Tezpur Barta

Tezpur Barta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tezpur Barta, Media/News Company, Tezpur.

17/01/2025

শোনিতপুৰত হবলগা মৌলনা ছাদ- ছাহাবৰ ইছতেমাত যাবলৈ বাধা আলিম সমাজৰ ??

11/01/2025

চৰকাৰী ঘৰৰ নামত অবৈধ ধন সংগ্ৰহৰ দূৰ্ণীতি।

09/01/2025

07/01/2025

ভিক্টৰ দাসে এইষাৰ কাৰ কথা কলে..

05/01/2025

তেজপুৰ ভুমুৰাগুৰিৰ বনভোজ স্থলীত উত্তপ্ত পৰিস্থিতি। ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ..

05/01/2025

• দিনত দুই বতল খাই নিশা হোজাই জিলাৰ ৰেকৰ্ড ভাঙিলে চালকে।
• ভঙা গেয়াৰ লৈ গাড়ী খন আহি পালে ডবকা বনাঞ্চল।
• ব্ৰেথ-এনালাইজাৰত উঠিল ৪৮২%

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰকাইলৈৰ দিনটোত বাতিল সকলো চৰকা...
27/12/2024

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কাইলৈৰ দিনটোত বাতিল সকলো চৰকাৰী কাৰ্যসূচী

আজি সমগ্ৰ বিশ্বই কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত ভুগি আছে। এনে পৰিস্থিতিত ৰাছিয়াই  দাবী উত্থাপন কৰিছে যিটো সমগ্ৰ বিশ্বৰ বাবে...
18/12/2024

আজি সমগ্ৰ বিশ্বই কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত ভুগি আছে। এনে পৰিস্থিতিত ৰাছিয়াই দাবী উত্থাপন কৰিছে যিটো সমগ্ৰ বিশ্বৰ বাবে সকাহৰ খবৰ। ৰাছিয়াই কয় যে তেওঁলোকে কেন্সাৰ ভেকচিন তৈয়াৰ কৰিছে যিটো সকলো নাগৰিকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে যিটো ২০২৫ চনৰ আৰম্ভণিৰ পৰা ৰাছিয়াৰ কৰ্কট ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা TASS ৰ মতে, ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ সাধাৰণ সঞ্চালক আন্দ্ৰে কাপ্ৰিনে ৰাছিয়াৰ এটা ৰেডিঅ’ চেনেলত এই ভেকচিনৰ বিষয়ে তথ্য প্ৰদান কৰে।

নিৰুদ্দেশ আজি ৫ দিন ধৰি ফটোত থকা ল'ৰাজন নিৰুদ্দেশ হৈ আছে। নাম - আব্দুল ছালাম ( বুলু )পিতা - বাহাৰ আলিগাঁও - আলিছিঙা উৰীয়...
18/12/2024

নিৰুদ্দেশ

আজি ৫ দিন ধৰি ফটোত থকা ল'ৰাজন নিৰুদ্দেশ হৈ আছে।
নাম - আব্দুল ছালাম ( বুলু )
পিতা - বাহাৰ আলি
গাঁও - আলিছিঙা উৰীয়ামগুৰি
আৰক্ষী চকী - বৰঘাট (পাচঁমাইল)
থানা - তেজপুৰ, অসম
যোগাযোগ নম্বৰ - 9957769288
9864968243

কোনো সদাশয় ব্যক্তিয়ে খবৰ পালে ওপৰত দিয়া নম্বৰত যোগাযোগ কৰিব।
আৰু এটা অনুৰোধ সকলোকে পষ্ট টো ফেচবুক আৰু What'saap ত শ্বেয়াৰ কৰি দিব।

16/12/2024

তেজপুৰ কৰয়নী বঙালী গাঁওৰ দিলদাৰ হুছেইন ৰ পুত্ৰ আশ্ৰাফুল হুছেইন নিৰুদ্দেশ।
পৰিয়ালৰ যোগাযোগ নম্বৰ 7002875696 অথবা 8099254593

15/12/2024

📌সদনত গৰজি উঠিল সাংসদ ইক্ৰা চৌধুৰী
📌মুছলমানৰ ঘৰ বুলড'জাৰেৰে ভঙাটো সাধাৰন হৈ পৰিছে।
📌সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধিৰ পাছতো নিশ্চুপ চৰকাৰ'।

11/12/2024

সংসদত মন্ত্ৰী পীয়ূষ গোৱেল আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ

03/12/2024

📌 তেজপুৰৰ পাচঁমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

📌 অধ্যক্ষ বিশ্বজ্যোতি বৰাৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

03/11/2024

যোৱা কালিৰ পৰা সন্ধান হীন হৈ আছে ১৩ বছৰীয়া শিশু জন
সন্ধান হীন হোৱা ল'ৰা জনৰ নাম অহিদুৰ ইছলাম।

25/10/2024

🔴ঘন্টাত ১১০কিলোমিটাৰ বেগত আহিছে ডানা
🔴বাতিল কৰা হৈছে ৪০০ৰেলৰ চলাচল

25/10/2024

আপোনাৰ ঘৰৰ চৌহদত জাবৰ নাইবা নলা আছে নেকি ? যদি আছে সাৱধান ?

16/10/2024

মিচন চাৰিআলি, ঢেকিয়াজুলী, মঙ্গলদৈ, বাইহাটা আৰু গুৱাহাটী অস্থায়ী বাছ ৰখা স্থান

পুজামণ্ডপত এজন ভক্ত ❤️
11/10/2024

পুজামণ্ডপত এজন ভক্ত ❤️

Address

Tezpur
784027

Website

Alerts

Be the first to know and let us send you an email when Tezpur Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share