⚫এজন আৰক্ষী জোৱানৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে নিজে লিখি গোৱা গান
⚫এজন আৰক্ষী জোৱানৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে নিজে লিখি গোৱা গান
⚫শুনিবছোন এবাৰ আপোনিও ......
#Song #Training #assampolice #Assam
কোন অসমীয়াৰ লৰা আছে উচ্চ শিক্ষা গ্ৰহণ কৰি পথাৰত এনেকৈ কাম কৰিব ,......
কোন অসমীয়াৰ লৰা আছে উচ্চ শিক্ষা গ্ৰহণ কৰি পথাৰত এনেকৈ কাম কৰিব ,......
সামাজিক মাধ্যমত ভাইৰেল মিঞা আৰফান আলীৰ প্ৰত্যুত্তৰ
জেছমিনা আকতাৰৰ কণ্ঠত এটি গোৱালপৰীয়া গীত । হস্তীৰ কন্যা হস্তীৰ কন্যা বামনেৰ নাৰী!!
জেছমিনা আকতাৰৰ কণ্ঠত এটি গোৱালপৰীয়া গীত
বৰপেটা বিলাসীপাৰাত আকাশী ষ্টুডিঅ'ত কণ্ঠশিল্পী জেছমিনা আকতাৰৰ কণ্ঠত এটি গোৱালপৰীয়া গীত!!
হস্তীৰ কন্যা হস্তীৰ কন্যা বামনেৰ নাৰী!!
বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত দুজন ।
বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত দুজন ।
বৰপেটাৰোডৰ শিমলাগুৰীত ৩১ ৰাষ্ট্ৰীয় ঘাইপথত তীব্রবেগী আলট্ৰা বাছে মহতিয়াই নিলে দু ই বাইক আৰোহিক।
বাইক আৰু এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো
আজি বাক্সা জিলাৰ বুনমাজা পাথাৰত ৰাইজে ড্ৰাগছ সহ আটক কৰে এগৰাকী ড্ৰাগছ মাফীয়াক!
আজি বাক্সা জিলাৰ বুনমাজা পাথাৰত ৰাইজে ড্ৰাগছ সহ আটক কৰে এগৰাকী ড্ৰাগছ মাফীয়াক!
ইতিমধ্যে ঘটনা স্থলীত উপস্থিত গোৱৰ্দ্ধনা আৰক্ষী!
১ জুলাইত গুৱাহাটীলৈ আহিব ছানী লিয়নী।
অসমত ভয়ংকৰ বান পৰিস্থিতি।
LPG ৰ মূল্য বৃদ্ধি,খাদ্য সংকট, সংকটত ঘৰচীয়া প্ৰানীৰ জীৱন-শৈলী।
#HimantaBiswaSarma
#AssamFlood
Axom media 24 NE Axom Media 24
সদৌ BTC সংখ্যালঘূ ছাত্ৰ সন্থা এ.বি.এমছুৰ. শালবাৰী জিলা সমিতি'ৰ অন্তৰ্গত কালপানী আঞ্চলিক সমিতিৰ পুৰনি সমিতি ভংগ কৰি নতুন সমিতি গঠন।
বৰপেটাৰোডৰ উদীয়মান শিল্পী কুমাৰ ৰঞ্জনৰ কণ্ঠত সুন্দৰ গীত
বৰপেটাৰোডৰ উদীয়মান শিল্পী কুমাৰ ৰঞ্জনৰ কণ্ঠত সুন্দৰ গীত
ষষ্ঠ বাৰ্ষিক সদৌ অসম ছিনিয়ৰ পেঞ্চাক ছিলাট সমৰ কলাত বৰপেটাৰোডত দুটাকৈ সোনৰ পদক।
বৰপেটাৰ বিলাসীপাৰা জামে মছজিদৰ ঈমাম আয়ুব আলী চাহাবৰ পৱিত্ৰ হজলৈ যাত্ৰা
বৃহত্তৰ বিলাসীপাৰা অঞ্চলৰ ৰাইজে মিলি পৱিত্ৰ হজলৈ পঠিওৱালে আদৰ্শ ইমাম আয়ুৱ আলী চাহাবক
খাৰিজা বিজনীবাসী লৈ সুখবৰ। বাক্সাৰ খাৰিজা বিজনীৰ মিলন বজাৰত হিটাছী এ.টি.এম মেচিনৰ শুভ উদ্বোধন।
♦️খাৰিজা বিজনীবাসী লৈ সুখবৰ।
♦️বাক্সাৰ খাৰিজা বিজনীৰ মিলন বজাৰত হিটাছী এ.টি.এম মেচিনৰ শুভ উদ্বোধন।
#Axommedia24 #ATM #Baksa