এগৰাকী কিশোৰ বৰপেটাত নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হাহাকাৰ সৃষ্টি হয়।
এখন ভঙা দলং আৰু ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা।
এই দলং খন আজিৰ নহয়, প্ৰায় বিগত কেইবাবছৰ ধৰি দলং খনৰ উপৰেদি এনেদৰে যাতায়ত কৰি আহিছে এখন গাঁৱৰ ৰাইজৰ লগতে বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে।
#মেৰেৰচৰৰ দুই যুৱক চাইকেল ইষ্টাৰ্ন কৰি ভাইৰেল হৈ
পৰে।#অসম প্ৰতিদিন টাইম #
নগাঁৱৰ কন্দলীত হত্যা কাণ্ড ৷ ছোৱালী জোকোৱাক লৈ এজন যুৱকক হত্যা কৰাৰ অভিযোগ দুজন লোকৰ বিৰুদ্ধে ৷ নিহত যুৱক জন কমল দেউৰি ৷
গ্ৰহণ কৰিৱ পাৰিব উচ্চৰ মাধ্যমিকৰ পাঠদান। অতি কম মাচুলত উৎকৃষ্ট আৰু উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ যাবতীয় ব্যবস্থা গ্ৰহণ কৰিছে শিক্ষা প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে,- ২০১৭ বৰ্ষত স্থাপন হোৱা শিক্ষা প্ৰতিষ্ঠানটোৱে ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে সাফল্যৰ জয় যাত্ৰা।
চলাপথাৰৰ ড্ৰাগছ মাফিয়া ইকবাল হুছেইন আৰক্ষী জালত* ।
বিকাশ জাতীয় বিদ্যালয়, বৰভিঠাৰ পৰা সৰ্ব ভাৰতীয়
NEET পৰীক্ষাত 606 নম্বৰ লৈ ঊত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে আজবিনা খাতুনে ।
বৰপেটা জিলাৰ কলগাছিয়াৰ কান্দুলীয়া গাৱঁত সোণ উজ্জ্বলিল দৰিদ্ৰ কৃষকৰ পুত্র মিজানুৰ ৰহমান। সদ্য ঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত ৬১২ নম্বৰেৰে সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ কান্দুলীয়া গাৱঁলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰিদ্ৰ কৃষক জেহেদ আলীৰ পুত্ৰ মিজানুৰ ৰহমানে।
কটহগুৰি এ,ইউ,হাই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতিয়ে মিছা বাতৰি প্ৰচাৰ কৰা ৱেব প`টেলৰ বিৰুদ্ধে ল'ব আইনী ব্যৱস্থা।
মৈৰাবাৰীৰ পলাহজুৰীত চুৰি কাণ্ড,চুৰে লৈ গ'ল গৰাকীৰ সোনৰ আ-অলংকাৰ।
পশ্চিম মইয়ানবড়ি ভাবে গৌৰৱ কঢ়িয়াই আনিলে
আমিৰুল ইছলাম।
পশ্চিম মইনবৰীত জৰাজীৰ্ণ কাঠৰ দলং বিপদ মাতিছে পথচাৰীলৈ। মেৰামতিৰ বাবে অনা শাল কাঠ ৰাতিৰ আন্ধাৰত হৰলুকি কৰাৰ অভিযোগ পালিনেতা মতিউৰ ৰহমানৰ বিৰুদ্ধে। অতিশীঘ্ৰেই বিভাগীয়ভাবে উপযুক্ত তদন্ত কৰি পুনৰ দলং মেৰামতিৰ দাবী ৰাইজৰ।
নমো ড্রোন দিদি''ৰ কৃষক সভা*
👉আজি ০৬/০৬ /২০২৪ ইংৰাজী তাৰিখে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰি বজাৰৰ মেচাচ সোনালী কৃষি কেয়াৰ মাকেটিংত সাৰ বিক্রী প্ৰতিষ্ঠানত নমো ড্রোন দিদি''ৰ কৃষক সভা ।
ধিঙৰ ২ নং কান্ধুলীমাৰী লৈ গৌৰৱ কঢ়িয়াই আনিলে ছাকলিন মোস্তাকে।
ধিঙৰ ধূপগুৰিত`বিশ্ব পৰিবেশ দিৱস`পালন।
ৰৌমাৰী বালিকা মোক্তাৱ বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান।
বৰপেটা জিলাৰ কলগাছিয়াৰ পশ্চিম মইনবৰীত বেঁকী নদীৰ খহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম আৰু দূৰ্নীতি হোৱাৰ এক গুৰুতৰ অভিযোগ উথাপিত হৈছে৷ বিশ্ব বেংকৰ আৱন্টিত ধনেৰে কৌটি কৌটি টকা ব্যয় সাপেক্ষে জি অ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নিম্নমানৰ কাম কৰাৰ বাবে চপৰা চপৰে খহি পৰিছে জি অ বেগ৷
কলগাছিয়াৰ সত্ৰ মইনবৰীত জলজীৱন আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উথাপিত হৈছে৷ জানিব পৰা মতে জলজীৱন আচনিৰ গৃহ নিৰ্মাণৰত অৱস্থাতে চৌহদৰ দেৱাল খহি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
*ফুটবল মানে দুভৰিৰৰ ছন্দ আৰু এক গতিময় এক মস্তিষ্কৰ স্নায়ুযুজ*
👉 বহৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত এক নতুন চিন্তাধাৰাৰে নবপ্ৰজন্মৰ শাৰীৰিক আৰু মানসিক বিকাশৰ উদ্দেশ্যেৰে আজি ২জুন ৰবিবাৰে গুৱাহাটী মহাৰাণা এথেলেটিক ক্লাবৰ সু পৰিপূৰ্ণ প্ৰশিক্ষক বিজিৎ বড়োৰ তত্বাৱধানত প্ৰশিক্ষণ কাৰ্যসূচী সুভ উদ্বোধন হয় ।
ভিয়েটনামি কাৱৈ আৰু থলুৱা প্ৰজাতিৰ শিঙি আৰু মাগুৰ মাছৰ পোনা বিক্ৰী কৰি স্বাৱলম্বী হৈছে শিলপুখুৰীৰ যুৱক আবুল হুছেইন।