North East Frontier News

North East Frontier News Voice of Mass Media
(1)

13/12/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান: ডিমৌ থানা লাইন পৌৰসভাৰ অধীনলৈ নিয়াৰ বিৰোধিতা

13/12/2025

বেলপাৰাচৰ ভূমি বিবাদক কেন্দ্ৰ কৰি তিনি ভূ-মাফিয়া আটক

12/12/2025

গোলকগঞ্জৰ জ্যেষ্ঠ সাংবাদিক শ্যামল ৰায়ৰ দেহাৱসান

12/12/2025

তামাৰহাটত দেশী জনগোষ্ঠীৰ তী*ব্ৰ প্ৰতিবাদ,ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

12/12/2025

গৌৰীপুৰত ৰেল ষ্টেচনৰ কাষত নকল সোনসহ এজন সৰবৰাহকাৰী আটক

12/12/2025

শিৱসাগৰৰ ডিমৌত ৪ খন গৰুভৰ্তি বাহন জব্দ

গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত আগমনীৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ অকাল বিয়োগ।হৃদৰোগত আক্ৰান্ত হৈ কোচবিহাৰৰ নাৰ্ছিং ...
12/12/2025

গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত আগমনীৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ অকাল বিয়োগ।হৃদৰোগত আক্ৰান্ত হৈ কোচবিহাৰৰ নাৰ্ছিং হোমত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। স্বৰ্গীয় শ্যামল চন্দ্ৰ ৰায় নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক তথা আগমনী গোলকগঞ্জ প্ৰেছ ক্লাবৰ সভাপতি আছিল।মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু একমাত্ৰ পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।

11/12/2025

মধুটিংত অসমীয়া যুৱ মঞ্চৰ শক্তিশালী শাখা সমিতি গঠন

10/12/2025

বিলাসীপাৰাত শ্বহীদ দিৱস পালন

10/12/2025

পশ্চিম গোৱালপাৰা সমজিলাত শ্বহীদ দিৱস উদযাপন।
২২ গৰাকী শ্বহীদৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা।

10/12/2025

গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ খেলপথাৰত স্বহীদ দিৱস উদযাপন

10/12/2025

গৌৰীপুৰত বিজেপি মণ্ডল কাৰ্য্যালয়ৰ চাদ ঢালাইৰ শুভ আৰম্ভণি

Address

Bilasipara Main Road
Dhubri
783348

Telephone

+917002211734

Website

Alerts

Be the first to know and let us send you an email when North East Frontier News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North East Frontier News:

Share