🔳📌📌আজি আবেলি ৪:৫০ মিনিটত এটা ভয়ংকৰ ON কেমেৰা আক্ৰমণ কি ভয়ানক আক্ৰমণ। #NEW #Assam #India
🔳📌📌অভিনন্দন বাই বাই পাকিস্তান ১ম দল হু আউট বিশ্বকাপ ২০২৩ৰ পৰা ।
#SAvsPAK #PakVSSA #CWC23 #india #cwc2023 #iccworldcup2023
#NEW #Assam #India
🔳📌📌পেলেষ্টাইনত নহয় আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজপথত ৰাজহুৱাভাৱে পেলেষ্টাইনৰ পতাকা প্ৰদৰ্শন কৰিবলৈ সাহস কৰা যিকোনো ব্যক্তিৰ বাবে আৰক্ষীয়ে গধুৰ পদক্ষেপ গ্ৰহন কৰি আছে। বলপূৰ্বক আৰু কঠোৰ ব্যৱস্থা প্ৰয়োগ কৰা হয়।
#NEW #Assam #India
🔳📌📌"বৰপেটা" সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ।
.🔳📌📌 অৰুণোদয়ৰ নামত এক বৃহত কেলংকাৰী বিভিন্ন বিধৱা মহিলা হিতাধিকাৰী পৰা। আৰু দিব্যাঙ্গ হিতাধিকাৰী সকলৰ পৰা মতা অংকৰ ধন লয় আৰু অৰুণোদয় দিম বুলি প্ৰতিশ্ৰুতি দিয়ে।
#NEW #Assam #India
🔳📌📌 ইজৰাইলী সেনাই পেলেষ্টাইনৰ ৫ বছৰীয়া শিশু পুত্ৰক হত্যা কৰাৰ পিছতে পিতৃয়ে কি কৰিলে ইজৰাইলী সেনাৰ লগত ?
#New #Assam #India
🔳দিব্যাঙ্গ মহিলা এগৰাকীয়ে ৰোনালডোক দুখন ফটো উপহাৰ দিয়াৰ লগে লগে ৰোনালডো আৰু মহিলা গৰাকীয়ে আবেগিক হৈ পৰে।
#Video #varal
#New #Assam #India
🔳ইৰানৰ শেষবাৰৰ সকিয়নি নহ'লে ৬ মিনিটত ইজৰাইল '#অভাৰ'? | #ইৰাণ #যুদ্ধ | #নেতানিয়াহু #ইব্ৰাহিম #ৰাইছি #পাৰমাণৱিক হুংকাৰ।
#New #Assam #India|
🔳ণতুন কৈ বনাই থোৱা এটা অট্টালিকা জুই ব্ৰু টাইমছ সকলোতে ধোঁৱা ধোঁৱা, এই অনুষ্ঠানৰ ছবি চাওক।
#NEW #Assam #India
🔳ভাৰতৰ জনপ্ৰিয় #Reality #show #BIGG #Bossট স্থান পোৱা অসমৰ জীয়ৰী #Firoza #Khan তেকেলি পিঠা খোৱা লৈ #BIGG #Bossৰ #Showট #Vedio #Vairel.
🔳আহক আমি অসমৰ জীয়ৰী #Firoza #Khanৰ বিষয়ে কিছু কথা জানো আহক।
#New #Assam #India
🔳ইজৰাইল পেলেষ্টাইন সংঘাতঃ নেতানিয়াহুৱে প্ৰণাম নকৰে, হামাছে ৰৈ নাথাকে। গাজা | হিজবুল্লাহ |যুদ্ধ কিমান শতাধিক শিশুক হত্যা কৰিলে ইজৰাইলে ।
#NEW #Assam #India
🔳"GAZA" CITY Hospitalt ভয়ংকৰ আক্ৰমণ এক হাজাৰৰো অধিক লোক আহত।৫০০ ৰ অধিক মৃত্যু ।
#NEW #Assam #India
🔳কিছু সময় পূৰ্বে ,"GAZA" CITY ভয়ংকৰ আক্ৰমণ ।"গাজা" সম্পূৰ্ণ ধ্বংসৰ পথত। ইজৰাইলে পুণৰ বোমা বিস্ফোৰণ কৰা আৰম্ভ কৰে। বিশ্বৰ চকু মুকলি কৰি দিয়ে যে অত্যাচাৰ আৰু অন্যায়ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা তথাকথিত নতুন বিশ্বব্যৱস্থা সলনি কৰাটো কিমান জৰুৰী ।
#New #Assam #India