Times24

Times24 News and Media, Follow us

22/11/2024

বনাঞ্চল ধ্বংসৰ ফলত বাঘৰ তাণ্ডৱ গাওঁৱে ভুৱে।

20/11/2024

দৰঙত বাঘৰ সন্ত্ৰাস নেমছুৰ সভাপতি বদৰুল ইছলামৰ প্ৰতিক্ৰিয়া

20/11/2024

দক্ষিণ শগুণবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত ২০২৪ বৰ্ষৰ বন্ধুত্ব দিৱস পালন।

20/11/2024

চেঁচামুখৰ ট্ৰেনজিশ্বন একডেমীত "জীৱনৰ বাবে শিক্ষা" শীৰ্ষক বক্তৃতা প্ৰদান অনুষ্ঠান সম্পন্ন---

20/11/2024

মৈৰাবাৰী ইলেভেন ষ্টাৰ ক্লাৱৰ সৌজন্যত নৈশ ক্ৰিকেট খেলৰ পূৰ্ণ প্ৰস্তুতি।

18/11/2024

বৰপেটাৰোডৰ শিমলাগুৰীত CNG KIT Point মুকলি । CNG kit point মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি মনমোহন মুৰ আৰু বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথি আৰু গ্ৰাহকসকল

18/11/2024

কচুৱাৰ লুটুমাৰীত মুছলিম ছাত্ৰ সন্থাৰ দ্বি বাৰ্ষিক অধিৱেশন ।

মদ,জুৱা,ভাং,ড্ৰাগছ,বাল্য বিবাহ আৰু
শিশু শ্ৰমিকৰ বিৰুদ্ধে আলোচনা চক্ৰ ৷

বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা নগাঁও জিলা মুছাৰ ৷

মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি গঠন।

18/11/2024

লোচনাৱৰী সমবায় সমিতিৰ এজেন্ট সন্থাৰ সভাপতিৰ বিৰুদ্ধে ধন উৎকোচ লোৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া।

18/11/2024

স্বেচ্ছাসেৱী অনুষ্ঠান আলী ফাডাৰ এণ্ড চন্স ফাউণ্ডেচনৰ প্ৰশংসনীয় প্ৰদক্ষেপ।

শীতৰ প্ৰয়োজনীয় জোতা-চেণ্ডেল বিতৰণ।

18/11/2024

বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধানত নৃত্য-গীত-বাদ্যৰ প্ৰশিক্ষণ

16/11/2024

এইজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে।
আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ গুণ্ডাগিৰি চাওক ।
আইন যদি সমান তেন্তে ডেলিভাৰী বয়ক প্ৰহাৰ কৰি মাৰি পেলোৱাৰ ভাবুকি দিয়া এইজন আৰক্ষী বিষয়াকো গ্ৰেপ্তাৰ কৰিব লাগে।

15/11/2024

গৌৰৱ গগৈয়ে কেমেৰাৰ সন্মুখত কি কলে, প্ৰকৃততে হৈছিল কি ?

13/11/2024

বিহালি নিৰ্বাচনী প্ৰচাৰত গৌৰৱ গগৈয়ে সাংবাদিকৰ সহায় বিচাৰিছে কিয় ?

আপোনাৰ জীৱনত তেনেকুৱা তাৰিখ আছে নেকি ? যিটো তাৰিখ আপুনি কেতিয়াও পাহৰিব নোৱাৰে !
12/11/2024

আপোনাৰ জীৱনত তেনেকুৱা তাৰিখ আছে নেকি ? যিটো তাৰিখ আপুনি কেতিয়াও পাহৰিব নোৱাৰে !

11/11/2024

চামগুৰিৰ কাৱৈমাৰীত পুনৰ উত্তপ্ত পৰিস্থিতি।
ন্যায় বিচাৰি কংগ্ৰেছৰ ৰেলী আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ।
ৰাজপথত চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থী মোচ্ছাবিৰ আলী আহমেদৰ প্ৰতিবাদ।
কিছুদিন পূৰ্বে প্ৰাৰ্থী গৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ তুলি প্ৰতিবাদ।

03/11/2024

মনালী দাসৰ যাদুকৰী কণ্ঠৰে এটি গীত আপোনালোকলৈ। Monali Das

02/11/2024

যাদুকৰী কণ্ঠৰে গীতটি পৰিবেশন কৰিলে ৰেজাউল হকে।

#বাংলাগীত #যাদুকৰীকণ্ঠ
#বাংলাগান

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Times24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share


Other News & Media Websites in Guwahati

Show All