৰদেৱ গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে হোজাই ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ত ব্যাপক আয়োজন।।
কাকী দিহানামৰ দলৰ নাম পৰিবেশন।।

Address

Hojai
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Live of hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Hojai

Show All

You may also like