Axom dose

Axom dose Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom dose, Media/News Company, Hojai.

09/06/2024
28/05/2024

মজা

22/05/2024

আগতেই ফেমেলিৰ গাৰ্জেন্ট মা দেউতাই ৰাতিপুৱাই উঠি ফজৰৰ নামাজ পঢ়ি লৰা ছোৱালীক মাকে নাস্তা খোৱাই দেউতাকে হাতত ধৰি মছজিদত লৈ গৈছিল আৰু সেই মছজিদৰ ইমান ছাহাবে সুন্দৰ কৈ ইছলামিক শিক্ষা দিছিল। বত্তৰ্মানে আমাৰ ফেমেলিৰ গাৰ্জেন্ট বেছিভাগেই ৰাতিপুৱাই সাতটা মান বজাত টোপনিৰ পৰা উঠি লৰা ছোৱালীক মৰমতেই ভাত কেইটা খোৱাই স্কুলৰ গাড়ীত উঠাই দি চিদা বজাৰত গৈ হোটেলত বহি মানুহৰ আগত কব মোৰ লৰা ছোৱালী স্কুলৰ গাড়ীত দি আহিছো। মুক্তবৰ শিক্ষা লৰা ছোৱালীক মছজিদত নি দিয়াৰ কাৰণেই মুছলমান লৰা বিলাকৰ চুলি কটাৰ ইষ্টাইল দেখিলেই মনত এনেকুৱাই লাগে আমি ইছলাম ধৰ্ম্মৰ মানুহেই আমেৰিকাৰ কোনো বা ঠাইত বস বাস কৰি আছো। আল্লাহ তালাই আমালোকক বোজাৰ তৌফিক দিয়ক আমিন।

20/05/2024

#ডবকা ভেলৌগুৰি নেপালিখুটি এম,ই স্কুলৰ কিশোৰ ছাত্ৰ জন নিখোজক হৈ আছে।
নিখোজ ছাত্ৰ গৰাকীৰ নাম দিলদাৰ হুছেইন, শনিবাৰে পুৱাৰ ভাগত ভেলৌগুৰি এম স্কুলত যোৱাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ আছে। যদি কোনোশ লোকে কিশোৰ ছাত্ৰ জনৰ সম্ভেদ পালে ডবকা আৰক্ষী থানা বা 8638677853/7637838681 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে৷

03/05/2024

Mashallah

21/04/2024

Hostel Mane moja
#ডবকা

15/04/2024

বাল লাগিছে?

05/04/2024

Ya Allah 😭😭😭

29/03/2024

Mashallah একটা share কৰবেন বন্ধুৰা

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Axom dose posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Hojai

Show All