The Bongaigaon Bulletin

The Bongaigaon Bulletin FOLLOW OUR PAGE FOR MORE UPDATES

14/10/2023

মহালয়াৰ পুণ্য তিথিত গ্ৰীণ এভেনিও হাওচিং সোসাইটিৰ উদ্যোগত মহিষাসুৰমর্দিনী অনুষ্ঠিত

13/10/2023

যোগীঘোপাত চলিছে লোণ আৰু এক্সেঞ্চচ মেলা ।

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাস্থিত এ এল. অটো এজেঞ্চীত শাৰদীয় দূৰ্গা পূজা উপলক্ষে চলিছে লোণ মেলা ।

এই লোণ মেলা পোন্ধৰ দিনলৈকে চলিব।

আজিৰে পৰা আৰম্ভ হৈছে লোণ মেলা।

যদি এ এল অটো এজেঞ্চীৰ পৰা আপুনি দুচকীয়া বাহন যেনে মটৰচাইকেল বা স্কুটী ক্ৰয় কৰে তেন্তে 5 লিটাৰ পেট্ৰোল আৰু দুটাকৈ হেলমেট ফ্ৰী দিয়াৰ লগতে আছে আৰু বহু আকৰ্ষণীয় উপহাৰ, লগতে আছে এক্সনচ অফাৰ । যদি আপুনি আপোনাৰ পুৰণা মটৰচাইকেল বিক্ৰি কৰি নতুন মটৰচাইকেল লম বুলি ভাবিছে তেন্তে সেয়া বিক্ৰী কৰাৰ প্ৰয়োজন নাই। এতিয়াই আহোক Al auto agency লৈ আপোনাৰ পুৰণা মটৰচাইকেলখন শ্বোৰুমত জমা দি নতুন মটৰ ছাইকেল লৈ যাওক । যদি নতুনকৈ মটৰচাইকেল বা স্কুটী ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আহোক চলন্তাপাৰাৰ এ এল অটো এজেঞ্চীলৈ বা যোগাযোগ কৰক 8638490859 নম্বৰত ।

08/10/2023

বঙাইগাঁও ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন উপলক্ষে আয়োজক সমিতিৰ সংবাদ মেল সম্বোধন

FEELING HUNGRY DURING PUJA SHOPPING?DON'T WORRY.MR TANDOOR IS OFFERING YOU 25% DISCOUNT ON EVERY MEAL,SO WHAT ARE YOU WA...
08/10/2023

FEELING HUNGRY DURING PUJA SHOPPING?

DON'T WORRY.

MR TANDOOR IS OFFERING YOU 25% DISCOUNT ON EVERY MEAL,SO WHAT ARE YOU WAITING FOR VISIT MR TANDOOR AND ENJOY THIS VALUABLE OFFER.

ADDRESS - CHAPAGURI ROAD, BONGAIGAON,ASSAM

PHONE - 70023 24546

05/10/2023

মমতাৰ চিঠিৰ মুক্তিৰ দিন
৬ অক্টোবৰত : আজি সন্ধিয়া বঙাইগাঁৱত প্ৰচাৰ

বহু আকাংক্ষিত
কবি হেম বৰুৱা দেৱৰ হৃদয় স্পৰ্শী কবিতা "মমতাৰ চিঠি"ৰ চলচ্চিত্ৰ খন শুভমুক্তি লাভ কৰিব অহা শুকুৰবাৰে ৷ নিৰ্মল দাসৰ পৰিচলনাৰে নিৰ্মান কৰি উলিওৱা এই চলচিত্ৰখনৰ আজি এক প্ৰচাৰ অভিযান অনুষ্ঠিত হয় বঙাইগাঁও ৰাঁধেভূ ৰেষ্টুৰেণ্টত ৷ এই অনুষ্ঠানত উপস্থিত থাকি পৰিচালক নিৰ্মল দাসে অংশগ্ৰহণ কৰি কয় যে অহা ৬ অক্টোবৰ'ত চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় চুবলৈ চিত্ৰগৃহলৈ যাব- এইয়া অসমীয়া কবিতা প্ৰেমী আৰু অসমবাসী চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক মৰম সনা আকাংক্ষিত সময়ৰ সোনালী আগমন।
এখন প্ৰেমৰ দলিল
এখন মৰম সনা গীতি কবিতাময় আবেগ সনা সচাঁ অসমীয়া চলচ্চিত্ৰ

কাব্যিক প্ৰেমৰ স্বতস্ফুৰ্ত প্ৰকাশ ৷
সুন্দৰ প্ৰতিভা সম্পন্ন যোদ্ধাৰ অক্লান্ত মনৰ হেঁ‌পাহ আৰু ৰ'দ মূখী চিন্তাই ভূমিষ্ঠ কৰা মমতাৰ চিঠি চলচ্চিত্ৰ আপোনালোকৰ মৰম বুটলিবলৈ ৬ অক্টোবৰত আপোনাৰ ওচৰৰ চলচ্চিত্ৰ গৃহলৈ ওলাই যাব-অযুত মৰমৰ আশাৰে।
এয়া প্ৰথম কবিতাৰ চলচ্চিত্ৰ ৰূপ অসমত।

25/09/2023

শালবাৰী পাইপলাইনস্থিত ইয়ংস ক্লাবৰ আগন্তুক ৰুপালী জয়ন্তী দুৰ্গা পূজা উপলক্ষে আজি সন্ধিয়া মাড়োৱাৰী প্ৰগতি ভৱনত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

22/09/2023



বৃহস্পতিবাৰে নিশা চিৰাং জিলাৰ চাপাগুৰী স্থিত হিমালয় হোটেলত উপস্থিত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে

কিয় ঘনে ঘনে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে উপস্থিতিত হয় বঙাইগাঁৱত , ইয়াক লৈ বিৰাজ কৰিছে চৰ্চা

লগতে আগন্তক নিৰ্বাচনত বঙাইগাঁৱৰ পৰা নিৰ্বাচন খেলিব নেকি বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ........... উত্তৰ দিলে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে

Arup Kumar Dey

18/09/2023

বাবুপাড়া পাম্প হাউস দূর্গা মন্দিৰ পূজা কমিটিৰ আগন্তুক দুৰ্গা পূজা উপলক্ষে আজি খুটি পূজা সম্পূৰ্ণ

16/09/2023

বঙাইগাঁও চাপাগুৰি ৰোড পাইপলাইনত YOUNG'S CLUBৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ২৫তম দুৰ্গা পূজা (ৰূপালী জয়ন্তী বৰ্ষ) উপলক্ষে চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা সন্দৰ্ভত হোটেল জাহ্নৱীত পূজা কমিটীৰ সংবাদ মেল

15/09/2023

বঙাইগাঁৱত ইলেক্ট্ৰিক স্কুটাৰ আৰু বাইকৰ শ্ব-ৰূম মূকলি ৷
বঙাইগাঁও চহৰৰ বৰপাৰাত আজি জে টু বি এন্টাপ্ৰাইজ নামৰ ইলেক্ট্ৰিকত চলা স্কুটাৰ আৰু বাইকৰ শ্ব-ৰূম মুকলি কৰে ৷ দৈনিক পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাত ক্ৰমান্নয়ে ইলেট্ৰনীক স্কুটাৰ,বাইকৰ লগতে গাড়ী মটৰৰ চাহিদা বৃদ্ধি হোৱালৈ চাই চহৰত প্ৰথম ই- বাইক ৰ লগতে স্কুটাৰৰ শ্ব- ৰূম মুকলি কৰে ৷ পূৰ্বতে চহৰত ই- স্কুাটাৰৰ শ্ব -ৰূম আছিল যদিও ই- বাইকৰ শ্ব -ৰূম নথকাত আজি চহৰৰ বৰপাৰাত এই শ্ব- ৰূম মুকলি কৰে ।

14/09/2023

বঙাইগাঁৱৰ প্ৰয়াত ছাই খেলুৱৈ তথা আৰক্ষী জোৱান দিগন্ত বৰুৱাৰ পুত্ৰক আৰ্থিক সাহাৰ্য প্ৰদান

আৰক্ষী জোৱান তথা ছাই খেলুৱৈ তাপস দাসৰ উদ্যোগত প্ৰাক্তন ছাই খেলুৱৈ সকলে মিলি মুঠ ৫১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ৷ উল্লেখ্য যে এই ধনৰাশি প্ৰয়াত দিগন্ত বৰুৱাৰ কনমানি পুত্ৰ প্ৰিয়াংশু ভৰদ্বাজৰ নামত বীমা কৰি দিয়ে ৷

08/09/2023

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ( ইংলিছ মেডিয়াম) বিদ্যালয় প্ৰাংগনত অহা ১০ ছেপ্টেম্বৰ দেওবাৰে BHSSEM-ৰ Alumni Association গঠন কৰা উদ্দেশ্যৰে এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে ।

আজি বঙাইগাঁও চহৰত এক সংবাদ মেল অনুষ্ঠিত কৰি BHSSEM-ৰ প্ৰাক্তন ছাত্ৰ সকলে অহা ১০ ছেপ্টেম্বৰ দেওবাৰে আবেলি 3:00 বজাত BHSSEM-ৰ Alumni Association গঠন কৰা লৈ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক আমন্ত্ৰণ জনাইছে

06/09/2023

উত্তৰ বঙাইগাঁও নগৰ দুৰ্গা পূজা সমিতিৰ আজি ভূমি পূজা সম্পূৰ্ণ
অল্ড কলনী ৰে'লৱে স্কুল ফিল্ডত অনুষ্ঠিত হব আগন্তুক দুৰ্গা পূজা আজিৰ এই ভূমি পূজা কাৰ্যসূচীত উত্তৰ বঙাইগাঁও নগৰ দুৰ্গা পূজা সমিতিৰ সভাপতি প্ৰদিপ ঘোষ সম্পাদক লিটন ঘোষ,১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সপন ঘোষৰ লগতে অল্ড কলোনীৰ স্থানীয় ৰাইজ উপস্থিত থাকে।

03/09/2023

উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্তশাসন পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস

উত্তৰ শালমাৰাত হ’ব কমতাপুৰ অতিথিশালা

শিক্ষিত কোচ-ৰাজবংশী নিবনুৱা যুৱক-যুৱতীক দিয়া হ’ব সংস্থাপন

খেতিয়কৰ বাবে লোৱা হ’ব বিশেষ ব্যৱস্থা

প্ৰতিষ্ঠা দিৱসত অংশ লৈ মূখ্য কাৰ্যবাহী পৰিষদ গোকুল বৰ্মনৰ এই মন্তব্য।

29/08/2023

বঙাইগাওঁ চহৰৰ মায়াপুৰীত এক্সিস বেংকৰ নতুন শাখা মুকুলি কৰা হয় বঙাইগাওঁ জিলা উন্নয়ন আয়ুক্ত আৰু বঙাইগাওঁ পৌৰসভাৰ পৌৰপতিৰ উপস্থিতিত।

27/08/2023

বঙাইগাঁও জিলাৰ টেঙাইগাঁও কুমৰপাৰাত শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন।

শিৱ মন্দিৰৰ আধাৰশিলা শুভ উদ্ধোধন কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনে।

25/08/2023

বঙাইগাঁৱৰ চাপাগুৰিস্তিত "পু হিৰো" ত হিৰো গ্লেমাৰ ক্লাসিক বাইকৰ শুভ উন্মোচন কৰা হয়

আজিয়ে টেষ্ট ৰাইডৰ বাবে যোগাযোগ কৰক "পু হিৰো" চাপাগুৰিত

📍যোগাযোগ:092899 22731,9435120179

📍পু হিৰো, চাপাগুৰি ৰোড,বঙাইগাওঁ

25/08/2023

কমতাপুৰ সায়ত্ব স্বাসিত পৰিষদৰ দুৰ্নীতি সম্পৰ্কে কমতাপুৰ সায়ত্ব স্বাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মণৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন।

20/08/2023

বঙাইগাঁৱৰ পাইপলাইনৰ YOUNG'S CLUB দুৰ্গা পূজা সমিতিৰ উদ্যোগত আগন্তুক ৰুপালী জয়ন্তী দুৰ্গা পূজা অনুষ্ঠিত উপলক্ষে পাইপলাইনত লাইখুটা স্থাপন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি লাইখুটা স্থাপন কৰে চিদলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী
সমূহ বঙাইগাওঁ ব ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে কমিটিৰ সদস্য সকলে

19/08/2023

বঙাইগাঁৱত শিক্ষকসকলৰ ব্যতিক্ৰমী পদক্ষেপ
বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া ও বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনৰ প্ৰচেষ্টাত
শিক্ষকসকলৰ নিজস্ব মঞ্চ ৰঙ্গমঞ্চ, বঙাইগাঁৱৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত হয় শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য চৰাৰ প্ৰতিযোগীতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো যত শিক্ষকসকলে নৃত্য প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে।

17/08/2023

16th AIGKF All India Karate Championship 2023
At JRD Tata Sports Complex, Jamsedpur, Tatanagar.
Date - 12th &13th August 2023

Chief Guest - Sir Amarpreet Singh Kale.
Ex vice Chairman for Prime Minister of India 15 Point Implementation ( State Minister Portfolio)

Program organiser - Hanshi L.Nageswar Rao
8th Dan Black Belt (Japan), Chief Instructor All India Goju Ryu Karate Do Federation

Tournament Director and Team Coach
Renshi Raju Dey,6th Dan Black Belt
Chief Instructor (All Assam Goju Ryu Karate Do Association) & Senior Vice president (All India Goju Ryu Karate Do Federation)

Team Coach.
Shihan Chaity Dey, 5th Dan Black Belt & General Secretary (All Assam Goju Ryu Karate Do Association)

Bongaigaon Team Results .......

1) Shihan Chaity Dey. Win 2 Gold Medal Kata & Kumite both events. Achieving Shihan diploma. First Lady in India who achieved Shihan diploma (federation honour)

2) Monisha Choudhury, Win 1 Gold Medal Kata event.

3) Rajshri Dey, Win 2 Silver Medal kata & Kumite both events

4) Richita Baruah, Win 2 Silver Medal Kata & Kumite both events.

5) Akankhya Duarah, Win 1 Silver Medal & 1 Bronze medal kata & kumite both events.

6) Aditya Kr Duarah,Win 2 Bronze Medal kata & kumite both events.

7) Ayan Sil, Win 2 Bronze Medal kata & kumite both events

8) Sanchita Singha, Win 1 Bronze Medal in kata event.

9)Sanjana Choudhury, Win 1 Bronze Medal in kumite event.

Assam State 3rd Position trophy in 16th AIGKF All India Karate Championship 2023 with 3 Gold medals, 5 Silver medals and 7 Bronze medals

অহা ৩০ আগষ্টত বঙাইগাঁওৰ লিচুতলা নেহেৰু ৰোড দুৰ্গা পূজাৰ খুঁটি পূজা।
14/08/2023

অহা ৩০ আগষ্টত বঙাইগাঁওৰ লিচুতলা নেহেৰু ৰোড দুৰ্গা পূজাৰ খুঁটি পূজা।

13/08/2023

:::::::::জাননী:::::::::

ইয়াৰ দ্বাৰা জনোৱা হয় যে অহা ৩, ৪ আৰু ৫ ছেপ্টেম্বৰ, ২০২৩ ইং তাৰিখে লক্ষীমপুৰ জিলাত ৯ বছৰ বয়সৰ অনুৰ্ধ্ব আৰু ১৩ বছৰ বয়সৰ অনুৰ্ধ্ব আন্ত:জিলা দবা টুৰ্ণামেন্ট, ২০২৩ অনুষ্ঠিত হ'ব। বঙাইগাঁও জিলা দবা সন্থাৰ তৰফৰ পৰা উক্ত আন্ত : জিলা দবা প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিবলগীয়া খেলুৱৈ সকলক নিৰ্বাচিত কৰাৰ লক্ষ্য আগত ৰাখি অহা ২০ আগষ্টত এক বাচনি শিবিৰৰ আয়োজন কৰা হৈছে ৷ আনহাতে উক্ত বাচনি প্ৰতিযোগিতাত অংশ গ্ৰহণৰ পূৰ্ৱে খেলুৱৈ সকলক অহা ১৪ , ১৫ , ১৬ আৰু ১৮ আগষ্ট,২০২৩ ইং তাৰিখে সন্ধিয়া ০৫ বজাৰ পৰা ০৭ বজালৈ দ্বীপজ্যোতি সংঘ, দলাইগাঁও (বঙাইগাঁও মহাবিদ্যালয় হোষ্টেলৰ পিছফালে) ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ ইচ্ছ্যুক ৯ বছৰ অনুৰ্ধ্বৰ আৰু ১৩ বছৰ অনুৰ্ধ্বৰ দবা খেলুৱৈসকলক বঙাইগাঁও জিলা দবা সন্থাৰ সৈতে তলৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।

যোগাযোগ-
৬৯০১৭৮৪০৫০ ;
৭০০২২০২৪১৭ ; ৮৭২০৯৭২০১৮ ;
৯৪৩৫৪৭৪২২৯ ;

ভবদীয়,
বঙাইগাঁও জিলা দবা সন্থা

13/08/2023

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও ৰেলৱেৰ ইনষ্টিটিউটত সাৰথি নামক এনজিওৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা, শতাধিক শিশুৰ অংশগ্ৰহন

দেওবাৰে দিনৰ ১১ বজা পৰা আগুন্তুক স্বাধীনতা দিৱসৰ সংগতি ৰাখি আজি বঙাইগাঁও ৰেলৱেৰ ইনষ্টিটিউটত সাৰথি নামক এনজিওৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় , শতাধিক শিশু সকলে উক্ত দেশ ভক্তি মূলক চিত্ৰাংকন প্ৰতযোগিতাত অংশগ্ৰহন কৰে।

13/08/2023

বঙাইগাঁৱত শিক্ষকসকলৰ ব্যতিক্ৰমী পদক্ষেপ

বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া ও বঙাইগাঁও জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনৰ প্ৰচেষ্টাত
শিক্ষকসকলৰ নিজস্ব মঞ্চ ৰঙ্গমঞ্চ, বঙাইগাঁৱৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত হয় শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য চৰাৰ প্ৰতিযোগীতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো

যত শিক্ষকসকলে কবিতা আবৃতি,নৃত্য,গীতৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে

10/08/2023

Harmonic Music Academy

Courses Under TRINITY COLLEGE LONDON Collaboration With Holy Child School, Bijni

GUITAR

KEYBOARD

PIANO

👉 Rock & Roll
👉 Rock & Pop
👉 Alternative Roak
👉 Blues
👉 Rock Blues
👉Jazz & Metal
👉 Western Classic
👉 Neo Classic
👉 Folk
👉 Bollywood

Timing 2:30PM (Every Saturday)

For more details please contact📱 9395137872

05/08/2023

বঙাইগাঁৱত শিক্ষকসকলৰ ব্যতিক্ৰমী পদক্ষেপ

শিক্ষকসকলৰ নিজস্ব মঞ্চ ৰঙ্গমঞ্চ, বঙাইগাঁৱৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত হয় শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য চৰাৰ প্ৰতিযোগীতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো....

03/08/2023

| The grand opening of Champak Tata Service workshop, the largest in Lower Assam, marked an exciting milestone.

With a commitment to deliver top-notch services, the workshop invites everyone to experience their excellence.

Visit Champak Tata today for unparalleled car servicing and maintenance. Don't miss out on this opportunity

Contact: 86380 89686

02/08/2023

Miss & Mrs India National Diva 2023 সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন বঙাইগাঁৱৰ তিনিগৰাকী জীয়ৰীৰ

Kyashap Entertainment Groupযে গুৱাহাটী ভবেন্দ্ৰ আলায়ত আয়োজন কৰা সৌন্দৰ্য প্ৰতিযোগিতাত Miss শাখাত তীব্ৰতা চৌধুৰী, Teen শাখাত জোনমনী ৰায় আৰু Kids শাখাত ইতিশা ৰায়ে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

  | বঙাইগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত অহা ৫ আগষ্ট ২০২৩ তাৰিখৰ পৰা ১৯ আগষ্ট ২০২৩ তাৰিখলৈ এটি "কাবাডি প্রশিক্ষণ শিবিৰ" ...
02/08/2023

| বঙাইগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত অহা ৫ আগষ্ট ২০২৩ তাৰিখৰ পৰা ১৯ আগষ্ট ২০২৩ তাৰিখলৈ এটি "কাবাডি প্রশিক্ষণ শিবিৰ" অনুষ্ঠিত কৰা হব।

ইচ্ছুক প্রশিক্ষনার্থীয়ে বঙাইগাঁও জিলা ক্রীড়া সন্থাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। যোগাযোগ: 6003053260, 9435121655, 8822485842।

স্থানঃ বৰপাৰা ৰাজহুৱা খেলপথাৰ (চিলাৰায় ইন্দোৰ ষ্টেডিয়ামৰ সমীপত), বঙাইগাঁও।

Bongaigaon District Sports Association BDSA

01/08/2023

বঙাইগাঁও চহৰস্থিত থীম পাৰ্কত পেছিফিক হোন্ডাৰ HONDA DIO 125 নতুন মডেলৰ স্কুটাৰ মুকলি কৰে অসমীয়া চিনেমা জগতৰ অভিনেত্ৰী জুনজুন বৰাই

30/07/2023

বঙাইগাঁৱত দেওবাৰে অনুষ্ঠিত হৈ যায় দ্বিতীয় বঙাইগাঁও জিলা মুকলি দবা প্ৰতিযোগিতা ৷ বঙাইগাঁও জিলা দবা সন্থাৰ উদ্যোগত হোটেল জাহ্নৱী ৰিজেঞ্চিত অনুষ্ঠিত হয় এই দবা প্ৰতিযোগিতা ৷ উক্ত দবা প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে

25/07/2023

বঙাইগাঁও প্ৰশান্তি ল'জত পাৰ্থ জ্যোতি বৈশ্যৰ উপন্যাস "Statusৰ পৃথিৱী" উন্মোচন কৰে গোঁসাইগাঁও মহকুমাৰ মহকুমাধিপতি

সোমবাৰে বঙাইগাওঁ চহৰ স্থিত প্ৰশান্তি ল'জত পাৰ্থ জ্যোতি বৈশ্যৰ উপন্যাস "Statusৰ পৃথিৱী" উন্মোচন কৰে গোঁসাইগাঁও মহকুমাৰ মহকুমাধিপতি আৰণ্যক শইকীয়া

তৰালী উপাধ্যায় যে আঁতধৰা উপন্যাস "Statusৰ পৃথিৱী" উন্মোচন অনুষ্ঠানত গোঁসাইগাঁও মহকুমাৰ মহকুমাধিপতি আৰণ্যক শইকীয়া , Dr Nanju dutta,
সাংবাদিক dhiraj chakraborty লগতে বঙাইগাওঁ চহৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে

23/07/2023

বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত আন্তঃজিলা পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উপস্থিত থাকে KACৰ মুখ্য পাৰিষদ গকুল বৰ্মন কে ধৰি কেইবাগৰাীও বিশিষ্ট ব্যক্তি

22/07/2023

বঙাইগাঁৱৰ নতুনপাৰাত MAHATMA GANDHI ANNUAL CORPORATE MEET অনুষ্ঠিত কৰা হয়।

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু চি এছ এছ - আটমা , ২০২২-২৩ ৰ ৰূপায়ণ বৰ্ষ ২০২৩-২৪ৰ অধীনত আজি জিলা কৃষি বিষয়া কাৰ্য...
20/07/2023

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু চি এছ এছ - আটমা , ২০২২-২৩ ৰ ৰূপায়ণ বৰ্ষ ২০২৩-২৪ৰ অধীনত আজি জিলা কৃষি বিষয়া কাৰ্যালয়ৰ প্ৰশিক্ষণ হ'লত এক 'কৃষক-বিজ্ঞানীৰ মত-বিনিময়' কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বঙাইগাঁও জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীয়ে। অনুষ্ঠানত কৃষক সকলক ক'ল শস্যৰ বৈজ্ঞানিক খেতি সন্দৰ্ভত কৃষি বিজ্ঞান কেন্দ্ৰৰ ফাৰ্ম মেনেজাৰ জ্যোতিষ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে। লগতে জলজ কৃষিৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিজ্ঞান বিভাগৰ প্ৰগ্ৰেম এচিছটেন্ট ৰূপক টাইয়ে। শেষত কৃষকসকলৰ সৈতে মত বিনিময় কৰা হয়। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা এপাৰ্টৰ নডেল বিষয়া অপল দাসৰ লগতে বিভাগীয় আন আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

District Agriculture Office, Bongaigaon

18/07/2023

বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বঙাইগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আন্তঃক্লাব A- ডিভিজন লীগ ফুটবল খেলৰ চূড়ান্ত খেল খনত Bongaigaon football coaching centre আৰু বঙাইগাওঁ eleven star ক্লাবৰ মাজত অনুষ্ঠিত হৈ । চুৰান্ত খেলত eleven star ক্লাবে ২ - ১ গলত Bongaigaon football coaching centre ক পৰাজিত কৰে

We are thrilled to announce the result of SBM college.. Our 6th sem students secure fantastic marks in their final...A b...
12/07/2023

We are thrilled to announce the result of SBM college.. Our 6th sem students secure fantastic marks in their final...A big congratulations for them🤗

‼️B. A Admission is going on... Grab the seat fast for a bright future..‼️

Contact:Phone: +91 70028 64902
Email:[email protected]

Address: SBM SENIOR SECONDARY School Kharija Dolaigaon, Bongaigaon

📍FOLLOW OUR PAGE FOR MORE UPDATES

https://www.facebook.com/profile.php?id=100092531001565&mibextid=ZbWKwL

Address

Bongaigaon
783380

Telephone

+916000471513

Website

Alerts

Be the first to know and let us send you an email when The Bongaigaon Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Bongaigaon Bulletin:

Share


Other Media/News Companies in Bongaigaon

Show All

You may also like