আহিয়া আছে Jyotismita Raginiৰ আৰো একখান নতুন কোচ ৰাজবংশী গানেৰ ভিডিঅ..
#kamatapurবাৰ্তা #kochrajbongshisong #Kamatapur #assamreels #KochRajbongshi #assam #assamese
গোৱালপাৰা জিলা আক্ৰাছুৰ জোঁৰ সমদল।
উপভোগ কৰক সুন্দৰ একটা কোচ ৰাজবংশী গানেৰ নাচ ।
⭕পশ্চিম ধুবুৰী জিলা আক্ৰাছুৰ আন্দোলন ঘোষণা।
⭕কেন্দ্ৰীয় সমিতিয়ে লোৱা কাৰ্যসূচী মৰ্মে আন্দোলন ঘোষণা।
⭕অহা ৬ নবেম্বৰত জোৰ সমদল। ২৮ নবেম্বৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
⭕অতি শীঘ্ৰেই ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী।
#kamatapurবাৰ্তা #KochRajbongshi #Kamatapur #kac #AKRSU #assam
⭕ গোৱালপাৰা জিলা আক্ৰাছুৰ অৱস্থান ধৰ্মঘট।
⭕ অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী।
⭕ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট।
#AKRSU #Kochrajbongshi #Kamatapur #ST #Goalpara #Assam #himatabiswasarma Goalpara District KochRajbongshi Students' Union Pranjit Das Rupak Ray Himu Roy Baruah
পশ্চিমবংগৰ আলিপুৰ জিলাৰ কুমাৰগ্ৰামদুয়াৰ মধ্যহলদিবাড়িত পঞ্চানন কলা কৃষ্টিৰ উদ্যোগত
৭ দিনীয়া কোচ ৰাজবংশী লোকনৃত্য কৰ্মশালা।
⭕ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ বিজনীত সংবাদমেল ।
⭕ অসম চৰকাৰৰ মিছন বসুন্ধৰা ৩.০ ক তীব্ৰ সমালোচনা ।
⭕ মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে অসম চৰকাৰে ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক বিদেশী প্ৰৱজনকাৰী সজোৱাৰ অভিযোগ।
⭕অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে আন্দোলনৰ হুংকাৰ।
বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত স্মাৰ্ট মিটাৰৰ লুন্ঠনৰ বিৰুদ্ধে উলিওৱা বিশাল প্ৰতিবাদী সমদলত APDCL বিষয়াক ৰাইজৰ প্ৰশ্নবান।
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সহযোগত বৃহৎ প্ৰতিবাদী সমদল।
@ চৰৈখলা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হৰি বৰ্মণক বহিস্কাৰ
@ সংবিধান বিৰোধী কামত লিপ্ত থকাৰ বাবে বহিষ্কাৰ।
@আজি ডিমলগাওঁস্থিত কোকৰাঝাৰ জিলা আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক জৰুৰী কাৰ্যনিৰ্বাহক সভাত কোকৰাঝাৰ জিলা আক্ৰাছুই বহিষ্কাৰ কৰে আঞ্চলিক সভাপতি গৰাকীক।
@চৰৈখলা আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব লাভ কৰে উপ-সভাপতি সঞ্জয় ৰায়।