Barpeta News

Barpeta News This page is only for news, media purpose
to raise people voice...

02/05/2025

কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ বৰপেটা ৰোড শাখাৰ সংবাদমেল::মহা ৰজত জয়ন্তী উপলক্ষে আৰম্ভ বছৰ জোৰা কাৰ্যসূচী।

30/04/2025

উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত উইচডম একাডেমীৰ সফলতা।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বৰপেটা ৰোডৰ উইচডম একাডেমীৰ চমৎকাৰ ফলাফল।

28/04/2025

৮ নং বগুৰীগুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দোমনী গাওঁৰ ১০নং খণ্ডৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী ফাৰুক উদ্দীন আহমেদ।।

26/04/2025

বৰপেটাৰোডৰ গুৱাগাছা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তিনিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বর্ষ উদযাপন।

কাশ্মীৰত পেহেলগামত সন্ত্ৰসবাদীৰ হাতত নিহত সকললৈ শ্ৰদ্ধাঞ্জলিৰ লগতে আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা বিহু উদযাপন সমিতিৰ।

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ২নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মহীদা খাতুন।।
24/04/2025

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ২নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মহীদা খাতুন।।

প্রতীক চিহ্ন পৰিবৰ্তন==========================১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ...
18/04/2025

প্রতীক চিহ্ন পৰিবৰ্তন
==========================
১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী নুৰজাহান বেগমৰ প্ৰতীক চিহ্ন কাপ প্লেট।

(পূৰ্বৰ প্ৰতীক চিহ্ন তৰ্চ লাইট আছিল বিশেষ কাৰণত পৰিবৰ্তন কৰি কাপ প্লেট কৰা হৈছে।)

16/04/2025

অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে বৰপেটা ৰোড চহৰ ,
এইবাৰ বৰপেটাৰোডত প্ৰৱঞ্চক চক্ৰৰ নতুন জাল।

বৰপেটাৰোড সত্ৰলৈ যোৱাৰ পথত এগৰাকী মহিলাৰ পৰা লুট কৰি নিলে সোণৰ গহনা।
প্ৰৱঞ্চক চক্ৰই পথচাৰীক ৰূমাল এখনেৰে সন্মোহিত কৰি সোণৰ গহনা লুট কৰি নিয়ে।

16/04/2025

বিহুৰ এই মনোমোহা বতৰত বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীয়ে ছাত্ৰ ছাত্ৰী সকলৰ বাবে লৈ আহিছে সু-খৱৰ!

দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যবস্থাকে ধৰি বিনামূলীয়া NIIT,JEE,CA,MBA, ADRE ,UPSC, APSC আদি কোচিংৰ ব্যৱস্থা কৰাৰ উপৰিও আৰু বহুতো সা-সুবিধা প্ৰদান কৰা হ'ব ছাত্ৰ ছাত্ৰী সকলক কোনো ধৰনৰ উপৰোক্ত মাছুল নোহোৱাকৈ!

শিক্ষাৰ ক্ষেত্ৰত যাতে আৰ্থিক দুৰাবস্থা হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি দ্ৰোণাচাৰ্য একাডেমীত এনেকুৱা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে অধ্যক্ষ প্ৰদীপ দেৱনাথে!

14/04/2025

বৰপেটাৰোড ৰাজীৱ ভৱনত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ সংবাদ মেল।

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মমিনা খাতুন।।
14/04/2025

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী মমিনা খাতুন।।

১০ নং গোৱৰ্দ্ধনা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাওঁৰ ৭ নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হাচিনা খাতুন।।
13/04/2025

১০ নং গোৱৰ্দ্ধনা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাটাঝাৰ পাথাৰ গাওঁৰ ৭ নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হাচিনা খাতুন।।

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী নুৰজাহান বেগম।।
13/04/2025

১১ নং খৈৰাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত খৈৰাবাৰী গাওঁৰ ১নং খণ্ডৰ সদস্যা পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী নুৰজাহান বেগম।।

Address

Barpeta Road
Barpeta Road
781315

Telephone

+919706721418

Website

Alerts

Be the first to know and let us send you an email when Barpeta News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barpeta News:

Share