Hojai Assam News Live

Hojai Assam News Live Time's Hojai

26/01/2025
02/10/2024

*লংকাৰ কপিলীপাৰত হোৱা দৰ্শন কাণ্ডৰ সম্পূৰ্ণ বিবৰণ । ভুক্ত ভূগি ছোৱালী জেনীৰ কল ৰেকৰ্ড সামাজিক মাধ্যমত ভাইৰেল ।*

লংকা আৰক্ষী চকীত দাখিল কৰা এজাহাৰ নম্বৰ 191/2024 ৰ অধীনত ধাৰা 376 IPC আৰু R/W section 4 of POCSO Act অধীনত এজাহাৰ দাখিল কৰাৰ হৈছিল । উল্লেখযোগ্য যে এজাহাৰ কাৰী ৰাজু আহোম আৰু সমাজৰ কিছুমান দুষ্ট চক্ৰৰ মিলি প্ৰকৃত দুখিৰ ওপৰত এজাহাৰ নিদি সমাজৰ অনন্য লোকৰ ওপৰত এজাহাৰ দি মানসিক আৰু শাৰীৰিক বাবে শাস্তি প্ৰদান কৰি আছে । কিন্তু প্ৰকৃত দুখি এতিয়াও মুকলি আকাশৰ তলত ঘুৰি আছে । এই কল ৰেকৰ্ড ৰ পৰা সম্পূৰ্ণ তথ্য পোহৰলৈ আহিছে ।

উল্লেখযোগ্য যে এজাহাৰ কাৰীয়ে ৰাজু আহোম আৰু সমাজৰ কিছুমান দুষ্ট চক্ৰৰ মিলি নিৰ্দোষী লোকৰ ওপৰত এজাহাৰ দি এক সৰজন্ত ৰচিছে । এই সৰজন্ত মূল ৰহস্য কি সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব ।

উল্লেখযোগ্য যে আৰক্ষীয়ে এই কল ৰেকৰ্ড শুনি এজাহাৰ কাৰী আৰু দুষ্ট চক্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া হ'ব সময়ত লক্ষ্যনীয় ।

16/03/2024

হাজোত বিজেপি দলৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত গুণজিৎ অধিকাৰীৰ বিষ্ফোৰক মন্তব্য-----

#মই পেছাদাৰী ৰাজনীতিক নহয়।‌

#এটা উদ্দেশ্য আগত ৰাখিহে ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী হৈ কাম কৰি আহিছিলো।

#সততা আৰু দলীয় নীতিগত আদৰ্শ বাবে এজন সাধাৰণ কৰ্মী হিচাপে দলৰ হৈ কাম কৰি আহিছিলো।
# বৰপেটাৰ ৰাইজে বিজেপিৰ হকে ভোটদানৰ বাবে সাজু আছিল।
#বিজেপিৰ পৰা বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থীত্বৰ
প্ৰদানৰ আশা কৰিছিলোঁ

#কিন্তু দলে সাংগঠনিক ভেটি নথকা এটি দল অগপক প্ৰাৰ্থীত্ব প্ৰদান কৰাত যথেষ্ট শোভিত হৈ পৰিছে বৰপেটাৰ ভোটাৰ ৰাইজ।

#ইপিনে মিত্ৰদল ৰূপে বৰপেটা লোকসভা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিৰ্দলীয় প্ৰাৰ্থী গুণজিৎ অধিকাৰীয়ে।

#অসমত সন্বিলিত চৰকাৰ হৈ থাকোঁতে ফণীভূষণ চৌধুৰী যোগান মন্ত্ৰী আছিল। যোগান বিভাগ চলাব নোৱৰিলে। কিয় কেৱিনেট মন্ত্ৰীপদ এৰিব লগা হল। তেওঁৰ কোনো দক্ষতাই নাই।তেওঁ কেইখন জিলাত বিভাগৰ বুজ লৈছিল। তেতিয়া বানপানী হৈছিল যোগান মন্ত্ৰী হিচাবে বানপীড়িত ৰাইজৰ খৱৰ লৈছিল নে।

# বঙাইগাঁওৰ বাহিৰে অন্যান্য ঠাইত ফণীভূষণ চৌধুৰীৰ কোনো গণভিত্তিয়ে নাই ।

# এনেকুৱা মানুহক সাংসদ হব আৰু আমি ভেৰাৰ দৰেই চাই থাকিব লাগিব।

15/03/2024

হাজোত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা দ্বীপ বায়নক দলীয় সমৰ্থকৰ আদৰণি ।

15/03/2024

দায়বদ্ধতা আৰু আন্তৰিকতা সদায় হব মোৰ প্ৰথম প্ৰতিশ্ৰুতি-প্ৰদ্যুৎ বৰদলৈ।

কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰʼজলীনা তিৰ্কী ।
13/03/2024

কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰʼজলীনা তিৰ্কী ।

13/03/2024

মৈৰাবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কা বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।

👉শৰীৰত এক বিন্দু তেজ থকালৈকে আমি অসমত কা হবলৈ নিদিওঁ।
👉" কা"ৰ জৰিয়তে অসম মাতৃক বলৎকাৰ কৰিছে চৰকাৰে।
👉এই আন্দোলন আগন্তুক দিনত আৰু তীব্রতৰ হোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তিয়ে।

মৈৰাবাৰীত কেইবা শতাধিক ছাত্ৰ মুক্তিৰ কৰ্মকৰ্তাই একেলগে প্ৰতিবাদ কৰে।

Our CM Dr. Himanta Biswa Sarma says we don't know who  Shah Rukh Khan and his family members hug Shah Rukh Khan and take...
06/03/2024

Our CM Dr. Himanta Biswa Sarma says we don't know who Shah Rukh Khan and his family members hug Shah Rukh Khan and take photos 🤸🙈😁 wow Mama wow 😲😳

21/02/2024

যোৰহাট এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এখনি লোন মেলা । উক্ত লোন মেলা ইউনিয়ন বেঙ্ক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ২২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰলৈ এখনি লোন মেলা আয়োজন কৰা হৈছে । এই সন্দৰ্ভত যোৰহাট প্ৰেছ ক্লাবত এখনি সংবাদ মেল আয়োজন কৰা হয় ।

23/01/2024

অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ভেট দিছে হিমন্ত বিশ্ব শৰ্মাক ভেট দিয়া নাই হিমন্ত বিশ্ব শৰ্মায় সাগৰৰ পাৰত সৰ্বানন্দ সোণোৱালক বান্ধি মুখ্যমন্ত্ৰী হৈছে বুলি আজি ভাৰত জোঢ়ো ন্যায় যাত্ৰাত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা ।

The fact will be written in golden letters in the pages of history that the Babri Masjid was destroyed and the Ram Templ...
22/01/2024

The fact will be written in golden letters in the pages of history that the Babri Masjid was destroyed and the Ram Temple was built today.
We will also tell our next generation that the Babri Masjid has been demolished and the Ram Temple has been built in its place.
Dear Babri Masjid I will remain in our hearts till the Day of Resurrection.❤️
Dear Babri Mosque will be seen on the Day of Judgment.😭

Black day⬛ for Indian Democracy🇮🇳

According to Junaid Hussain Tapadar

22/01/2024

্যায় যাত্ৰাৰ মাজতেই ভূপেন বৰাৰ নাক ভঙাৰ দৃশ্য সম্পূৰ্ণ দৃশ্য বন্দী কেমেৰাত । এই উদণ্ড যুৱক জনক চিনি পাইনে ?






Hojai Assam News Live

Address

Time's Hojai
Hojai
TIME'SHOJAI

Telephone

+916901567903

Website

Alerts

Be the first to know and let us send you an email when Hojai Assam News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hojai Assam News Live:

Videos

Share