News 2Assam

News 2Assam সত্যৰ সন্ধানত সকলৰ লগত। News 2Assam

24/04/2024

বঙাইগাওঁ কেন্দ্রীয় মুকলি বিহু উদযাপন সমিতিৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত আহি কি কলে অভিনেত্ৰী আঙুৰলতা ডেকাই I

24/04/2024

কেন্দ্রীয় মুকলি বিহু উদযাপন সমিতিৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত মুকলি বিহু উন্মোচন কৰে অভিনেত্ৰী আঙুৰলতা ডেকা I

24/04/2024

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ABVPৰ বিহু উদযাপন।

অসমীয়া সংস্কৃতিৰ কেন্দ্ৰবিন্দু বিহুৰ এই সময়ত আজি প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এবিভিপি গোটৰ উদ্যোগত বিহু উদযাপন কৰা হয়, য'ত বিহুৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

মহাবিদ্যালয়ৰ বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা এই বিহুৰ কাৰ্যসূচীত এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনৰ লগতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকসকলে অংশগ্ৰহণ কৰে।

23/04/2024

আজি বঙাইগাঁওত হনুমান জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা।

23/04/2024
22/04/2024

আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সংগীত অনুষ্ঠান।

22/04/2024

আজি বঙাইগাঁওত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ।
অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সংগীত অনুষ্ঠান।

22/04/2024

বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় বিষুৱা উদযাপন সমিতিৰ উদ্যোগত একাদশ বাৰ্ষিক কেন্দ্ৰীয় বিষুৱা।

21/04/2024

আজি জৈন সমাজৰ পৰা ২৬২৩ তম্ মহাবীৰ জয়ন্তী উপলক্ষে শোভাযাত্ৰা আৰু ভগৱান জন্ম কল্যাণক মহাউৎসৱ পালন কৰা হয়।

18/04/2024

মই অসমীয়া বুজি পায়ে কব নোৱাৰু।Mamta Banerjee

18/04/2024

বঙাইগাঁৱত ৰাম নৱমীৰ উপলক্ষে শিশু সকলে সাজিলে ৰাম, লক্ষ্মণ, সীতা,আৰু সেই ৰুপেই পূজা কৰা হল ৰামক ।

17/04/2024

আজি বিশ্ব হিন্দু পৰিষদৰ পৰা ৰাম নৱমি উপলক্ষে বঙাইগাঁও চহৰত পুজা অৰ্চনা আৰু বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা।

17/04/2024

আজি বঙাইগাঁওত ৰাম নৱমী উপলক্ষে পুজা অৰ্চনা আৰু ভক্ত সকলৰ সমাগম।

17/04/2024

আজি নলবাৰীত শ্ৰী নৰেন্দ্ৰ মোদী।

Address

Bongaigaon
783380

Telephone

+917002877324

Website

Alerts

Be the first to know and let us send you an email when News 2Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Bongaigaon media companies

Show All