NE Talks

NE Talks সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত we have been able to establish ourselves as a reliable news portal since March 2023.

NE Talks is fully dedicated Digital News Media, from Northeast India, ushering a revolution in terms of news collection.We are almost two month old in the world of digital media and entertainment. We strive to bring unbiased facts and quality and creative content to the ever-growing digital audience. We believe in disciplined journalism and have engaged professionals with years of experience in Digital Media.

04/06/2024

কোন জয়ী হ'ব,কোনে চৰকাৰ গঠন কৰিব?কি ক'লে প্ৰাৰ্থীসকলে

🔴মিছা প্ৰমাণিত হ'ব নেকি EXIT POLL
04/06/2024

🔴মিছা প্ৰমাণিত হ'ব নেকি EXIT POLL

04/06/2024

মিছা প্ৰমাণি হ'ব নেকি EXIT POLL !সলনি হৈ পৰিছে প্ৰেক্ষাপট!

04/06/2024

পৰাস্ত হ'ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী?বাৰাণসীত পিছ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।নৰেন্দ্ৰ মোদীক পিছ পেলালে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে

04/06/2024

যোৰহাট লোকসভা সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি গৌৰৱ গগৈৰ অসমৰ কোনটো সমষ্টিত কোন প্ৰাৰ্থী আগবাঢ়িছে?১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলৰ ১৪টা BIG UPDATE

04/06/2024

আৰম্ভ হৈ গ'ল ভোটগণনা।সকলোকে আচৰিত কৰি আগবাঢ়িছে INDIA এলায়েন্স

04/06/2024

কেন্দ্ৰত কোনে গঠন কৰিব চৰকাৰ?কাউণ্ট-ডাউন আৰম্ভ।আজি ঘোষণা হ'ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল।কাৰ পক্ষত জনতাৰ ৰায়দান?কমেণ্টবক্সত জনাওক আপোনাৰ মতামত।

03/06/2024

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাৰি অ'ৰেঞ্জ এলাৰ্ট আৰু YELLOW এলাৰ্ট।সাৱধান হওক,৭জুন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা-বৰষুণ

03/06/2024

আজিৰেপৰা বৃদ্ধি পালে টোলটেক্স।এতিয়াৰে পৰা টোলগে'টত কিমান টকাকৈ দিব লাগিব টোল টেক্স?

03/06/2024

সাৱধান হওক,৭জুন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা-বৰষুণ।আগন্তুক ৫দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। জাৰি অ'ৰেঞ্জ এলাৰ্ট আৰু YELLOW এলাৰ্ট।ক'ত ক'ত হ'ব প্ৰচণ্ড ধুমুহা-বৰষুণ ?

03/06/2024

৪০০পাৰ হ'বনে বিজেপিৰ?২৯৫পাৰ হ'বনে INDIA এলায়েন্সৰ?কেন্দ্ৰত কোনে গঠন কৰিব চৰকাৰ?কাউণ্ট-ডাউন আৰম্ভ আৰু কেইটামান মুহূৰ্ত।কমেণ্টবক্সত জনাওক আপোনাৰ মতামত।জনতাৰ EXIT POLL

03/06/2024

এইয়া EXIT POLLনহয়,এইয়া মোদী প'ল।EXIT POLLৰ ভয়ংকৰ তথ্য ফাদিল কৰিলে আম আদমী পাৰ্টিয়ে

03/06/2024

ফলাফলৰ ঘোষণাৰ পুৰ্বে সজাই পৰাই তোলা হৈছে ধুবুৰীৰ ৰাজীৱ ভৱন।

03/06/2024

কাইলৈৰ পৰা সলনি হ'ব নেকি ৰাজ্যৰ ৰাজনীতি।কোনে দখল কৰিব কিমান খন আসন?

03/06/2024

এইবাৰ নিৰ্বাচনত ৬৪,২কোটি লোকে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ।এয়া বিশ্বৰ যিকোনো দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান।ভোটগণনাৰ পূৰ্বে সংবাদমেল দেশৰ নিৰ্বাচন আয়োগৰ

03/06/2024

বিজেপিয়ে অসমত কোনোপধ্যে ডাবল ডিজিট নাপায়।যোৰহাটত পৰাস্ত হ'বই তপন কুমাৰ গগৈ।EXIT POLLৰ পূৰ্বানুমানক নস্যাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

03/06/2024

যোৰহাট লোকসভা সমষ্টিত কোন জিকিব গৌৰৱ গগৈ নে তপন কুমাৰ গগৈ?EXIT POLLমতে গৌৰৱ গগৈ হাৰিব!আৰম্ভ কাউণ্ট-ডাউন।কমেণ্টবক্সত জনাওক আপোনাৰ মতামত

03/06/2024

এয়া কি বুলি কব ?উন্নয়ন নে পৰিৱৰ্তন নে অন্য কিবা ?

03/06/2024

জনতাৰ মূৰত ৰামটাঙোন শোধালে মোদী চৰকাৰে।আজিৰেপৰা বৃদ্ধি পালে টোলটেক্স।এতিয়াৰে পৰা টোলগে'টত কিমান টকাকৈ দিব লাগিব টোল টেক্স?

03/06/2024

ৰাজ্যবাসীৰ বাবে ভাল খবৰ।অসমত স্থাপন হ'ব IIM

03/06/2024

"এয়া EXIT POLL নহয়,এয়া মোদী মিডিয়া POLL'।EXIT POLL নস্যাৎৰাহুল গান্ধীৰ

02/06/2024

২০২৬ত নহয়,২০৩৬ চনতহে কংগ্ৰেছৰ চৰকাৰ হ'ব।গৌৰৱ গগৈ হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি

02/06/2024

ৰাজ্যবাসীৰ বাবে ভাল খবৰ।অসমত স্থাপন হব IIM

02/06/2024

"এয়া EXIT POLL নহয়''এয়া মোদী মিডিয়া POLL'
EXIT POLL নস্যাৎ ৰাহুল গান্ধীৰ

02/06/2024

অসমতো ইমান জঘন্য মানুহ থাকিব পাৰেনে?প্ৰথমে ডিঙি কাটি হ ত্যা
তাৰপিছত দুৰ্বৃত্তই জ্বলাই দিলে জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক

02/06/2024

"এয়া EXIT POLL নহয়''এয়া মোদী মিডিয়া POLL'

02/06/2024

' প্ৰকাশ পোৱা EXIT POLL মিছা'!'আসন আছে ২৫ খন EXIT POLL য়ে দিছে ৩৩ খন'!ভোট গণনাত বিৰোধীক শেষৰ সময়লৈ থকাৰ আহ্বান কেজৰিৱালৰ

02/06/2024

ঢকুৱাখনাৰ বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈক অতি নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ

02/06/2024

EXIT POLL কেতিয়াও সত্য নহয় এই EXIT POLL ভুল! সৰ্বভাৰতীয় ক্ষেত্ৰত বিজেপিয়ে পাব ২৭০ খনৰ পৰা ২৮০ খন আখন।মন্তব্য বিধায়ক অখিল গগৈৰ

02/06/2024

পুনৰ কাৰাগাৰলৈ কেজৰিৱাল! কেজৰিৱালৰ বাসগৃত আৱেগিক পৰিৱেশ!

Address

Ajanta Path, Bylane/K K Path, House No 6, Survey Beltola
Guwahati
781028

Telephone

+916002211612

Website

Alerts

Be the first to know and let us send you an email when NE Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Talks:

Videos

Share


Other News & Media Websites in Guwahati

Show All