CM Assam UnOfficial

  • Home
  • CM Assam UnOfficial

CM Assam UnOfficial Voice BTR অত চৰকাৰী চাকৰিৰ, চৰকাৰী আঁচনি লগতে আন বহুতো গুৰুত্বপূৰ্ণ খবৰ পাই থাকিব.

24/12/2022

CM Assam

21/12/2022

আৰম্ভ হ'ল অৰুণোদয় আঁচনিত আবেদন প্ৰক্ৰিয়া

21/12/2022
20/02/2021

মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত ?

1.চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকাৰ পৰা ২১৭ টকালৈ বৃদ্ধি

2.বড়োলেণ্ড প্ৰশাসনিক ষ্টাফ কলেজ স্থাপন

3.এক নতুন বিভাগৰ স্থাপনঃ বড়োলেণ্ড উন্নয়ন
বিভাগ, পাৰ্বত্য অঞ্চল বিভাগ বাহাল থাকিব

4. ৫৮০ গৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ

5. নগাঁও হাতিচুঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে ২৩৯ বিঘা মাটি আবন্টন

6. গুৱাহাটী, উলুবাৰী মৌজাত দীপক সংঘৰ বাবে ১ কঠা মাটি আবন্টন

7. উত্তৰ গুৱাহাটী, উজান বজাৰ, ভৰলুমুখত গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ ৰ সংশোধন

8. World Renewal Spiritual Trust, কামৰূপৰ বাবে ১০ বিঘা মাটি আবন্টন

9. আগন্তুক নিৰ্বাচন আৰু পৰৱৰ্তী পৰ্যায়ৰ ব্যৱহাৰৰ বাবে ৮০০০ হুইল চেয়াৰ ক্ৰয়

10. ASDMA কৰ্মচাৰীৰ নিয়মীয়াকৰণত অনুমোদন

11. PNRD ত যিসকলে ১০ বছৰ ধৰি চাকৰি কৰি আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিভাগীয় মন্ত্ৰীক নিৰ্দেশ দিছে

12. ক্ষুদ্ৰ চাহ শ্ৰমিকক মজুৰি বৃদ্ধিৰ লগতে তেওঁলোকে ৰেচন বা অন্যান্য বানচৰ বাবে অতিৰিক্ত ১০১ টকাকৈ লাভ কৰিব

02/02/2021

btr news today ll bodo news ll বিটিআৰৰ সীমা নির্ধাৰণ

02/02/2021

CBSE Date Sheet For Board Examination 2021 Class Xth / CBSE Class 10th Date Sheet 2021
Link https://www.cbse.gov.in/cbsenew/documents//FINAL-Date%20Sheet%2002.02.2021%20-%20X.pdf

29/01/2021

Btc chief promod Boro ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপহাৰ / লগতে ছত্ৰ সকলৰ বাবে আছে বিশেষ উপহাৰ

28/01/2021

btr news

28/01/2021

BTR বাসীৰ বাবে ডাঙৰ, গুৰুত্বপূৰ্ণ খবৰ লগতে কেইতামান ভাল খবৰ

https://youtu.be/NmC25mtER_E
28/01/2021

https://youtu.be/NmC25mtER_E

btr news today //BTR ৰ বাসীৰ বাবে কেইতামান ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ লগতে কেইতামান ভাল খবৰ প্ৰতিদিনে BTR (Assam) অৰ চৰকাৰী চাকৰিৰ, চৰ....

28/01/2021

BTR বাসীৰ বাবে কেইতামান ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ লগতে কেইতামান ভাল খবৰ

25/01/2021

BTR বাসীৰ বাবে কেইটামান বহুত ভাল খবৰ ,
BTR চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ

23/01/2021

btr news today// btr চৰকাৰৰ বহুকেইখন আঁচনি //Self help group important news

https://youtu.be/iiwbBG4i7Bw
23/01/2021

https://youtu.be/iiwbBG4i7Bw

btr news today// btr চৰকাৰৰ বহুকেইখন আঁচনি //Self help group important news * BTR অত শিক্ষক নিযুক্তি * BTR অৰ কোনসকল মহিলাই পাব 20 হাজাৰ কে টকা * BTR অৰ ...

20/01/2021

অস্ত্ৰ এৰি মূল সুঁতিলৈ অহা সদস্যক ৪ লাখকৈ প্ৰদান ৰাজ্য চৰকাৰৰ

The assam government has provided Rs 4 lakh to 1,279 members who have laid down their arms.

Address


Alerts

Be the first to know and let us send you an email when CM Assam UnOfficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CM Assam UnOfficial:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share