Pratyahban

Pratyahban Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pratyahban, News & Media Website, Lamb Road, Guwahati.

প্ৰতিজন অসমীয়াই অসমখনক অত্যন্ত ভাল পায়। প্ৰত্যেকেই নিজৰ-নিজৰ সামৰ্থ্যৰ ভিতৰত অসমৰ বাবে কিবা এটা কৰিব বিচাৰে। অসমৰ বাবে বৰ্তমানৰ ইণ্টাৰনেটৰ জগতখনত ব'হুতো কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই কথা সেয়েহে ব'হুতো অসমীয়াৰ মনলৈ একেসময়তে আহিছে। তেনেকৈ ভাবি থকা আমি কিছু মানুহে অসমখনৰ বাবে কিবা এটা কৰাৰ প্ৰয়াসেৰে 'প্ৰত্যাহ্বান' ৰ কাম হাতত ললোঁ। প্ৰত্যাহ্বান প্ৰকাশনৰ হৈ ৰাজীৱ ভট্টাচাৰ্য্যক সম্পাদকৰ দায়িত্ব আৰু দেৱজীত চৌধুৰীক প্ৰযুক্তি বিভাগৰ মুৰব্বীৰ দায়িত্ব অৰ্পণ কৰা হয়। আগলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হ'ব।

Address

Lamb Road
Guwahati
781001

Opening Hours

Monday 9:30am - 6pm
Wednesday 9:30am - 6:30pm
Thursday 9:30am - 6:30pm

Alerts

Be the first to know and let us send you an email when Pratyahban posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share


Other News & Media Websites in Guwahati

Show All