Assam focus

Assam focus অসমীয়া,বড়ো,নেপালী,বেংগলী,ইংৰাজী, হিন্দী আৰু চাওঁতালী ভাষাৰ প্ৰথমটো Web media ,Assam focus

17/11/2023

*ডিমাকুছিৰ শুক্লাইত সমবায় সমিতিৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি।*

17/11/2023

উৰিয়ামঘাটত আৰক্ষীৰ সজাগতা সভা সম্পন্ন।

17/11/2023

*শোণিতপুৰ জিলাৰ তেজপুৰৰ মিছন চাৰিআলিত সেনা আৰু পুলিছৰ মাৰপিটৰ ঘটনা

17/11/2023

সোণাৰি ডায়মণ্ড ক্লাৱৰ নৱনিৰ্মিত গহৰ শুভাৰম্ভ কৰে সাংসদ তপন কুমাৰ গগৈয়ে শুক্ৰবাৰে ৬'৩০বজাত

17/11/2023

গোলাঘাটৰ আদৰ্শ গমাৰি পঞ্চায়তত এনৰেগা মজুৰিৰ পৰা বঞ্চিত শ্ৰমিকঃ

17/11/2023

প্ৰতিমুহুৰ্ততে বিতৰ্কত সোমোৱা বদৰুদ্দিন আজমলক তুলা-ধুনা মন্ত্ৰী পিজুষ হাজৰিকাৰ।*

17/11/2023

হাটশিঙিমাৰীত হানিয়া এটো মোবাইলৰ শুভ উদ্বোধন

17/11/2023

গোসাঁইগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত ঘটনাস্থলীতে যুৱতী নিহত:

17/11/2023

বোকাখাতত বাইকচোৰক এনকাউন্টাৰ ঃ বোকাখাতৰ এগৰাকী শিক্ষকক গুলীয়াই বাইক কাঢি নিয়া দুৰ্বৃত্তটোক এনকাউন্টাৰ কৰে বোকাখাতৰ পুলিছে।

17/11/2023

আগন্তুক ষট পূজা উপলক্ষে ধুবুৰী পৌৰসভাৰ ১ নং ওৱাৰ্ড আয়ুক্ত উমেশ কুমাৰ ৰায়ে ষট পূজা কৰা মহিলাসকলক শাৰী বিতৰণ কৰে ।

17/11/2023

কালঝাৰ ভিছিডিছিৰ চেয়াৰমেন ইলিয়াছ আলীয়ে কৰা দুৰ্নীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

17/11/2023

গোসাঁইগাঁৱত বিজেপিৰ বিশাল জনসভাৰ প্ৰস্তুতি: উপস্থিত থাকিব অভিভাৱক মন্ত্ৰী অশোক সিংহাল

17/11/2023

গোৰেশ্বৰৰ গাছবাৰীত আৰম্ভ হ'ল সাতদিনীয়া ৫৭ সংখ্যক অখণ্ড ভাগৱত পাঠ

17/11/2023

*ধিঙৰ ভকতগাওঁ বৰভেটি তিনিয়ালীত এজন ড্ৰাগছ মাফিয়া আটক

17/11/2023

আজমলক অসমৰ পৰা গুচি যাবলৈ আহ্বান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

17/11/2023

*ওদালগুৰিৰ ঘাগ্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

17/11/2023

গোসাঁইগাঁৱৰ তেলিপাৰা মান্ডলিক কৃষি গৱেষনা কেন্দ্ৰত উৎপাদিত ধানৰ মূল্যাঙ্কন সভাঃ

17/11/2023

হাটশিঙিমাৰী বাৰ এচোছিয়েচনৰ নিৰ্বাচনত অধিবক্তা ৰেজাউল কৰিম গোটৰ বৃহৎ জয়লাভ

17/11/2023

যগদৈ ভিছিডিছিত সাংস্কৃতিক মহা সংগ্ৰাম অনুষ্ঠিত

17/11/2023

*ওদালগুৰিত হেপাটাইটিছ বি ৰ ওপৰত সজাগতা সভাৰ লগতে স্ক্ৰীনিং আৰু টিকাকৰণ অনুষ্ঠানৰ শুভাৰম্ভণি

17/11/2023

চিথিলা ভিছিডিছিত সাংস্কৃতিক মহা সংগ্ৰাম অনুষ্ঠিত

17/11/2023

গৌৰৱোজ্বল টংলা মহাবিদ্যালয়ৰ ৫৩ তম প্ৰতিষ্ঠা দিৱস পালন

17/11/2023

ফকিৰাগ্ৰামৰ চিথিলা অঞ্চলত ধাননি পথাৰত শূৰ পোকৰ তাণ্ডপ

17/11/2023

মাজবাটৰ বাহিপুখুৰী ভি চি ডি চিত বিজেপিৰ সাংগঠনিক সভাত বিধানয়ক ৰূপজ্যোতি কুৰ্মী

17/11/2023

সদৰ সোণাৰি মাজ মজিয়াত এটা ট্ৰেঞ্চফ'ৰমাৰ বিদ্যুৎৰ তাঁৰ উন্মুক্ত হৈ বিপদ সংকূল হোৱাৰ সম্ভাৱনা

17/11/2023

নলবাৰী জিলা আয়ুক্তৰ কাৰ্য্যলয়ত উখল মাখল পৰিবেশ। বিয়া বিয়া লাগিছে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰো।

17/11/2023

নগাও-ধিং গড় কাপ্তানি পথৰ ধূপগুৰীত যুৱতীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ।

17/11/2023

বিটিআৰৰ
ক্ৰীড়া দক্ষতাৰ শক্তিশালী স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে

17/11/2023

মৰিগাঁৱৰ সৰুচলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

17/11/2023

কালঝাৰ ভিছিডিছিৰ অধ্যক্ষ ইলিয়াছ আলীয়ে ৰাইজৰ পৰা উৎকোচ বিচৰাৰ অডিঅ ভাইৰেল

16/11/2023

ধুবুৰীত সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু কাৰ্যালয়ৰ শুভ উদ্বোধন।

16/11/2023

*ভেৰগাওঁ মহকুমাধিপতি কাৰ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

16/11/2023

শিশু দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ওদালগুৰি জিলাতো বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান সমূহে উলহ মালহেৰে শিশু দিৱস উৎযাপন কৰে।

16/11/2023

*দিৱালী উপলক্ষে ওদালগুৰি পৌৰসভাৰ ব্যতিক্ৰমী প্ৰয়াস।*

16/11/2023

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

16/11/2023

- কাৰ্বি আংলং জিলাৰ ১৩ নং লাংহিন এম এ চি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

16/11/2023

বৃহস্পতিবাৰে দিনৰ ১২বজাৰ পৰা ৪বজালৈ
ওদালগুৰি জিলাৰ মাজবাটৰ ৬৪ধনশ্ৰী ভিচিডিচিৰ শক্তি কেন্দ্ৰৰ অন্তৰ্গত ১নং,২নং,৩নং .৪নং আৰু ৫নং বুথত প্ৰভাৰী গুৰুজ্যোতি দাস দেৱে বুথৰ পুনৰীক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে

16/11/2023

ওদালগুৰিত বৃহস্পতিবাৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

16/11/2023

ভাৰত স্কাউট এণ্ড গাইডৰ সদস্য সকলে দুখীয়া লোকৰ মাজত বিতৰণ কৰিছে গৰম কাপোৰ

16/11/2023

আমগুৰিত সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬ সংখ্যক জয়ন্তী আৰু বঁটা প্ৰদান অনুষ্ঠান

Address

Orang
Darrang
784114

Telephone

+917002606746

Alerts

Be the first to know and let us send you an email when Assam focus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam focus:

Videos

Share

Nearby media companies


Other News & Media Websites in Darrang

Show All