আলমগঞ্জ গাওঁ পঞ্চায়তত সজাগতা সভা
গোসাইগাঁৱত তৃণমূল কংগ্ৰেছৰ মটৰছাইকেল ৰেলীঃ
অসম তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত গোসাইগাঁও মহকুমাৰ অণ্ঠাইবাৰীস্থিত ফ্লৰ মেলৰ কাষৰ পৰা মটৰছাইকেল ৰেলী উলিওৱা হয়।
উক্ত মটৰ ছাইকেল ৰেলী গোসাইগাঁৱৰ সদৰ চহৰ ,তেলিপাৰা আদি অঞ্চল পৰিভ্ৰমণ কৰি কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ পদ্মবিলস্হিত কাৰ্যালয়ত সমাপ্ত কৰে।
পিছত তৃণমূল কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত কৰে ৷
প্ৰায় দুই শতাধিক মটৰছাইকেলৰে উলিওৱা ৰেলীত বি টি চিৰ তৃণমূল কংগ্ৰেছৰ মুখ্য আহ্বায়ক লাইফুং নাৰ্জাৰী ,তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য ৰাজেন মুছাহাৰী ,কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপক দে ,নৰেন্দ্ৰ কোচ ,তৃণ মূল কংগ্ৰেছৰ নেতা দিলীপ সৰকাৰে অংশ গ্ৰহণ কৰি বিভিন্ন শ্লোগানৰে মটৰ ছাইকেল ৰেলী কৰে।
গোসাইগাঁৱৰ পৰা হাচিনা খাতুনৰ ৰিপৰ্ট প্ৰতিদিন খবৰ অসম।
উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ সুবিধাৰ্থে শনি বাৰে মণিপুৰ ভৱনত মুকলি কৰা হয় very nutri নামৰ speciality এটি product ,
মুকলি কৰে মণিপুৰৰ প্ৰখ্যাত চিকিৎসক ডা° আদিম পামেই। কেঞ্চাৰকে ধৰি শৰীৰৰ বিভিন্ন ৰোগৰ চিকিৎসা অতি কম খৰছৰ লগতে তথা অতি কম সময়ৰ ভিতৰত এই প্ৰডাক্ত ব্যৱহাৰ কৰি নিৰ্মূল হৱ বুলি জানিৱলৈ দিয়ে ড° পামেই । লগতে অৰুনাচলকে ধৰি উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰ ৰোগ নিৰাময় কৰা এই প্ৰ্দাক্তটোৰ মূল উদ্দেশ্য । কোম্পানীটোৱে কেঞ্চাৰ ৰোগ সম্পৰ্কে এক বিভিন্ন সজাগতামূলক সভাৰো আয়োজন কৰাৰ পদক্ষেপ ৰূপায়ণ কৰিৱ । আজিৰ এই অনুস্থানত অসমৰ বিশিষ্ট খেলুৱৈ বিচম সিং ৰ লগতে মোম্বাইৰ এটি সজাতি চিকিৎসকৰ দলো উপস্থিত থাকে
পৰ্বতঝোৰাৰ বগৰীবাৰীত শ শ পুৰুষ-মহিলাৰ বিজেপি দলত যোগদান।
নামঘৰীয়া, সত্ৰধাৰীয়ায়হে কু কৰ্মত লিপ্ত থকা বুলি কোৱা বিধায়ক আফতাব উদ্দিন মোল্যা এগৰাকী পায়জামা নেতা তথা কমিচন মাষ্টাৰ৷
বিজেপি নেতা ওচমান গণি৷
কেইদিলমান পুৰ্বে জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্যায় নামঘৰীয়া,সত্ৰধাৰীয়ে কুকৰ্মত লিপ্ত থকা বুলি কোৱাত ইয়কলৈ গোটেই অসমত তীব্ৰ প্ৰতিক্ৰিয়া চলি আছে৷যি কথা কোৱাৰ পাছত ক্ষমা খুজিব লগা হয় তেনে কথা কিয় কব লাগে,তেওঁ এগৰাকী পায়জামা বিধায়ক,তেওঁ কমিচন মাষ্টাৰ এনেদৰে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য ওচমান গণিয়ে৷২০২১চনৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক পদৰ বিজেপি দলৰ প্ৰতিদ্বন্দ্ব্বী প্ৰাৰ্থী ওচমান গণিয়ে লগতে প্ৰতিক্ৰিয়াত কয় যে সাংসদ বদৰুদ্দিন আজমলে মুছলমান যুৱক সকলক লৈ কৰা বেয়া মন্তব্যৰ উত্তৰ দিবলৈ গৈ বিধায়ক মোল্যায় সনাতনী নামঘাীয়া সকলক সাঙুৰী লৈ কৰা এন
ৰাউণ্ড টেবুল ইণ্ডিয়া ৰ সুন্দৰ পদক্ষেপ
পোহৰৰ উৎসৱ দিপাবলিৰ বাবে ৰাউণ্ড টেবুল ইণ্ডিয়া ৰ তৰফৰ পৰা ৰাইজক বিনামূলীয়া ২০০০ টকাৰ কুপন দি যি কোনো সামগ্ৰী কিনাৰ সুবিধা প্ৰদান কৰিছে।
প্ৰেমৰ জ্বালা বড় জ্বালা।
শুকুৰ আলী ভাই ধৰা খাইছে এবাৰ।
আবেদ আলীৰ নতুন গান কিন্ত পাইনাই এখনো।
ফুলকাটাৰী নাওখেলৰ কিছু দৃশ্য।
পৰ্বতঝোৰাৰ কাজিগাওত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন।
গৌৰীপুৰৰ মুৰীআলীঘাট 17 নং ৰাষ্ট্ৰয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
*ধুবুৰীত HELP MOTION ৰূপত এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ*।
*ধুবুৰী জিলাৰ সোনাহাটৰ এজন যুৱকে ইউটুৱৰ জৰিয়তে দুখীয়াক হেজাৰ হেজাৰ টকাৰ লগতে বিভিন্ন সা-সামগ্ৰী যোগান ধৰিছে*।
*ধুবুৰী জিলাৰ সোনাহাট(দাফাৰপুৰ)ৰ HELP MOTION ৰূপী এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস*।
*Help motion by moom নামৰ ইউটিউৱ চেনেল আৰু Help motion ফেচবুক চেনেলৰ জৰিয়তে সদায় দুখীয়া সকলৰ মুখত হাঁহি ফুটাই তুলিবলৈ সক্ষম হৈছে।*
*এই যুৱক জনৰ মহানুৱতাই এতিয়া হেজাৰ হেজাৰ দৰ্শকৰ মন জয় কৰিছে*।
*ধুবুৰী জিলাৰ বিভিন্ন পথত দেখা পোৱা যায় যুৱক জনক কিন্ত নিজৰ মুখ ৰাজহুৱা নকৰা কৈ গোপনে সহায় কৰি যায়, অতি দুখীয়া আৰু ৰাস্তাৰ দাঁতিত পৰি থকা নিৰহ ব্যাক্তি সকলক*।
*কেতিয়াবা ৰাস্তাৰ কাষত পৰি থকা দুখীয়া সকলোৰ মাজত, কেতিয়াবা ৰিক্সৱালাৰ মাজত,কেতিয়াবা বেমাৰীৰ মাজত থাকি সহায়ৰ হাত আগবঢ়াই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে এই যুৱক জন*।
*যুৱক জ
মায়েৰ গান। ভালো লাগলে জানায়বেন অনুগ্ৰহ কৰে।