ASSAM TIME 24

ASSAM TIME 24 সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত
(3)

আমি নিৰ্বাচিত কৰো মূখ্য মন্ত্ৰী ৰাইজৰ সেৱা কৰাৰ কাৰণেই আৰু তেওঁলোকে নিজৰ কাৰণেই ধন গোটাবলৈ ব্যস্ত হৈ গল.
31/12/2024

আমি নিৰ্বাচিত কৰো মূখ্য মন্ত্ৰী ৰাইজৰ সেৱা কৰাৰ কাৰণেই
আৰু তেওঁলোকে নিজৰ কাৰণেই ধন গোটাবলৈ ব্যস্ত হৈ গল.

27/12/2024

I gained 424 followers, created 326 posts and received 2,836 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

 📌প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান📌দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ
26/12/2024


📌প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান
📌দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ


25/12/2024

কালি কলগাছিয়াৰ ৰাইজৰ মৰমত হাবুডুবু খালোঁ: Akhil Gogoi

24/12/2024

আজি নলবাৰী জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত সংবিধান প্ৰণেতা "বাবাচাহেব ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰা" অনুষ্ঠিত হয়।

23/12/2024

মূখ্যমন্ত্ৰীৰ কবিতা আবৃত্তি

22/12/2024

আৰবিয়ান দেশ কুইটত Narendra Modi ৰ বিহু অনুষ্ঠান

21/12/2024

বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ চৰকাৰৰ বিৰুদ্ধে।


Aminul Islam Ashraful Hussain Aminul Islam ibn M***i Khairul Islam

21/12/2024

প্ৰতিবাদত মৃত্যু হোৱা মৃদুল ইছলামৰ পৰিয়াললৈ ৰাহুল গান্ধীৰ ফোন। মৃদুল ইছলামৰ পৰিয়ালৰ দায়িত্ব ল'ব ৰাহুল গান্ধীয়ে।

21/12/2024

আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভানেত্ৰী প্ৰনতী ফুকন ডাঙৰীয়ানী আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী Mira Borthakur Goswami ডাঙৰীয়ানীৰ সংবাদমেল সম্বোধন ।

21/12/2024

নলবাৰীত Indian National Congress - Assam ৰ প্ৰতিবাদ

19/12/2024

ইয়াতকৈ নিৰ্মম আৰু নিন্দনীয় ঘটনা অসমত ঘটা নাই। ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোতে পুলিচে অত্যাচাৰ কৰি আন্দোলনকাৰীক হত্যা কৰাৰ ঘটনা বোধহয় এয়ে প্ৰথম। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজক আৰু পুলিচৰ ওপৰত ব্যৱস্থা লওক। কংগ্ৰেছ দলৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আক্ৰমণ কৰি এজন প্ৰতিবাদকাৰীক পুলিচে হত্যা কৰাৰ বিৰুদ্ধে Akhil Gogoi ৰ প্ৰতিক্ৰিয়া:

18/12/2024

'এক দেশ এক নিৰ্বাচন' বিধেয়কক লৈ সদন কঁপালে গৌৰৱ গগৈয়ে। বিধেয়কখনক লৈ অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ যুক্তি তৰ্ক। 'এক দেশ এক নিৰ্বাচন' বিধেয়কৰ বিৰোধিতাৰে সাংবিধানিক যুক্তি দাঙি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে।

16/12/2024

এবছৰ-দুবছৰ ব্যৱধানত বাৰে বাৰে নিৰ্বাচন হৈ থকাৰ ফলত উন্নয়নৰ গতি স্তিমিত হয়, কাৰণ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ হেতু আমি বহু বিকাশমূলক কাম কৰিবলৈ অপাৰগ হওঁ‍৷ সেয়ে মাননীয় মোদী ডাঙৰীয়াই আগবঢ়োৱা 'এক দেশ এক নিৰ্বাচন' ধাৰণাক সম্পূৰ্ণৰূপে সহমত আছে৷

লগতে এই ব্যৱস্থাৰ কংগ্ৰেছীসকলে বিৰোধিতা কৰি আছে৷ কিন্তু বিশেষকৈ ৰাষ্ট্ৰপতিৰ শাসন দি দি এনেকৈ ভিন্ন সময়ত ভিন্ন নিৰ্বাচন অনুষ্ঠিত কৰা ৰীতিটো তেওঁলোকৰেই প্ৰদত্ত৷ পূৰ্বতে স্বাধীনতা লাভৰ দোকমোকালিত একেলগে নিৰ্বাচন হোৱাৰ প্ৰথাই আছিল : Himanta Biswa Sarma

14/12/2024

সদনত কি কৈছিল ৰাহুল গান্ধীয়ে

ASSAM TIME 24 Rahul Gandhi

        ASSAM TIME 24
13/12/2024

ASSAM TIME 24

13/12/2024

ভাৰত চৰকাৰ আৰু অসম চৰকাৰ সহযোগত কি কি আঁচনি


Prag News Himanta Biswa Sarma News Live Pijush Hazarika Pratidin Time Akhil Gogoi DY365 Sarbananda Sonowal News Daily 24 BJP Assam Pradesh Hima Das

12/12/2024

কল ট্ৰেপিংক সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্য

Address

Changmaji
Hojai
782440

Alerts

Be the first to know and let us send you an email when ASSAM TIME 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM TIME 24:

Videos

Share