The Dhubri Times

The Dhubri Times It is a Official page of The Dhubri Times

➡️ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত পুনৰ প্ৰৱৰ্তন কৰিব চৰিত্ৰ পাঠ➡️মুখ্যমন্ত্ৰীৰ ঘোষণা...
24/09/2024

➡️ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত পুনৰ প্ৰৱৰ্তন কৰিব চৰিত্ৰ পাঠ
➡️মুখ্যমন্ত্ৰীৰ ঘোষণা...

অসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম (B. Pharm) অথবা ডি ফাৰ্ম (D Pharm) পাঠ্...
13/05/2024

অসমৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যিসকল শিক্ষাৰ্থীয়ে বি ফাৰ্ম (B. Pharm) অথবা ডি ফাৰ্ম (D Pharm) পাঠ্যক্ৰম অধ্যয়ন কৰিব বিচাৰে তেওঁলোকে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ বৰ্ষৰ বাবে এই প্ৰৱেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ আৰম্ভণি তাৰিখ ১৪মে', ২০২৪ আৰু অন্তিম তাৰিখ ২৯ মে', ২০২৪। যিসকলে এই পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইচ্ছুক তেওঁলোকে শীঘ্ৰেই ইয়াৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰক।

পৰীক্ষাৰ তাৰিখ- ২৩ জুন,২০২৪

প্র-পত্র পোৱা লিংক- www.ssuhs.in

19/08/2023

নাচনীৰ ৰূপত বঙাইগাঁওৰ শিক্ষয়িত্ৰী।

১৯-১২-২০২২ ইং তাৰিখে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ:
19/12/2022

১৯-১২-২০২২ ইং তাৰিখে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ:

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণ।
22/10/2022

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণ।

ঘোষণা হ’ল APSC-2020 বৰ্ষৰ চূড়ান্ত ফলাফল।
21/10/2022

ঘোষণা হ’ল APSC-2020 বৰ্ষৰ চূড়ান্ত ফলাফল।

কাইলৈ ঘোষণা হ'ব ASLRC ৰ চতুৰ্থ বৰ্গৰ ফলাফল।
17/10/2022

কাইলৈ ঘোষণা হ'ব ASLRC ৰ চতুৰ্থ বৰ্গৰ ফলাফল।

অপৰ্ণা নটৰাজনক ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক ৰূপে বদলি।
11/10/2022

অপৰ্ণা নটৰাজনক ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক ৰূপে বদলি।

Tapan Deka IPS, has been appointed as the Director, IB. He is the first from Assam to occupy the topmost position in 'In...
24/06/2022

Tapan Deka IPS, has been appointed as the Director, IB. He is the first from Assam to occupy the topmost position in 'Intelligence Bureau'.

ঝাৰখণ্ডৰ প্ৰাক্ৰন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু হ'ব বিজেপি মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।
21/06/2022

ঝাৰখণ্ডৰ প্ৰাক্ৰন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু হ'ব বিজেপি মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

অসম চৰকাৰৰ কোন মন্ত্ৰীৰ কি দপ্তৰ:
09/06/2022

অসম চৰকাৰৰ কোন মন্ত্ৰীৰ কি দপ্তৰ:

কত আৰু কেনেকৈ চাব পাৰিব মেট্ৰিকৰ ফলাফল-
04/06/2022

কত আৰু কেনেকৈ চাব পাৰিব মেট্ৰিকৰ ফলাফল-

21/05/2022

বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক তাৎক্ষণিকভাৱে নিলম্বন। প্ৰাথমিক তদন্তৰ পাছতে নিলম্বন বিষয়াগৰাকীক। উপ-পৰিদৰ্শকসহ কনিষ্টবল সকলোকে বদলি।

H.S. 1st Year Exam-2022 conducted by AHSEC to be held from w.e.f. 18/05/2022 to  21/05/2022 are suspended.
17/05/2022

H.S. 1st Year Exam-2022 conducted by AHSEC to be held from w.e.f. 18/05/2022 to 21/05/2022 are suspended.

Address

Dhubri
783324

Website

Alerts

Be the first to know and let us send you an email when The Dhubri Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share