Dhubri Times

Dhubri Times বাতৰি আমাৰ, বিশ্বাস আপোনাৰ।

01/10/2021

Apon Records ৰ ব্যানাৰত আহি আছে জুবিন গাৰ্গৰ নতুন গান "তোমাৰ মুকুতা হাঁহিত" ।

01/05/2021
মৃত্যু বাৰ্ষিকীত আপোনাক শ্রদ্ধাৰে সুঁৱৰিছো।
11/02/2021

মৃত্যু বাৰ্ষিকীত আপোনাক শ্রদ্ধাৰে সুঁৱৰিছো।

02/02/2021

ভিডিও সৰু, শিক্ষা বহু। ❤️❤️

শুভ জন্মদিন হিমু মামা... 🎂
01/02/2021

শুভ জন্মদিন হিমু মামা... 🎂

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ মৰণোত্তৰভাৱে 'পদ্মভূষণ' সন্মান।
25/01/2021

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ মৰণোত্তৰভাৱে 'পদ্মভূষণ' সন্মান।

A Music Publisher Label from Dhubri. Please support them.page : Apon Records
19/01/2021

A Music Publisher Label from Dhubri. Please support them.
page : Apon Records

14/01/2021

ধুবুৰী গৌৰীপুৰত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৰাজহুৱা সভা।

এটি ঘোষণা২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তলত দিয়া তাৰিখ অনুযায়ী অনুষ্ঠিত হ'ব  -...
02/01/2021

এটি ঘোষণা

২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তলত দিয়া তাৰিখ অনুযায়ী অনুষ্ঠিত হ'ব --

১) হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ১১ মে'ৰ পৰা আৰম্ভ হ'ব ৷

২) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অহা ১২ মে'ৰ পৰা আৰম্ভ হ'ব৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল যথাক্ৰমে ৭ জুলাই আৰু ৩০ জুলাইত ঘোষিত হ'ব ৷

CSC Academy, Dhubri
02/01/2021

CSC Academy, Dhubri

ড: ফাইজুদ্দিন আহমেদৰ দৰে এজন অসমীয়াৰ কৃতিত্বত আমি গৌৰাৱান্বিত ।
22/12/2020

ড: ফাইজুদ্দিন আহমেদৰ দৰে এজন অসমীয়াৰ কৃতিত্বত আমি গৌৰাৱান্বিত ।

স্কুলৰ হোষ্টেলতে সন্তান জন্ম দিলে এগৰাকী ১১ শ্রেণীৰ শিক্ষার্থী।
15/12/2020

স্কুলৰ হোষ্টেলতে সন্তান জন্ম দিলে এগৰাকী ১১ শ্রেণীৰ শিক্ষার্থী।

লকডাউনৰ সময়ত চাকৰি হেৰুওৱা ব্যক্তিসকলৰ বাবে অভিনেতা "চনু চুডে" এক ব্যতিক্ৰমী পদক্ষেপ লৈছে।Like our page : Dhub...
14/12/2020

লকডাউনৰ সময়ত চাকৰি হেৰুওৱা ব্যক্তিসকলৰ বাবে অভিনেতা "চনু চুডে" এক ব্যতিক্ৰমী পদক্ষেপ লৈছে।

Like our page : Dhubri Times
Sponsored by : Apon Records

ৰাজ্যপালে গ্ৰহণ কৰিলে UPPL-বিজেপি-গণ সুৰক্ষা পাৰ্টিৰ চৰকাৰ গঠনৰ প্ৰস্তাৱ৷
13/12/2020

ৰাজ্যপালে গ্ৰহণ কৰিলে UPPL-বিজেপি-গণ সুৰক্ষা পাৰ্টিৰ চৰকাৰ গঠনৰ প্ৰস্তাৱ৷

"মই মোৰ স্থিতিত অটল আছোঁ, বিপথে বহুলোক পৰিচালিত হৈছে। মই হোৱা নাই । 'কা' আমি নামানো" - জুবিন গাৰ্গ
13/12/2020

"মই মোৰ স্থিতিত অটল আছোঁ, বিপথে বহুলোক পৰিচালিত হৈছে। মই হোৱা নাই । 'কা' আমি নামানো" - জুবিন গাৰ্গ



যোৱা বছৰৰ এইটো সময়ৰ কথা মনত পৰিছে নে? "কা" আন্দোলনৰ সময়ত ইন্টাৰনেট সেৱা চৰকাৰৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছিল। তথাপিওঁ আ...
12/12/2020

যোৱা বছৰৰ এইটো সময়ৰ কথা মনত পৰিছে নে? "কা" আন্দোলনৰ সময়ত ইন্টাৰনেট সেৱা চৰকাৰৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছিল। তথাপিওঁ আমাৰ আন্দোলন থমকি থকা নাই।



এক মুখ্য বিকাশত, ভাৰত-বাংলাদেশ ক্ৰীষ্ট ৰে'ললাইন ৫৫ বছৰৰ পিছত পুনৰ আৰম্ভ হ'বলৈ সাজু হৈছে ।অনুগ্ৰহ কৰি আমাৰ পেজটো লাইক কৰি...
12/12/2020

এক মুখ্য বিকাশত, ভাৰত-বাংলাদেশ ক্ৰীষ্ট ৰে'ললাইন ৫৫ বছৰৰ পিছত পুনৰ আৰম্ভ হ'বলৈ সাজু হৈছে ।

অনুগ্ৰহ কৰি আমাৰ পেজটো লাইক কৰিব : Dhubri Times

Sponsored by : Apon Records, One of Assam's leading Music Labels

কৰিঅ' গ্ৰাফাৰ তথা ছবি পৰিচালক ৰেম' ডিছ'জা হৃদৰোগত আক্ৰান্ত। সম্প্ৰতি মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে ৰেম' ডিছ'...
11/12/2020

কৰিঅ' গ্ৰাফাৰ তথা ছবি পৰিচালক ৰেম' ডিছ'জা হৃদৰোগত আক্ৰান্ত। সম্প্ৰতি মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হৈ আছে ৰেম' ডিছ'জা।

Like our page : Dhubri Times

Our Media/News Channel Sponsored by "One of Assam's leading Music Labels" : Apon Records

মানৱ সেৱাই পৰম ধর্ম। ❤️
29/11/2020

মানৱ সেৱাই পৰম ধর্ম। ❤️

Northeast Frontier Railway decided to run a special train from Guwahati to   from 1st December onwards.
25/11/2020

Northeast Frontier Railway decided to run a special train from Guwahati to from 1st December onwards.

হে মহান জন নেতা, "যতে থাকক, কুশলে থাকক।"
24/11/2020

হে মহান জন নেতা, "যতে থাকক, কুশলে থাকক।"

Narendra Modi expresses grief on the demise of Tarun Gogoi, former Chief Minister of Assam
23/11/2020

Narendra Modi expresses grief on the demise of Tarun Gogoi, former Chief Minister of Assam

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।  GMCHত চিকিৎসাধীন অৱস্থাত ৫:৩৪ বজাত মৃত্যু হয় তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধি...
23/11/2020

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান। GMCHত চিকিৎসাধীন অৱস্থাত ৫:৩৪ বজাত মৃত্যু হয় তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা গগৈৰ। ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে। 😭

For IIBF exam certification, contact with Zubeen DigiCafe.
20/11/2020

For IIBF exam certification, contact with Zubeen DigiCafe.

Happy Birthday Zubeen Da!
18/11/2020

Happy Birthday Zubeen Da!

14/11/2020

Driving car on the ice...

পাকিস্তানীৰ আক্রমনত ছহিদ হ'ল অসম সন্তান বীৰ জোৱান হৰধন ৰায়।
14/11/2020

পাকিস্তানীৰ আক্রমনত ছহিদ হ'ল অসম সন্তান বীৰ জোৱান হৰধন ৰায়।

Address

Dhubri
783301

Alerts

Be the first to know and let us send you an email when Dhubri Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhubri Times:

Videos

Share


Other Media/News Companies in Dhubri

Show All