*হাতে হাতে জোঁৰ লৈ উত্তাল প্ৰতিবাদ শোনিতপুৰ আঞ্চলিক ছাত্র সন্থাৰ।*
*নাগৰিকত্ব সংশোধনী আইন(কা) বাতিলৰ দাবীত তেজপুৰত ত আছুৰ জোঁৰ সমদল।*
প্ৰতিবাদকাৰীক ৰোধিবলৈ সষ্টম হৈ থকা অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ দ্বাৰা তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ
পৰাই আছু কৰ্মীয়ে আৰম্ভ কৰিলে যোৰ সমদল।।
দুই শতাধিক লোকে জোৰ প্ৰতিবাদী সমদলে উত্তাল কৰি তোলিলে তেজপুৰ চহৰৰ মাজমজিয়া ।
Migratory birds a beautiful moment from water to high sky ..
A beautiful moment of a migirotary bird's ..
আলফাই লুকাই থাকি ভাবুকি দি লাভ নাই, অসমলৈ ঘূৰি আহি উন্নয়নৰ কাম কৰক: হৰমিত সিঙ ।
তেজপুৰ : অসমত কোনো এন্টি নেচনেল এক্তিভিত্তি গ্রহণযোগ্য নহব , যদি অসমক ভাল পায় তেওঁলোকে অসমত আহি অসমৰ উন্নয়নৰ বাবে কাম কৰক । এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙৰ ।
PROJECT VARTAK CLEARS MASSIVE LANDSLIDE ROAD AT TENGA
A massive landslide that dislodged an entire mountain face between Balemu and Kalaktang on Road
Orang-Kalaktang-Shergaon-Rupa-Tenga (OKSRT) on 01 Nov 23 was cleared for two way traffic by14 BRTF of Project Vartak in the early hours of Nov 5 last. The first landslide had occurred on the road on 10 Oct and was disrupting traffic intermittently. On 01 Nov the entire mountain face came rolling down and Border Roads had to close the road completely for three days in order to make it safe for vehicles. Heavy plant and manpower worked tirelessly by day and night during these three days in order to provide succor to local populace, tourists and military convoys frequently using this road.
Who is Badaruddin Ajmal ? ! এইবাৰ এই প্ৰশ্ন অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ তেজপুৰত । বদৰুদ্দিন আজমলে শেহতীয়াকৈ কৰা মন্তব্যৰ পিছতেই যেন এক প্ৰকাৰ জাঙুৰ খাই উঠিছে সৰ্বতে । বদৰুদ্দিনৰ এই মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰিব লাগে নেকী বুলি কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে গ্ৰেপ্তাৰ কৰিব নালাগে ৰাজনৈতিক ভাবে ধ্বংস কৰিব লাগে । মন্ত্ৰী সিংহলে কয় যে অসমৰ মানুহে এতিয়া উঠি পৰি লাগিব লাগে কাৰণ পথাৰ আমাৰ আৰু বজাৰ আমাৰ আৰু আমাৰ দখলত ৰাখিব লাগে । আনহাতে বদৰুদ্দিন আজমল বিজেপিৰ ট্ৰাম কাৰ্ড নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই বুলি মন্তব্য কৰে । আজমল মাত্ৰ এটা চিততে হুলস্থুল লগাই আছে ।
ৰাহুল গান্ধীক ৰাৱন আখ্যা দিয়াৰ পিছতেই শনিবাৰৰ দিনটোত কংগ্ৰেছ দলে সাব্যস্ত কৰা প্ৰতিবাদ গণতান্ত্ৰিক অধিকাৰ৷ গতিকে আন্দোলন কৰিব পাৰে৷ কিন্তু যি গৰাকী ব্যক্তিয়ে দেশৰ বাহিৰত নিজ দেশক টুলুঙা মন্তব্যৰে নিচ সজোৱা আদি কাৰ্যৰ বাবে তেওঁক ৰাৱন নকৈ ৰাম ক'ব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী অশোক সিংঘলে৷
ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল টুৰ্ণামেণ্ট তেজপুৰ পল ফিল্ডত চূড়ান্ত খেলত চিৰাং এফ চি ক ৩-১ গল ব্যৱধানত পৰাস্ত কৰে অৰুণাচল প্ৰদেশ এফ চি য়ে ।
১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পানী নিৰাময়, সপ্তম তো বানত বিস্তীৰ্ণ অঞ্চলত ।
:শোণিতপুৰৰ বালিপৰা আৰু বাঁহবাৰী অঞ্চলত পুনৰ বাঢ়নী পানী ।শনিবাৰে পুৱাৰ পৰা জৰাসৰ নদীৰ বাঢ়নী পানীৰ কবলত বালিপৰা আৰু চাৰিদুৱাৰৰ বিস্তৰ্ণ অঞ্চল ।
বানত বুৰ যায় বালিপৰাৰ APDCL কাৰ্য্যলয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্য্যলয় বিদ্যুৎ যোগান ব্যাহত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে বাগৰি থকা পানী আজি পুৱা কিছুপৰিমানে কমিছে । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ শনিবাৰে বিয়লিৰ পৰা যান বাহনৰ চলাচলৰ বাবে মুকলি কৰা হৈছে ।
উল্লেখ্য যে সপ্তম বাৰলৈ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰালে বালিপৰাৰ বিস্তিৰ্ণ অঞ্চল ।