Naba Axom

Naba Axom আপোনালোকৰ মাজত প্ৰতিদিনে নতুন নতুন খবৰৰ সৈতে .... নৱ অসম

04/05/2024

NOTAত ভোট দিয়াসকল ন'ট'ৰিয়াছ : বিধায়ক অতুল বৰা

ঘৰখন ভঙায়ে হওঁক সুখৰ হিচাবটো অতি মূল্যৱানযি অৰ্থ সম্পদত বিচাৰি পোৱা নাযায়
29/06/2023

ঘৰখন ভঙায়ে হওঁক
সুখৰ হিচাবটো অতি মূল্যৱান
যি অৰ্থ সম্পদত বিচাৰি পোৱা নাযায়

Holi is the day to forgive and forget, renew relationships and friendships. Let's all celebrate it together with love an...
07/03/2023

Holi is the day to forgive and forget, renew relationships and friendships. Let's all celebrate it together with love and happiness

ফটোৱে কথা কয়, স্মৃতিবোৰ সোঁৱৰাই।  অসমীয়া "ভোগালী" আৰু মৰমৰ "মাঁ"  💕  ©️ Bhargab Thakuria.
15/01/2023

ফটোৱে কথা কয়, স্মৃতিবোৰ সোঁৱৰাই। অসমীয়া "ভোগালী" আৰু মৰমৰ "মাঁ" 💕


©️ Bhargab Thakuria.

আপোনাৰ ভৱিষ্যত আপোনাৰ অতীততকৈ 🖤 ভাল হ'ব
30/12/2022

আপোনাৰ ভৱিষ্যত আপোনাৰ অতীততকৈ 🖤 ভাল হ'ব

অক্টোপাছ 🐙 পৃথিৱীৰ আটাইতকৈ বলিদান দিয়া মাতৃমহিলা অক্টোপাছ  হৈছে পৃথিৱীৰ আটাইতকৈ ত্যাগী মাতৃ।কিয়নো একেসময়তে প্ৰায় 50 ...
24/12/2022

অক্টোপাছ 🐙 পৃথিৱীৰ আটাইতকৈ বলিদান দিয়া মাতৃ
মহিলা অক্টোপাছ হৈছে পৃথিৱীৰ আটাইতকৈ ত্যাগী মাতৃ।

কিয়নো একেসময়তে প্ৰায় 50 হাজাৰ কণী দিয়াৰ পিছত, তাই সেইবোৰ একেৰাহে 6 মাহলৈকে ৰক্ষা কৰে।

সেই সময়ছোৱাত, মাতৃয়ে কণীবোৰ ৰক্ষা কৰা আৰু সেই সময়ছোৱাত তেওঁৰ চাৰিওফালে ঘূৰি নাযাবলৈ লক্ষ্য ৰেখাৰ সৈতে কোনো খাদ্য খোৱাৰ পৰা বিৰত থাকে।

6 মাহৰ পিছত, কণী বোৰ পোৱালি ওলায় আৰু মাতৃৰ অনাহাৰত মৃত্যু হয়।। সেইকাৰণে মাইকী অক্টোপাছক আটাইতকৈ বলিদান দিয়া মাতৃ বুলি কোৱা হয়।

12/12/2022

বিদ্যালয় সপ্তাহৰ ভেশচন প্ৰতিযোগিতাত আইতাৰ বেশত এজনী ছোৱালী । ছোৱালী জনীৰ অভিনয়ে আপোনাক মোহিত কৰিব ।

08/10/2022

নাৰী এ পথেৰে স্কুটী চলাই গলে পুৰুষ কি হাতীও চাইদ হৈ যায় ...! 🤪🤪👇

কাৰোবাক l LOVe YOU বুলি কৈ দিয়াতো সহজ কিন্তু সেই শব্দ কেইটাৰ ওজন গোটেই জীৱন কঢ়িয়াই লৈ ফুৰাটোৰ নামহে প্ৰেম, কিছুমান কাহা...
06/10/2022

কাৰোবাক l LOVe YOU বুলি কৈ দিয়াতো সহজ কিন্তু সেই শব্দ কেইটাৰ ওজন গোটেই জীৱন কঢ়িয়াই লৈ ফুৰাটোৰ নামহে প্ৰেম, কিছুমান কাহানী এনেকুৱাও হয় ৷৷৷৷ ❤
( পূজাৰ এখন ভাল লগা ছবি )

18/09/2022

যোগ্যতাৰ বলত চাকৰি পাইছে বুলি বাতৰি দিয়ক। "দুখীয়া ল'ৰাই চাকৰি পাইছে" এইবোৰ কেনেধৰণৰ বাতৰি 🤔 এয়া চাকৰিহে, অৰুণোদয় নহয় যে ধনী-দুখীয়া চাই দিব।

❤️ সপোন❣️তই ৰাতিপুৱা মোক উঠাই দিবি সোনকালে, একেলগে উঠিম, তই চোতালখন সাৰিবি , মই চাহ বনাম , তই  ৰাতি বনাইথোৱা পুৰিকেইখনৰে...
07/09/2022

❤️ সপোন❣️

তই ৰাতিপুৱা মোক উঠাই দিবি সোনকালে, একেলগে উঠিম, তই চোতালখন সাৰিবি , মই চাহ বনাম , তই ৰাতি বনাইথোৱা পুৰিকেইখনৰে দুইটাই একেলগে চাহ খাম ৷
মই দামী বিস্কুট - মিঠাই আনিব নোৱাৰিম সদায়, কিন্তু তোৰ পুৰি কেইখনৰ আশাত লাগতিয়াল বস্তু কেইটা আনিমেই,
তই গা ধুই ধূপ লগাবি , বিচনাখন মই এ পাৰিম , তাৰ পাছত বাৰিখন অলপ চকু ফুৰাম , ক’ত জেউৰাখন ভাগিছে তাত তাপলি মাৰিম, ক’ত জলকীয়া পুলিতো হাউলি গৈছে তাক চাই ঠেকা দিম ,
তোৰ ভাত বনোৱা হ’লে মাতি দিবি , মই গা তো ধুই আহিম , কি আপত্তি আছে , কি শেষ হৈছে ভাত খাওঁতেই কবি , একেলগে ভাত খায় পাতিম সেইবোৰ, মোৰ থাকিযোৱা দালি কন বাকী ল’বি তোৰ বাতিত ,

তোক চুমা এটা দি উলাই যাম দিনতোলৈ , দুপৰীয়া ফোন এটা কৰি ভাত খাবলৈ মনত পেলাই দিবি , মইও তোক খাবলৈ যোৰ কৰি কম ফোনতে ৷

সন্ধিয়া ছাগলী জনী বান্ধিবি , মই লাগতিয়াল বস্তু কেইটা ৰ লগতে তই ভাল পোৱা কেচাচানা টোপোলাতো লৈ উভতিম ৷
সৰু মানুহ সৰু সপোন, বিলাসিতা নাপাবি কিন্তু মৰমবোৰ নিৰ্ভেজাল এ পাবি ৷ ৷❤️

© ঈশান

হয় , মই কালি খুব জোৰেৰে বাইক চলাইছিলো । তাকে লৈ নো  মানুহবোৰৰ  সমালোচনা কৰাৰ কি দৰকাৰ ? অলপ স্ফূৰ্তি ত Accel.. পকাই পালো...
31/08/2022

হয় , মই কালি খুব জোৰেৰে বাইক চলাইছিলো । তাকে লৈ নো মানুহবোৰৰ সমালোচনা কৰাৰ কি দৰকাৰ ? অলপ স্ফূৰ্তি ত Accel.. পকাই পালো , ইমান emergency ও নাছিল অৱশ্যে ।॥মন যায় কেতিয়াবা.. ...

ৰাতি পুৱাবৰ হৈছে ... আমাৰ ঘৰত বহুকেইজন মানুহে কথা পাতি থকা শুনিছো ... মনতে ভাবিছো .... কিবা সভা হৈছে নেকি !! লাহে লাহে দেখিছো চোতালত বহুত মানুহ গোট খাইছে !! " মা " মা বুলি চিঞৰিছো ...
কাৰো উত্তৰ নাই ....

কি হৈছে আজি ?? চোতালত মানুহবোৰ গোট খোৱা দেখি মইয়ো গলো ... " মা দেউতা চোতালতে বহি আছে , লগত খুৰা , বাইদেউ আৰু ঘৰৰ কাষৰে খুৰীহত " ! সকলোৰে চকুত চকুপানী .... সন্মুখত দেখো বগা কাপোৰেৰে ঢাকি ৰখা এটা নিঠৰ মৃতদেহ !!! মা দেউতা বুলি মই চিঞৰি চিঞৰি সুধো... কি হৈছে , কোন ঢুকালে !! কাৰো উত্তৰ নাই .

ময়ো একো বুজি পোৱা নাই কি হৈছে ??? অলপ সাহস গোটাই বগা কাপোৰেৰে ঢাকি ৰখা মৃতদেহটো চাব চেষ্টা কৰিলো ..... কাপোৰখন টানি ... মই থৰ লাগিলো ! সপোন নে বাস্তৱ !! এইয়াটো মইয়ে ......!!!!!

: ✍️দেৱাংগ সোনোৱাল

বিপদত আছোঁ 😢
29/08/2022

বিপদত আছোঁ 😢

A year changes a lot.🍂© Subhashish gosh
27/08/2022

A year changes a lot.🍂

© Subhashish gosh

মা আগমনৰ বার্তা।। ❤✨
26/08/2022

মা আগমনৰ বার্তা।। ❤✨

Good morning এয়া আমাৰ ভাৰত 🧡🤍💚।যাৰ পতাকাও আমাৰ পৰিৱেশত জিলিকি আছে। 🇮🇳🇮🇳🇮🇳
15/08/2022

Good morning
এয়া আমাৰ ভাৰত 🧡🤍💚।
যাৰ পতাকাও আমাৰ পৰিৱেশত জিলিকি আছে। 🇮🇳🇮🇳🇮🇳


 ||লাভলীনাৰ Divorce কলৈ ৰাজহুৱা বিতৰ্ক নকৰিবলৈ Facebook ত নীতিশিক্ষা দিয়া বহু শিক্ষিত লোকে কিন্তু আজি নিতুমণি শইকীয়াৰ Di...
30/07/2022


||লাভলীনাৰ Divorce কলৈ ৰাজহুৱা বিতৰ্ক নকৰিবলৈ Facebook ত নীতিশিক্ষা দিয়া বহু শিক্ষিত লোকে কিন্তু আজি নিতুমণি শইকীয়াৰ Divorceক লৈ সৰৱ......!!

প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ তিনিটাকৈ ফ্লেট, বিলাসী গাড়ী, অসম চৰকাৰৰ হাউচিং কলনীটো এটা ফ্লেটক লৈ যদিহে কাৰোবাৰ সন্দেহ আছে নিশ্চয় তদন্ত কৰক কিন্তু কেৱল একপক্ষৰ কথা শুনিয়েই ব্যক্তিগত জীৱনৰ বিষয়টোক লৈ নিকৃষ্ট মন্তব্য কৰাটো অমূলক। সকলোৱে এইটো জনাটো প্ৰয়োজন যে বৰ্তমানলৈকে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই আইনী প্ৰক্ৰিয়া চলিহে আছে। সংসাৰ খন ভাঙিবলৈ আপোনালোকেই আগভাগ নলব পাৰিলে যোৰা দিয়া হে চেষ্টা কৰক ।

বহুতো শিক্ষিত লোকেই বিষয়টো এনেকৈও আলোচনা কৰিছে যেন পৃথিৱীত পোন প্ৰথম বাৰৰ বাবে কেৱল নিতুমনি শইকীয়াৰহে বিবাহ বিচ্ছেদ হ'বলৈ ওলাইছে....!!

ব্যক্তিগত জীৱনৰ বিষয়টোৰ সৈতে তেওঁ কোনো সময়ত চৰকাৰ বিৰোধী সংবাদ পৰিবেশন নকৰা বিষয়টোৰ সৈতে একাকাৰ নকৰিব...!!

বিভিন্ন সময়ত শাসক পক্ষৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ নকৰাটো বহুতেই তেখেতক দোষাৰোপ কৰিছে সেই সকলে জনাটো দৰকাৰ যে নিতুমনি শইকীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হে স্বত্বাধিকাৰী নহয় ।

আপুনি যিয়েই বুলিয়েই নকওঁক কিয় নিতুমনি শইকীয়া এজন ভাল তাৰ্কিক সাংবাদিক | অসমৰ ৰাইজৰ মাজত এক অনন্য স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ সংবাদ জগতত তেওঁৰ এক সুকীয়া স্থান আছে ভৱিষ্যতেও থাকিব।

©মূল পোষ্ট 👉 লু-চ্যুন শ্যাম গোহাঁই ।

30/07/2022
29/07/2022

Short birthday wishes for friend,Unique birthday wishes for friends,Birthday wishes for best friend girl, best birthday wishes in Assamese, Assamese,

Traffic discipline in Mizoram 👏 Photo credit: the guwahati times
29/07/2022

Traffic discipline in Mizoram 👏

Photo credit: the guwahati times

26/07/2022

পৃথিবীৰ সকলোতকৈ এক্সপেন্চিভ কমপ্লিমেন্ট হৈছে,
কোনোবাই যেতিয়া কয় “ মই তোমাৰ দেউতাক জানো। তেওঁ ভাল মানুহ ”✨🌸

সকলোৱে happy নে ? 😁
24/07/2022

সকলোৱে happy নে ? 😁

নিজৰ কি কথা আনৰ আগত কব নালাগে ?
24/07/2022

নিজৰ কি কথা আনৰ আগত কব নালাগে ?

নিজৰ কি কথা আনৰ আগত কব নালাগে ? , নিজৰ কথা , ভাল জীৱন কেনেকৈ পাব পৰি ? জীৱনৰ ভাল কথা ,SJ24.in,socialjourney24 ,nijor ki kotha anor agot kobo nalage ?

,,,কথাটো 🖤....
23/07/2022

,,,কথাটো 🖤....


যিখন অসমীয়া চবিয়ে আপোনাক কন্দোৱাইছিল💔
21/07/2022

যিখন অসমীয়া চবিয়ে আপোনাক কন্দোৱাইছিল💔

আজিকালি মন কৰিবলগীয়া কথাটো হ'ল যে মানুহৰ প্ৰেমৰ সম্পৰ্ক বোৰ বৰ বেছি দিন নিতিকে। বহুত কম সংখ্যকৰহে বিবাহ দিনটোলৈ ৰৈ যায়...
18/07/2022

আজিকালি মন কৰিবলগীয়া কথাটো হ'ল যে মানুহৰ প্ৰেমৰ সম্পৰ্ক বোৰ বৰ বেছি দিন নিতিকে। বহুত কম সংখ্যকৰহে বিবাহ দিনটোলৈ ৰৈ যায়।
কাৰণ বোৰ কি বাৰু!!!!!

* Option: দিম্পুই ও কৈছে ছেকেণ্ড অপচন থাকিব লাগে হেনো। কিন্তু আগৰ দিনৰ মানুহৰ হাতত ফোন নাছিল,সেইবাবেই নেকি তেওঁলোকৰ হাতত অপচনো নাছিল।গতিকে তেওঁলোকে এৰা ধৰা কৰিছিল, বুজাবুজি কৰিছিল। যাৰফলত সম্পৰ্কত ফাট মেলা নাছিল। কিন্তু আজিকালি মানুহৰ হাতত ঢেৰ অপচন,কোনো adjust নকৰে।

*Ego: তেওঁ যদি জুই,আপুনি পানী হব লাগিব।কিন্তু আজিকালি কোনো অলপো সৰু নহয়।তেওঁ মুখ বন্ধ কৰিলেই যেন বহু তল পৰি যাব। সম্পৰ্কটোতকৈ বেছি প্ৰাধান্য দিয়ে নিজৰ ego ক।

*Efforts: অভাৱ ঘটিছে এইটোৰ। "বাদ দে, যায় যদি যাব দে",এনেকুৱা নহয় কথাবোৰ। এবাৰটো তেওঁক মৰমত কৈ চাওক ,কিজানি তেওঁ আপোনাৰ মৰম পাবলৈয়ে যোৱাৰ অভিনয় কৰিছে কিন্তু আপুনি টো তেওঁক সঁচাকৈ দূৰলৈ পঠালে।

*Misunderstanding: কিমান বুজি পায় তেওঁক? হয়টো অলপ কমকৈ বুজিছে।কথা পাতক মুকলিকৈ।ভুল বুজি কথা নপতাকৈ এৰি নাহিব,বুজি লওক।কিজানি ভুল বোৰ ঠিক হয়ে।

*Multiple Relationships: বনাই লোৱা দাদা আৰু ভন্টি মেইন।

*Difference between attraction or love: মানুহে নুবুজে ভাল লগা আৰু ভাল পোৱা। ভাল লগা জন কেইদিনমান পিছত বেয়া লগা হব,কিন্তু ভালপোৱা কেতিয়াও শেষ হব নোৱাৰে, আজীৱন থাকিব।

*Show off: সম্পৰ্কত আহিল কি নাহিল গোটেই দুনিয়াই গম পালেই।সময় লওক অলপ, বুজক তেওঁক,তেওঁ আপোনাৰ বাবে ঠিকে নে? যিদিনা বিয়া পাতে সিদিনা লিখক প্ৰেম কাহিনী,তেতিয়া বহুতে inspire হব।

মনত পৰিলে add কৰিম। আপোনালোকেও কব পাৰে, মই add কৰিম। কিজানি এইবোৰ ঠিক কৰিলে সকলোৰে সম্পৰ্ক বোৰ দীৰ্ঘদিনীয়া হয়ে বা।❤️

সংগ্ৰহ : দিক্ষিতা অগস্তি

 ⭕ অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।
02/07/2022


⭕ অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।

ফুলিব ধৰা সপোনৰ ফুলপাহি কলিতেই মৰহি গ'ল । হেৰাই গ'ল এটি উজ্জ্বল প্ৰতিভা । এইমূহুৰ্তত ক'বলৈ বা লিখিবলৈ মোৰ ভাষা নাই ।  নে...
02/07/2022

ফুলিব ধৰা সপোনৰ ফুলপাহি কলিতেই মৰহি গ'ল । হেৰাই গ'ল এটি উজ্জ্বল প্ৰতিভা । এইমূহুৰ্তত ক'বলৈ বা লিখিবলৈ মোৰ ভাষা নাই । নেদেখাজনৰ ওচৰত ইয়াকে প্ৰাৰ্থনা জনাইছোঁ ।🙏🙏🙏

জীৱনত সফলতা লাভ কৰিবলৈ এই কথা সদায় মনত ৰাখক
01/07/2022

জীৱনত সফলতা লাভ কৰিবলৈ এই কথা সদায় মনত ৰাখক

জীৱনত সফলতা কৰিবলৈ কি লাগে , জীৱনৰ সফলতা, সফল হোৱাৰ কৌশল ,সফল হোৱাৰ উপায়,জীৱন আৰু সফলতা, succes howar upay,success in Assamese,how to success,

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Naba Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Guwahati

Show All